ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EDUCATION AND TECHNOLOGY

Celestial Wonders : মহাকুম্ভ মেলাৰ সময়তে সংঘটিত হ’ব বিৰল মহাজাগতিক পৰিঘটনা, ভাৰতৰ আকাশত দেখা যাব অদ্ভুত দৃশ্য

নিউজ ডেস্কঃ

News Desk by News Desk
February 20, 2025
Reading Time: 1 min read
A A
0
Celestial Wonders : মহাকুম্ভ মেলাৰ সময়তে সংঘটিত হ’ব বিৰল মহাজাগতিক পৰিঘটনা, ভাৰতৰ আকাশত দেখা যাব অদ্ভুত দৃশ্য

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহাকুম্ভ মেলা এমাহৰো অধিক সময় ধৰি চলি আছে। দেশৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ লোকে পুণ্য লাভৰ আশাত প্ৰয়াগৰাজৰ সংগমস্থলীত স্নান কৰিছে। মহাকুম্ভ মেলা ২০২৫ৰ (Mahakumbh Mela 2025) শেষৰ ফালে পৃথিৱীৰ আকাশত সংঘটিত হ’ব (Will happen in the sky)লৈ গৈ আছে এক বিৰল মহাজাগতিক ঘটনা (Rare cosmic events)। 

ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে সৌৰজগতৰ সাতটা গ্ৰহ দৃশ্যমান (Seven planets in the solar system are visible) হ’ব আকাশত। ভাৰতৰ পৰা নিশাৰ আকাশত বুধ, শুক্ৰ, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন এই সাতটা গ্ৰহ দেখা যাব। বহুতে বিশ্বাস কৰে যে এনে মহাজাগতিক ঘটনাই আধ্যাত্মিক শক্তি বৃদ্ধি কৰে।

sky | ASSAM TIMES POST
মহাকুম্ভ মেলাৰ সময়তে সংঘটিত হ’ব বিৰল মহাজাগতিক পৰিঘটনা

জানুৱাৰী মাহৰ পৰা নিশাৰ আকাশত মাজে মাজে বুধ, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন গ্ৰহ দেখা পোৱা গৈছে। ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে ইয়াত যোগদান কৰিব শুক্ৰ গ্ৰহই। ২৮ ফেব্ৰুৱাৰীত সাতটা গ্ৰহ সূৰ্যৰ এটা ফালে থাকিব। সেই সময়ত ৰাতিৰ আকাশত খালী চকুৰে পাঁচটা গ্ৰহ দেখা যাব। অৱশ্যে ইউৰেনাছ আৰু নেপচুন দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত চাব লাগিব।

গ্ৰহবোৰ চোৱাৰ সৰ্বোত্তম সময় হ’ল গধূলিৰ সময়ত সূৰ্যাস্তৰ পিছত বা সূৰ্য উদয়ৰ পূৰ্বে। সেই সময়ত গ্ৰহবোৰ আকাশৰ সৰ্বোচ্চ স্থানত থাকে। আগষ্ট মাহৰ মাজভাগত ভাৰতীয়সকলে পুনৰ এই মহাজাগতিক দৃশ্য চাবলৈ সুযোগ পাব। সেই সময়ত ছটা গ্ৰহ একেলগে দেখা যাব।

Tags: RareCosmiceventsমহাজাগতিকপৰিঘটনা
Share4Tweet3Send

Related Posts

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক
EDUCATION AND TECHNOLOGY

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

by News Desk
January 17, 2026
50
The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms
EDUCATION AND TECHNOLOGY

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

by ASSAM TIMES POST
May 12, 2025
50
Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace
EDUCATION AND TECHNOLOGY

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

by ASSAM TIMES POST
May 11, 2025
50
Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto
EDUCATION AND TECHNOLOGY

Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto

by ASSAM TIMES POST
May 10, 2025
50
The Ripple Effect: Global Events Transforming Local Lives
EDUCATION AND TECHNOLOGY

The Ripple Effect: Global Events Transforming Local Lives

by ASSAM TIMES POST
May 9, 2025
50
Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery
EDUCATION AND TECHNOLOGY

Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery

by ASSAM TIMES POST
May 8, 2025
50
ADVERTISEMENT
NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা
National-International

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

May 15, 2026
50
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

May 15, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

May 15, 2026
50
Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ
National-International

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

May 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

May 15, 2026
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

May 15, 2026
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

May 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx