ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰ্বি আংলং জিলা সাহিত্য সভাৰ নতুন নেতৃত্ব: সভাপতি, উপ-সভাপতি আৰু সম্পাদকৰ সংবাদমেল

বাৰিম ইংতি সভাপতি, অনিল হাজৰিকা সম্পাদক নিৰ্বাচিত

ASSAM TIMES POST by ASSAM TIMES POST
December 12, 2024
Reading Time: 1 min read
A A
0
কাৰ্বি আংলং জিলা সাহিত্য সভাৰ নতুন নেতৃত্ব: সভাপতি, উপ-সভাপতি আৰু সম্পাদকৰ সংবাদমেল

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

CM Cheque Distribution : পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলাত উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

Road Accident : খটখটীত পথ দুৰ্ঘটনাত আহত ২

CM karbi Anglong visit : কাৰ্বি পাহাৰৰ মহিলালৈ মুখ্যমন্ত্ৰীৰ ভোগালী বিহুৰ উপহাৰ, মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ

ষ্টাফ ৰিপ‘ৰ্টাৰ,ডিফু : যোৱা পহিলা ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপ-সভাপতি আৰু সাধাৰণ সম্পাদক পদৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ অন্তত আজি নিৰ্বাচনী ফলাফল ঘোষণা কৰা হয়।জিলা সাহিত্য সভাৰ নিৰ্বাচনৰ মুখ্য নিৰ্বাচনী বিষয়া সত্যপ্ৰদীপ বৰদলৈ তথা নিৰ্বাচনী বিষয়া ক্ৰমে সুনীল গগৈ আৰু পৰমানন্দ তালুকদাৰে আজি বোকাজানত এক সংবাদমেলৰ আয়োজন কৰি ফলাফল ঘোষণা কৰে।

কাৰ্বি আংলং জিলা সাহিত্য সভাৰ নতুন নেতৃত্ব: সভাপতি, উপ-সভাপতি আৰু সম্পাদকৰ সংবাদমেল
কাৰ্বি আংলং জিলা সাহিত্য সভাৰ নতুন নেতৃত্ব: সভাপতি, উপ-সভাপতি আৰু সম্পাদকৰ সংবাদমেল

কাৰ্বি আংলং জিলা সাহিত্য সভাৰ ২০২৫-২০২৭ কাৰ্যকালৰ বাবে বাৰিম ইংতি সভাপতি, মুনিমন্ত শইকীয়া উপ-সভাপতি আৰু অনিল হাজৰিকা সম্পাদক হিচাপে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰা হয়।

কাৰ্বি আংলং জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি-সম্পাদক ক্ৰমে বাৰিম ইংতি, অনিল হাজৰিকাই সংবাদ মেলত আগন্তুক কাৰ্যকালত কাৰ্বি আংলং জিলা সাহিত্য সভাই জিলাখনৰ বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভা সমূহৰ উৎকৰ্ষ সাধনৰ বাবেও কাম কৰি যাব বুলি মন্তব্য কৰে। লগতে, জিলাখনত নিষ্ক্ৰিয় হৈ থকা সাহিত্য সভাৰ শাখাসমূহ সক্ৰিয় কৰি তোলাৰ বাবে পদক্ষেপ হাতত লোৱা হʼব বুলি কয়।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: ২০২৫-২০২৭ কাৰ্যকালঅনিল হাজৰিকাউপ-সভাপতি নিৰ্বাচনউৎকৰ্ষ সাধনকাৰ্বি আংলংকাৰ্বি আংলং জিলাজনগোষ্ঠী সাহিত্য সভাজিলাখনৰ সাহিত্যনিৰ্বাচনী ফলাফলপৰমানন্দ তালুকদাৰবাৰিম ইংতিমুনিমন্ত শইকীয়াসত্যপ্ৰদীপ বৰদলৈসংবাদ মেলসভাপতি নিৰ্বাচনসাধাৰণ সম্পাদক নিৰ্বাচনসামাজিক উন্নয়নসাহিত্য উন্নয়নসাহিত্য কাৰ্যসূচীসাহিত্য সংগঠনসাহিত্য সভাসাহিত্য সভাৰ শাখাসাহিত্য সংস্কৃতিসুনীল গগৈ
Share10Tweet7Send

Related Posts

CM Cheque Distribution : পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলাত উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
KARBI ANGLONG

CM Cheque Distribution : পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলাত উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

by ASSAM TIMES POST
January 14, 2026
55
Road Accident : খটখটীত পথ দুৰ্ঘটনাত আহত ২
KARBI ANGLONG

Road Accident : খটখটীত পথ দুৰ্ঘটনাত আহত ২

by News Desk
January 13, 2026
60
CM karbi Anglong visit : কাৰ্বি পাহাৰৰ মহিলালৈ মুখ্যমন্ত্ৰীৰ ভোগালী বিহুৰ উপহাৰ, মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ
KARBI ANGLONG

CM karbi Anglong visit : কাৰ্বি পাহাৰৰ মহিলালৈ মুখ্যমন্ত্ৰীৰ ভোগালী বিহুৰ উপহাৰ, মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ

by ASSAM TIMES POST
January 12, 2026
56
Narcotics Seized I খটখটীত নিষিদ্ধ কানিসহ দুজনক আটক
KARBI ANGLONG

Narcotics Seized I খটখটীত নিষিদ্ধ কানিসহ দুজনক আটক

by Staff Reporter
January 2, 2026
59
ৰাজ্যত পুনৰ ডাইনী সন্দেহত দম্পত্তিক হত্যা, কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ ১নং বেলোগুৰি মুণ্ডা গাঁৱত দুৰ্বৃত্তৰ জঘন্য কাণ্ড
KARBI ANGLONG

Shocking Tragedy in Howraghat: Couple Brutally Murdered Over Witchcraft Allegations

by ASSAM TIMES POST
December 31, 2025
59
ৰাজ্যত পুনৰ ডাইনী সন্দেহত দম্পত্তিক হত্যা, কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ ১নং বেলোগুৰি মুণ্ডা গাঁৱত দুৰ্বৃত্তৰ জঘন্য কাণ্ড
KARBI ANGLONG

ৰাজ্যত পুনৰ ডাইনী সন্দেহত দম্পত্তিক হত্যা, কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ ১নং বেলোগুৰি মুণ্ডা গাঁৱত দুৰ্বৃত্তৰ জঘন্য কাণ্ড

by Staff Reporter
December 31, 2025
66
ADVERTISEMENT
Iran crisis I চৰম উদ্বিগ্নতাৰ মাজত ইৰাণৰ পৰা ঘৰলৈ উভতিছে ভাৰতীয় নাগৰিক
National-International

Iran crisis I চৰম উদ্বিগ্নতাৰ মাজত ইৰাণৰ পৰা ঘৰলৈ উভতিছে ভাৰতীয় নাগৰিক

January 17, 2026
50
Crypto Scam I সহজে টাকা রোজগার’ ক্রিপ্টো প্রতারণা থেকে সতর্ক থাকুন: গ্যাংটকের বাসিন্দাদের পুলিশের সতর্কবার্তা
 অপরাধ

Crypto Scam I সহজে টাকা রোজগার’ ক্রিপ্টো প্রতারণা থেকে সতর্ক থাকুন: গ্যাংটকের বাসিন্দাদের পুলিশের সতর্কবার্তা

January 17, 2026
50
Devastating Fire Ravages Wholesale Medicine Shop in Dhubri, Assam: Losses Over Rs 10 Lakh
Assam

Devastating Fire Ravages Wholesale Medicine Shop in Dhubri, Assam: Losses Over Rs 10 Lakh

January 17, 2026
50
Prime Minister’s Special Public Meeting Set to Transform Kaliabor’s Political Landscape
Assam

Prime Minister’s Special Public Meeting Set to Transform Kaliabor’s Political Landscape

January 16, 2026
55
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Iran crisis I চৰম উদ্বিগ্নতাৰ মাজত ইৰাণৰ পৰা ঘৰলৈ উভতিছে ভাৰতীয় নাগৰিক

Iran crisis I চৰম উদ্বিগ্নতাৰ মাজত ইৰাণৰ পৰা ঘৰলৈ উভতিছে ভাৰতীয় নাগৰিক

January 17, 2026
Crypto Scam I সহজে টাকা রোজগার’ ক্রিপ্টো প্রতারণা থেকে সতর্ক থাকুন: গ্যাংটকের বাসিন্দাদের পুলিশের সতর্কবার্তা

Crypto Scam I সহজে টাকা রোজগার’ ক্রিপ্টো প্রতারণা থেকে সতর্ক থাকুন: গ্যাংটকের বাসিন্দাদের পুলিশের সতর্কবার্তা

January 17, 2026
Devastating Fire Ravages Wholesale Medicine Shop in Dhubri, Assam: Losses Over Rs 10 Lakh

Devastating Fire Ravages Wholesale Medicine Shop in Dhubri, Assam: Losses Over Rs 10 Lakh

January 17, 2026

Categories

ALL NEWS (17416) Artificial Intelligence (3) Assam (13898) BREAKING NEWS (6491) Business (34) Bussines (1) crime (25) cultural (5) Digital Transformation (3) DIPHU (4) Economy (99) Editorial (17) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2061) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3538) Lifestyle (24) literature (16) Music (1) National-International (11320) NORTHEAST (890) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Social Media (2) Sports News (500) Stories (16) Tech (14) Technology (2) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d