ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Economy

Gold Jewellary of Indian women : ভাৰতীয় মহিলাসকলৰ হাতত কিমান সোণ আছে ? তথ্য জানিলে আচৰিত হ’ব

নিউজ ডেস্কঃ

News Desk by News Desk
December 30, 2024
Reading Time: 1 min read
A A
0
Gold Jewellary of Indian women : ভাৰতীয় মহিলাসকলৰ হাতত কিমান সোণ আছে ? তথ্য জানিলে আচৰিত হ’ব

New Logo Smal 5 | ASSAM TIMES POST

RELATED POSTS

RBI Repo Rate : মধ্যবিত্তক সকাহ দি দ্বিতীয়বাৰৰ বাবে ৰেপো ৰেট হ্ৰাস ৰিজাৰ্ভ বেংকৰ

Google pay : ধন লেনদেনত নতুন সিদ্ধান্ত গুগল পেৰ, জানি লওক

GST : বৃদ্ধি পাব পাৰে চিগাৰেটৰ মূল্য, জি এছ টি কাউন্সিল ল’ব পাৰে সিদ্ধান্ত

ভাৰতীয় মহিলাসকল সোণেৰে আৱৰি থাকে। পৰিসংখ্যাই এই কথা কৈছে। ৱ’ৰ্ল্ড গ’ল্ড কাউন্সিলৰ পৰিসংখ্যা অনুসৰি, বিশ্বৰ ১১ শতাংশ সোণ (11 percent of the world’s gold) ভাৰতীয় মহিলাৰ হাতত (Hands of Indian women) আছে। পৰিসংখ্যাই এই কথাও প্ৰকাশ কৰিছে যে ভাৰতীয় মহিলাৰ (Indian women) মুঠ সোণৰ পৰিমাণ (Total amount of gold) ২৪ হাজাৰ টন (24,000 tonnes)। সোণৰ ভাণ্ডাৰৰ ক্ষেত্ৰত বিশ্বৰ প্ৰথম পাঁচখন দেশৰ সংখ্যা তুলনা কৰিলেও ভাৰতৰ সমান নহ’ব। আমেৰিকাৰ নিজৰ মজুতত আছে ৮০০০ টন সোণ। জাৰ্মানীৰ ৩৩০০ টন, ইটালীৰ ২৪৫০ টন, ফ্ৰান্সৰ ২৪০০ টন আৰু ৰাছিয়াত ১৯০০ টন সোণ মজুত আছে।

gold 1 1 | ASSAM TIMES POST
ভাৰতীয় মহিলাসকলৰ হাতত কিমান সোণ আছে ? তথ্য জানিলে আচৰিত হ’ব

পৰিসংখ্যা অনুসৰি দক্ষিণ ভাৰতৰ মহিলাসকলৰ হাতত উত্তৰ ভাৰততকৈ অধিক সোণ আছে। দেশৰ মহিলাসকলৰ ভিতৰত ৪০ শতাংশ সোণ কেৱল দক্ষিণ ভাৰতৰ মহিলাৰ। ইয়াৰে ২৮ শতাংশ কেৱল তামিলনাডুৰ। পৰিসংখ্যা অনুসৰি, ২০২০-২১ বিত্তীয় বৰ্ষৰ তুলনাত আগন্তুক দুটা বিত্তীয় বৰ্ষত দেশত মহিলাৰ হাতত সোণৰ পৰিমাণ বৃদ্ধি পাইছে। অৰ্থনীতিবিদৰ এটা অংশই দাবী কৰে যে এই বিপুল পৰিমাণৰ সোণ ভাৰতৰ অৰ্থনীতিৰ বাবেও সহায়ক।

উল্লেখ্য যে ভাৰতীয় সমাজ আৰু সংস্কৃতিত সোণৰ গুৰুত্ব অপৰিসীম। দেশত বিয়া আৰু অন্যান্য সামাজিক অনুষ্ঠানত সোণৰ অলংকাৰ উপহাৰ হিচাপে দিয়াৰ প্ৰথা আছে। ইয়াৰ বাহিৰেও বহুতে ভৱিষ্যতৰ সঞ্চয় হিচাপে সোণ কিনে। ভাৰতৰ আয়কৰ আইন অনুসৰি এগৰাকী বিবাহিত মহিলাই সৰ্বাধিক ৫০০ গ্ৰাম সোণ আৰু অবিবাহিত মহিলাই সৰ্বাধিক ২৫০ গ্ৰাম সোণ নিজৰ লগত ৰাখিব পাৰে। এই পৰিমাণতকৈ অধিক সোণ ৰাখিলে সংশ্লিষ্ট ব্যক্তিয়ে আয়কৰ দিব লাগে। পুৰুষৰ বাবে ইয়াৰ পৰিমাণ মাত্ৰ ১০০ গ্ৰাম।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: IndianWomenGoldJwewllaryভাৰতীয়মহিলাৰসোণ
Share5Tweet3Send

Related Posts

RBI Repo Rate : মধ্যবিত্তক সকাহ দি দ্বিতীয়বাৰৰ বাবে ৰেপো ৰেট হ্ৰাস ৰিজাৰ্ভ বেংকৰ
Economy

RBI Repo Rate : মধ্যবিত্তক সকাহ দি দ্বিতীয়বাৰৰ বাবে ৰেপো ৰেট হ্ৰাস ৰিজাৰ্ভ বেংকৰ

by News Desk
April 9, 2025
54
Google pay : ধন লেনদেনত নতুন সিদ্ধান্ত গুগল পেৰ, জানি লওক
Economy

Google pay : ধন লেনদেনত নতুন সিদ্ধান্ত গুগল পেৰ, জানি লওক

by News Desk
February 20, 2025
23.9k
GST : বৃদ্ধি পাব পাৰে চিগাৰেটৰ মূল্য, জি এছ টি কাউন্সিল ল’ব পাৰে সিদ্ধান্ত
Economy

GST : বৃদ্ধি পাব পাৰে চিগাৰেটৰ মূল্য, জি এছ টি কাউন্সিল ল’ব পাৰে সিদ্ধান্ত

by News Desk
February 20, 2025
51
Indian Mobile phone Industry : মোবাইল ৰপ্তানিত অভিলেখ সৃষ্টি ভাৰতৰ
Economy

Indian Mobile phone Industry : মোবাইল ৰপ্তানিত অভিলেখ সৃষ্টি ভাৰতৰ

by News Desk
February 19, 2025
52
RBI : সুদীৰ্ঘ পাঁচ বছৰ পাছত ৰেপো ৰেট হ্ৰাস ৰিজাৰ্ভ বেংকৰ, সস্তা হ’ব পাৰে গৃহ আৰু গাড়ীৰ ঋণ
Economy

RBI : সুদীৰ্ঘ পাঁচ বছৰ পাছত ৰেপো ৰেট হ্ৰাস ৰিজাৰ্ভ বেংকৰ, সস্তা হ’ব পাৰে গৃহ আৰু গাড়ীৰ ঋণ

by News Desk
February 7, 2025
55
Budget 2025 I এইবাৰ বাজেটত বিহাৰক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ চেষ্টা, মধুবনী কলাৰ শাৰী পৰিধান কৰি বাজেট দাখিল বিত্তমন্ত্ৰীৰ
Business

Union Budget 2025: How Entrepreneurs Can Capitalize on New Opportunities

by Sanjeev Sarma
February 2, 2025
52
ADVERTISEMENT
Rape I ককাকৰ অপমানৰ প্ৰতিশোধ ল’বলৈ ১০ বছৰীয়া নাতিনীক ধৰ্ষণ কৰি হত্যা
National-International

উত্তৰ প্ৰদেশত শিলৰ কুৱেৰী খহি এজন শ্ৰমিকৰ মৃত্যু, আবদ্ধ ১৫

November 16, 2025
50
আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা
KARBI ANGLONG

আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

November 15, 2025
55
টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে
National-International

টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে

November 15, 2025
54
CM London visit I বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ প্ৰয়াস, মুখ্যমন্ত্ৰী লণ্ডনলৈ ৰাওনা
Assam

CM London visit I বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ প্ৰয়াস, মুখ্যমন্ত্ৰী লণ্ডনলৈ ৰাওনা

November 15, 2025
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rape I ককাকৰ অপমানৰ প্ৰতিশোধ ল’বলৈ ১০ বছৰীয়া নাতিনীক ধৰ্ষণ কৰি হত্যা

উত্তৰ প্ৰদেশত শিলৰ কুৱেৰী খহি এজন শ্ৰমিকৰ মৃত্যু, আবদ্ধ ১৫

November 16, 2025
আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

November 15, 2025
টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে

টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে

November 15, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13842) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2051) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3492) Lifestyle (24) literature (16) National-International (10880) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d