ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিলাই আৰক্ষীৰ নাকা তালাচীত বুজন পৰিমানৰ সন্দেহযুক্ত হেৰইন সহ আটক পতি-পত্নী

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
February 15, 2025
Reading Time: 1 min read
A A
0
ডিলাই আৰক্ষীৰ নাকা তালাচীত বুজন পৰিমানৰ সন্দেহযুক্ত হেৰইন সহ আটক পতি-পত্নী

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Sabina Teronpi : কাৰ্বি সমাজৰ গৌৰৱ ছাবিনা টেৰনপিক ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা প্ৰদান

Karbi Artisan Sabina Teronpi Emerges as National Treasure, Wins Prestigious Handicrafts Award

Narcotics seized I বোকাজানত নিচাজাতীয় টেবলেট জব্দ

শনিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত ডিলাই আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত বুজন পৰিমানৰ সন্দেহযুক্ত হেৰইন সহ এহাল দম্পতি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি ডিমাপুৰৰ পৰা মাঞ্জা অভিমুখে AS 21L 5396 নম্বৰৰ মটৰ চাইকেলেৰে গৈ থকা সময়ত আৰক্ষীয়ে তালাচী চলায় ৷ তালাচী কালত মটৰ চাইকেল চালকজনৰ পৰা আৰক্ষীয়ে ৩ টা চাবোনৰ বাকচত লুকুৱাই অনা ৩৬.৩৩ গ্ৰাম সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

ডিলাই আৰক্ষীৰ নাকা তালাচীত বুজন পৰিমানৰ সন্দেহযুক্ত হেৰইন সহ আটক পতি-পত্নী
ডিলাই আৰক্ষীৰ নাকা তালাচীত বুজন পৰিমানৰ সন্দেহযুক্ত হেৰইন সহ আটক পতি-পত্নী

এই সন্দৰ্ভত মটৰ চাইকেল চালক মৰিগাওঁ জিলাৰ লাহৰিঘাটৰ চাতিয়ান মাধ্যমৰ আব্দুল জব্বৰৰ পুত্ৰ হবিবুৰ ৰহমান আৰু তেওঁৰ পত্নী মজিদা বেগম আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷ উক্ত তালাচী অভিযানটো ডিলাই থানাৰ অ’চি আকাশ গগৈ নেতৃত্বত আৰু থানা ষ্টাফৰ সহযোগত চলিছিল বুলি জানিব পৰা গৈছে ৷

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: AS 21L 5396অসম আৰক্ষীআইন শৃংখলাআব্দুল জব্বৰআৰক্ষী অভিযানডিমাপুৰডিলাই থানাৰ অভিযান.তালাচী অভিযানথানাৰ অ'চি আকাশ গগৈদম্পতি সৰবৰাহকাৰীনাকা তালাচীবুজন পৰিমানমজিদা বেগমমটৰ চাইকেল আটকমৰিগাওঁ জিলাৰ লাহৰিঘাটমাদক পাচাৰমাদক সম্পৰ্কীয় ঘটনাসন্দেহযুক্ত হেৰ'ইনসন্ধ্যা ডিলাই আৰক্ষীহবিবুৰ ৰহমানহেৰ'ইন উদ্ধাৰ
Share5Tweet3Send

Related Posts

Sabina Teronpi : কাৰ্বি সমাজৰ গৌৰৱ ছাবিনা টেৰনপিক ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা প্ৰদান
KARBI ANGLONG

Sabina Teronpi : কাৰ্বি সমাজৰ গৌৰৱ ছাবিনা টেৰনপিক ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা প্ৰদান

by ASSAM TIMES POST
December 9, 2025
63
Karbi Artisan Sabina Teronpi Emerges as National Treasure, Wins Prestigious Handicrafts Award
KARBI ANGLONG

Karbi Artisan Sabina Teronpi Emerges as National Treasure, Wins Prestigious Handicrafts Award

by ASSAM TIMES POST
December 9, 2025
60
Major Victory Against Drugs in Arunachal: Over 500g Heroin & 7kg Cannabis Seized, 91 Arrested in Naharlagun Crackdown
KARBI ANGLONG

Narcotics seized I বোকাজানত নিচাজাতীয় টেবলেট জব্দ

by Staff Reporter
December 6, 2025
59
ডিফুত “কৰুণাধাৰাৰ” বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন, প্ৰতিবন্ধীৰ মাজত হুইল চেয়াৰ; আৰ্থিক সহাৰ্য্য প্ৰদান
KARBI ANGLONG

ডিফুত “কৰুণাধাৰাৰ” বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন, প্ৰতিবন্ধীৰ মাজত হুইল চেয়াৰ; আৰ্থিক সহাৰ্য্য প্ৰদান

by Staff Reporter
December 3, 2025
51
Honoring a Respected Journalist: Dr. Tuliram Ronghang Attends Memorial Service for Lt. Deepu Charan Dutta
KARBI ANGLONG

Honoring a Respected Journalist: Dr. Tuliram Ronghang Attends Memorial Service for Lt. Deepu Charan Dutta

by ASSAM TIMES POST
December 2, 2025
57
Saidul Islam dies : ছিকিমৰ পাহাৰ চুমি নিস্তব্ধ হ’ল এটা জীৱন, জ্যেষ্ঠ সাংবাদিক চাইদুল ইছলামৰ অকাল বিয়োগ
KARBI ANGLONG

Saidul Islam dies : ছিকিমৰ পাহাৰ চুমি নিস্তব্ধ হ’ল এটা জীৱন, জ্যেষ্ঠ সাংবাদিক চাইদুল ইছলামৰ অকাল বিয়োগ

by ASSAM TIMES POST
December 1, 2025
93
ADVERTISEMENT
Rajya Sabha I মন্ত্ৰীৰ অনুপস্থিতিত স্থগিত ৰাখিবলগা হ’ল‌ ৰাজ্যসভাৰ অধিৱেশন
National-International

Rajya Sabha I মন্ত্ৰীৰ অনুপস্থিতিত স্থগিত ৰাখিবলগা হ’ল‌ ৰাজ্যসভাৰ অধিৱেশন

December 12, 2025
50
Cold wave at north India I উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত কুঁৱলী আৰু শীতপ্ৰবাহৰ চূড়ান্ত সতৰ্কবাণী জাৰি
National-International

শীত প্ৰবাহ! দেশৰ কেইবাখনো ঠাইত পাৰাস্তম্ভ নামিছে তললৈ, ১০ বছৰৰ অভিলেখ ভংগ কৰিলে ইন্দোৰে

December 12, 2025
50
Parliament special session : ২৪ জুনৰ পৰা সংসদৰ বিশেষ অধিবেশন, বাছনি কৰা হ’ব অধ্যক্ষ
National-International

ৰাজ্যসভাত উপস্থিত নাই কোনো পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী উপ-ৰাষ্ট্ৰপতিক ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰাখিবলৈ দাবী বিৰোধীয়ে ক’লে— ‘অপমান’

December 12, 2025
50
বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম
ALL NEWS

বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

December 12, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajya Sabha I মন্ত্ৰীৰ অনুপস্থিতিত স্থগিত ৰাখিবলগা হ’ল‌ ৰাজ্যসভাৰ অধিৱেশন

Rajya Sabha I মন্ত্ৰীৰ অনুপস্থিতিত স্থগিত ৰাখিবলগা হ’ল‌ ৰাজ্যসভাৰ অধিৱেশন

December 12, 2025
Cold wave at north India I উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত কুঁৱলী আৰু শীতপ্ৰবাহৰ চূড়ান্ত সতৰ্কবাণী জাৰি

শীত প্ৰবাহ! দেশৰ কেইবাখনো ঠাইত পাৰাস্তম্ভ নামিছে তললৈ, ১০ বছৰৰ অভিলেখ ভংগ কৰিলে ইন্দোৰে

December 12, 2025
Parliament special session : ২৪ জুনৰ পৰা সংসদৰ বিশেষ অধিবেশন, বাছনি কৰা হ’ব অধ্যক্ষ

ৰাজ্যসভাত উপস্থিত নাই কোনো পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী উপ-ৰাষ্ট্ৰপতিক ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰাখিবলৈ দাবী বিৰোধীয়ে ক’লে— ‘অপমান’

December 12, 2025

Categories

accident (1) ALL NEWS (17415) Artificial Intelligence (3) Assam (13868) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2056) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3508) Lifestyle (24) literature (16) National-International (11104) NORTHEAST (882) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (498) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d