ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Heroin Seized I খটখটীত আৰক্ষীৰ অভিযান: ১৫৭ গ্ৰাম হেৰইন আৰু ৪ মহিলাৰ সৈতে সৰবৰাহকাৰী আটক

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
January 28, 2025
Reading Time: 1 min read
A A
0
Heroin Seized I খটখটীত আৰক্ষীৰ অভিযান: ১৫৭ গ্ৰাম হেৰইন আৰু ৪ মহিলাৰ সৈতে সৰবৰাহকাৰী আটক

RELATED POSTS

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

New Logo Smal 3 | ASSAM TIMES POST

সোমবাৰে সন্ধিয়া প্ৰায় চাৰে ছয় বজাত খটখটীত আৰক্ষীৰ অভিযানত বুজন পৰিমানৰ হেৰইন উদ্ধাৰ কৰাৰ লগতে ৪ জনী মহিলাৰ সৈতে এজন পুৰুষ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় খটখটী আৰক্ষী ৷

খটখটীত আৰক্ষীৰ অভিযান: ১৫৭ গ্ৰাম হেৰইন আৰু ৪ মহিলাৰ সৈতে সৰবৰাহকাৰী আটক
খটখটীত আৰক্ষীৰ অভিযান: ১৫৭ গ্ৰাম হেৰইন আৰু ৪ মহিলাৰ সৈতে সৰবৰাহকাৰী আটক

প্ৰাপ্ত খবৰ অনুসৰি আজি সন্ধিয়া খটখটী ষ্টেট বেংকৰ সন্মূখত আৰক্ষীৰ নিয়মীয়া নাকা তালাচী কালত AS06 AD 8818 স্কৰপিঅ এছ 7 বাহনৰ পৰা  ১৫ টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ১৫৭ ‘ ৭৭ গ্ৰাম সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰাৰ লগতে নগদ এক লাখ ৮২ হাজাৰ পাঁচশ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

হেৰইনথিনি বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰক্ষ্ম আৰু নিৰপেক্ষে সাক্ষী গণৰ সাক্ষাতে জব্দ কৰি হেৰইন খিনি সৰবৰাহৰ লগত জড়িত ৪ জনী মহিলা আৰু এজন পুৰুষক আটক কৰি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ নাকা তালাচীটোৰ নেতৃত্ব দিছিল খটখটী থানাৰ অচি নিতুল শইকীয়াই ৷ তেওঁক সহযোগ কৰিছিল এছ আই জিতুমনি শইকীয়া, বিমান চেতিয়া, অমৰজ্যোতি শৰ্মা আৰু থানা ষ্টাফে ৷

 

 

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AS06 AD 8818 স্কৰপিঅঅমৰজ্যোতি শৰ্মাএছ আই জিতুমনি শইকীয়াখটখটী আৰক্ষী অভিযানখটখটী থানাৰ অচি নিতুল শইকীয়াখটখটী ষ্টেট বেংকজেৰা অব্যাহতথানাৰ ষ্টাফনগদ টকা উদ্ধাৰনাকা তালাচীবিমান চেতিয়াবোকাজান মহকুমা আৰক্ষীমহিলাৰ সৈতে পুৰাণী আটকমাদক উদ্ধাৰ।সন্দেহযুক্ত হেৰ'ইনসাক্ষী গণসোমবাৰে সন্ধিয়াহেৰ'ইন উদ্ধাৰহেৰইন সৰবৰাহকাৰীৰুস্তমৰাজ ব্ৰক্ষ্ম
Share6Tweet4Send

Related Posts

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!
KARBI ANGLONG

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

by News Desk
October 22, 2026
55
Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী
KARBI ANGLONG

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

by News Desk
October 20, 2026
51
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

by News Desk
October 15, 2026
57
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

by News Desk
October 13, 2026
61
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

by News Desk
October 13, 2026
61
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
59
ADVERTISEMENT
DIMA HASAO : ডিমা হাছাও বিজেপিৰ উপ-সভাপতি লিটন চক্ৰৱৰ্তীৰ দেহাৱসান
Dima Hasao

DIMA HASAO : ডিমা হাছাও বিজেপিৰ উপ-সভাপতি লিটন চক্ৰৱৰ্তীৰ দেহাৱসান

October 28, 2026
50
Human-elephant conflict : তামুলপুৰ ভূটান সীমান্তত ভয়ংকৰ ৰূপত হাতী-মানুহৰ সংঘাত
Assam

Human-elephant conflict : তামুলপুৰ ভূটান সীমান্তত ভয়ংকৰ ৰূপত হাতী-মানুহৰ সংঘাত

October 28, 2026
50
Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ
Assam

Child marriage : বাল্যবিবাহ বিৰোধী অভিযানত কাছাৰত গ্ৰেপ্তাৰ ২৭ জন

October 28, 2026
50
Diphu APHLC Protest : ডিফুত এপিএইচএলচিৰ প্ৰতিবাদ
DIPHU

Diphu APHLC Protest : ডিফুত এপিএইচএলচিৰ প্ৰতিবাদ

October 27, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DIMA HASAO : ডিমা হাছাও বিজেপিৰ উপ-সভাপতি লিটন চক্ৰৱৰ্তীৰ দেহাৱসান

DIMA HASAO : ডিমা হাছাও বিজেপিৰ উপ-সভাপতি লিটন চক্ৰৱৰ্তীৰ দেহাৱসান

October 28, 2026
Human-elephant conflict : তামুলপুৰ ভূটান সীমান্তত ভয়ংকৰ ৰূপত হাতী-মানুহৰ সংঘাত

Human-elephant conflict : তামুলপুৰ ভূটান সীমান্তত ভয়ংকৰ ৰূপত হাতী-মানুহৰ সংঘাত

October 28, 2026
Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ

Child marriage : বাল্যবিবাহ বিৰোধী অভিযানত কাছাৰত গ্ৰেপ্তাৰ ২৭ জন

October 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d