ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Advantage Assam 2.0 : প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা এডভাণ্টেজ আছাম ২.০ত কাৰ কি বিনিয়োগৰ প্ৰতিশ্ৰুতি

নিউজ ডেস্কঃ

News Desk by News Desk
February 25, 2025
Reading Time: 1 min read
A A
0
Advantage Assam 2.0 : প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা এডভাণ্টেজ আছাম ২.০ত কাৰ কি বিনিয়োগৰ প্ৰতিশ্ৰুতি

RELATED POSTS

Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

Deathbody found : হেঙেৰাবাৰীৰ নেহা এৰ্পাটমেণ্টত যুৱতীৰ মৃতদেহ উদ্ধাৰ

Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

New Logo Smal 3 | ASSAM TIMES POST

দুদিনীয়া কাৰ্যসূচীৰে খানাপাৰাত অনুষ্ঠিত অসম চৰকাৰৰ বিনিয়োগ সন্মিলন এডভাণ্টেজ আছাম ২.০ (Advantage Assam 2.0) মঙলবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন (Officially inaugurated) কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)য়ে। অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধনী ভাষণ আগবঢ়ায়।

অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, কেন্দ্ৰীয় মন্ত্ৰী এছ জয়শংকৰ, সৰ্বানন্দ সোনোৱাল, জ্যোতিৰদিত্য সিন্ধীয়া, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা, দেশ-বিদেশৰ কেইবাগৰাকীও উদ্যোগপতি, বিদেশী ৰাষ্ট্ৰদূত আৰু মন্ত্ৰী পৰিষদৰ সদস্যসকলৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল।
অনুষ্ঠানত টাটা গ্ৰুপ, ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ, আদানি গ্ৰুপ আদিৰ কৰ্ণধাৰসকল উপস্থিত থাকি অসমত বিনিয়োগৰ কথা ঘোষণা কৰে।

modi 1 1 | ASSAM TIMES POST
প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা এডভাণ্টেজ আছাম ২.০ত কাৰ কি বিনিয়োগৰ প্ৰতিশ্ৰুতি

কোনে কি বিনিয়োগ কৰিব —

– এছাৰ গ্ৰুপৰ প্ৰশান্ত ৰুইয়াৰ ৰাজ্যত নৱীকৰণযোগ্য শক্তি খণ্ডত বিনিয়োগৰ বাবে ২,১০০ কোটি টকাৰ বুজাবুজি চুক্তিত স্বাক্ষ।

– জিন্দাল গ্রুপৰ সজ্জন জিন্দালৰ অসমত চিমেণ্ট আৰু শক্তি খণ্ডত বিনিয়োগৰ ঘোষণা।

– বেদান্ত গ্ৰুপৰ অনিল আগৰৱালাই আগন্তুক ২ বছৰত অসমত ১,০০,০০০ বেৰেল তেল উৎপাদন কৰাৰ কথা ঘোষণা।

– টাটা গ্রুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনৰ ম’বাইল ফোন প্ৰযুক্তি সুবিধাত বিনিয়োগ আৰু ৰাজ্যত ৩০,০০০ চাকৰি সৃষ্টি কৰাৰ পৰিকল্পনাৰ কথা ঘোষণা।

– আগন্তুক বর্ষসমূহত ৰাজ্যত ৫০,০০০ কোটি টকা বিনিয়োগৰ প্রতিশ্রুতি গৌতম আদানীৰ।

– আগন্তুক ৫ বছৰত ৫০ হাজাৰ কোটি বিনিয়োগৰ ঘোষণা মুকেশ আম্বানীৰ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AdvantageAssam2.0এডভাণ্টেজআছাম২.০
Share4Tweet3Send

Related Posts

Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত
Guwahati

Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

by News Desk
October 23, 2026
51
Deathbody found : হেঙেৰাবাৰীৰ নেহা এৰ্পাটমেণ্টত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Guwahati

Deathbody found : হেঙেৰাবাৰীৰ নেহা এৰ্পাটমেণ্টত যুৱতীৰ মৃতদেহ উদ্ধাৰ

by News Desk
October 21, 2026
52
Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ
Guwahati

Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

by News Desk
October 19, 2026
58
Bihari youth missing : গুৱাহাটীত ৰহস্যজনকভাৱে সন্ধানহীন বিহাৰৰ যুৱক
Guwahati

Bihari youth missing : গুৱাহাটীত ৰহস্যজনকভাৱে সন্ধানহীন বিহাৰৰ যুৱক

by News Desk
October 19, 2026
57
‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment
Guwahati

‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment

by News Desk
October 17, 2026
51
Guwahati : মহানগৰীত মিঠাইৰ দোকানত চুৰি কৰি ৰঙাঘৰৰ আলহী
Guwahati

Guwahati : মহানগৰীত মিঠাইৰ দোকানত চুৰি কৰি ৰঙাঘৰৰ আলহী

by News Desk
October 16, 2026
51
ADVERTISEMENT
Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি
Assam

Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি

October 24, 2026
50
Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক
National-International

Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

October 24, 2026
53
Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ
Assam

Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

October 24, 2026
53
Unidentified body recovered : চাৰি দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ, ডিমা হাছাওত চাঞ্চল্য
Dima Hasao

Unidentified body recovered : চাৰি দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ, ডিমা হাছাওত চাঞ্চল্য

October 24, 2026
60
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি

Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি

October 24, 2026
Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

October 24, 2026
Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

October 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d