ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

SC on preamble of Constitution I সমাজবাদ, ধৰ্মনিৰপেক্ষতা সংবিধানৰ মৌলিক গাঁথনিৰ পৰিপন্থী নহয়, উচ্চতম ন্যায়ালয়

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 25, 2024
Reading Time: 1 min read
A A
0
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

New Logo Smal 4 | ASSAM TIMES POST

সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদ’ আৰু ‘ধৰ্মনিৰপেক্ষতা’ শব্দক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ (Supreme Court) । সোমবাৰে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ পিভি সঞ্জয় কুমাৰৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে সংসদে ৩৬৮ নং অনুচ্ছেদৰ অধীনত সংবিধান সংশোধন কৰিব পাৰে। কিন্তু সেই সংশোধনীত সংবিধানৰ মৌলিক গাঁথনি বা ‘Basic structure’ অনুসৰণ কৰিব লাগিব।

SC on preamble of Constitution I
সমাজবাদ, ধৰ্মনিৰপেক্ষতা সংবিধানৰ মৌলিক গাঁথনিৰ পৰিপন্থী নহয়:

উল্লেখ্য যে ১৯৭৬ চনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ কংগ্ৰেছ চৰকাৰে ৪২ সংখ্যক সংবিধান সংশোধনীৰ জৰিয়তে প্ৰস্তাৱনাত ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষতা’ শব্দ দুটা অন্তৰ্ভুক্ত কৰিছিল। ভাৰত ৰাষ্ট্ৰৰ পৰিচয় হিচাপে ইতিমধ্যে সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ কৰা হৈছিল- সাৰ্বভৌম, গণতান্ত্ৰিক আৰু গণৰাজ্য এই তিনিটা শব্দ।

১৯৭৬ চনত তাৰ লগত এই নতুন শব্দ দুটা সংযোজন কৰা হয়।Vকিন্তু উচ্চতম ন্যায়ালয়ত এই শব্দ দুটাৰ অন্তৰ্ভুক্তিক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছিল। সোমবাৰে এই গোচৰসমূহ একত্ৰিত কৰি উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হয়।

গোচৰকাৰীসকলৰ ভিতৰত উল্লেখযোগ্য হʼল বিজেপিৰ প্ৰাক্তন সাংসদ সুব্ৰমণিয়ম স্বামী, সমাজকৰ্মী বলৰাম সিং আৰু অধিবক্তা অশ্বিনী উপাধ্যায়। ৪২ সংখ্যক সংশোধনীৰ ফলত মূল সংবিধানখন বিকৃত কৰা হৈছে বুলি বিবাদীসকলে যুক্তি দিছিল।

সংবিধান সভাৰ আলোচনাত এই শব্দ দুটা প্ৰস্তাৱনাৰ বাহিৰত ৰখাৰ সিদ্ধান্ত লোৱা বুলিও দাবী কৰে সংবিধান প্ৰণয়কসকলে। কিন্তু উচ্চতম ন্যায়ালয়ে এই সকলোবোৰ যুক্তি নাকচ কৰে। উচ্চতম ন্যায়ালয়ে কয় যে সংবিধানে সংবিধান সংশোধনৰ বাবে সংসদক ক্ষমতা প্ৰদান কৰিছে।

ইয়াৰ উপৰি উচ্চতম ন্যায়ালয়ে এইটোও পৰ্যবেক্ষণ কৰে যে এই দুটা শব্দ বছৰ বছৰ ধৰি বহু ন্যায়িক পৰীক্ষাৰ মাজেৰে পাৰ হৈ আহিছে। ১৯৯৪ চনৰ এছ আৰ বোম্মাই গোচৰৰ কথা উল্লেখ কৰি উচ্চতম ন্যায়ালয়ে কয় যে এই দুটা শব্দ সংবিধানৰ মৌলিক গাঁথনিৰ পৰিপন্থী নহয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: উচ্চতম ন্যায়ালয়ধৰ্মনিৰপেক্ষতা সংবিধানৰ মৌলিক গাঁথনিৰ পৰিপন্থী নহয়সমাজবাদ
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
51
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
51
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান
NORTHEAST

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
52
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d