ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Mnipur Violence : মূৰত আঘাত, ওলাই গৈছে চকু, গাত গুলী; মণিপুৰত অপহৃত ৬ শিশু-মহিলাৰ মৰণোত্তৰ পৰীক্ষাৰ বিস্ফোৰক প্ৰতিবেদন

নিউজ ডেস্কঃ

News Desk by News Desk
November 25, 2024
Reading Time: 1 min read
A A
0
Mnipur Violence : মূৰত আঘাত, ওলাই গৈছে চকু, গাত গুলী; মণিপুৰত অপহৃত ৬ শিশু-মহিলাৰ মৰণোত্তৰ পৰীক্ষাৰ বিস্ফোৰক প্ৰতিবেদন

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Indian Passport I পাছপ’ৰ্টৰ মূল্য বৃদ্ধি, কেনে ধৰণৰ পাছপ’ৰ্টৰ বাবে কিমান খৰচ হয় জানক

Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ

NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী

মণিপুৰ (Manipur)ত অপহৰণ কৰি নি হত্যা (Kidnapped and murdered) কৰা মেইটেই পৰিয়ালটোৰ ছয়গৰাকী সদস্যৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন (Post-mortem report of six members) পোহৰলৈ আহিছে। তেওঁলোকক কেনেদৰে অত্যাচাৰ কৰি হত্যা কৰা হৈছিল তাৰ সবিশেষ প্ৰতিবেদনত প্ৰকাশ পাইছে। দুবছৰীয়া শিশুটিৰ মূৰত গুলীৰ আঘাত, চকু দুটা উলিয়াই পেলোৱা হৈছিল। মাতৃ আৰু আইতাকক একাধিক গুলীৰ আঘাত কৰি নিৰ্যাতন চলোৱা হৈছিল।

কিছুদিন পূৰ্বে মণিপুৰৰ জিৰিবাম জিলাৰ এটি মেইটেই পৰিয়ালৰ ছয়গৰাকী সদস্যক অপহৰণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই অভিযোগ কুকি উগ্ৰপন্থী সংগঠনৰ দিশে। অসম সীমান্তৰ সমীপৱৰ্তী অঞ্চলটোৰ পৰা অপহৰণ কৰা হৈছিল ৬ গৰাকী লোকক। পিছত জিৰিবামত নদীত ওপঙি থকা শিশু আৰু বৃদ্ধাৰ মূণ্ডবিহীন মৃতদেহ উদ্ধাৰ হয়। সেয়া আছিল পৰিয়ালটোৰ ল’ৰা-ছোৱালী আৰু আইতাকৰ মৃতদেহ। উক্ত ছয়গৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰক্ষীয়ে লাভ কৰিছে। শিশুটিৰ পিতৃয়ে লাভ কৰে তিনিখন প্ৰতিবেদন। বাকী তিনিজনৰ প্ৰতিবেদন এতিয়াও পোৱা নাই বুলিও তেওঁ কয়।

manipur 5 | ASSAM TIMES POST
মণিপুৰত অপহৃত ৬ শিশু-মহিলাৰ মৰণোত্তৰ পৰীক্ষাৰ বিস্ফোৰক প্ৰতিবেদন

দুবছৰীয়া শিশুটিৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছে যে তেওঁৰ মূৰৰ মাজভাগত গুলী লাগিছিল। সোঁ চকুটো ফুলি উঠিছিল। তদুপৰি শিশুটিৰ গোটেই শৰীৰত একাধিক ছুৰীৰ আঘাত পোৱা গৈছে। বুকু আৰু হাততো আঘাতৰ চিন। শিশুটিৰ মাতৃৰ বয়স ২৫ বছৰ। তেওঁৰ বুকুত তিনিটা আৰু নিতম্বত এটা গুলীৰ আঘাত। আনহাতে, ৬০ বছৰীয়া আইতাকৰ মৃতদেহত মুঠ ৫টা গুলী উদ্ধাৰ হয়। তেওঁৰ মূৰত এটা, বুকুত দুটা, পেটত এটা আৰু হাতত এটা গুলী লাগিছিল।

পৰিয়ালটোৰ আন তিনিজন সদস্যৰ ভিতৰত আছে এগৰাকী মহিলা, এগৰাকী আঠ বছৰীয়া কন্যা আৰু এটা আঠমহীয়া কেঁচুৱা। অভিযোগ অনুসৰি, পৰিয়ালটোৱে এতিয়াও তেওঁলোকৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰা নাই।

Tags: MnipurViolencePost-MortemReportমণিপুৰহিংসামৰণোত্তৰপৰীক্ষাৰপ্ৰতিবেদন
Share4Tweet3Send

Related Posts

Indian Passport : কোনখন দেশত পাছপোৰ্টৰ ব্যয় সৰ্বাধিক? ভাৰতত কিমান?
National-International

Indian Passport I পাছপ’ৰ্টৰ মূল্য বৃদ্ধি, কেনে ধৰণৰ পাছপ’ৰ্টৰ বাবে কিমান খৰচ হয় জানক

by Staff Reporter
June 26, 2026
50
Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ
National-International

Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ

by Staff Reporter
June 26, 2026
50
NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী
National-International

NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী

by Staff Reporter
June 26, 2026
50
Dinesh Trivedi I বাংলাদেশৰ ভাৰতীয় ৰাষ্ট্ৰদূত দীনেশ ত্ৰিবেদীক পূৰ্ণ মন্ত্ৰীৰ মৰ্যাদা
National-International

Dinesh Trivedi I বাংলাদেশৰ ভাৰতীয় ৰাষ্ট্ৰদূত দীনেশ ত্ৰিবেদীক পূৰ্ণ মন্ত্ৰীৰ মৰ্যাদা

by Staff Reporter
June 26, 2026
50
Warning before earthquake : ভূমিকম্পৰ আগতে সতৰ্কবাৰ্তা : কম্পনৰ আগতে গুগলে কি দৰে দিয়ে জাননী
National-International

Warning before earthquake : ভূমিকম্পৰ আগতে সতৰ্কবাৰ্তা : কম্পনৰ আগতে গুগলে কি দৰে দিয়ে জাননী

by News Desk
June 25, 2026
50
Passport row : পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয় নেকি? মোদী চৰকাৰলৈ বিৰোধীৰ আঙুলি
National-International

Passport row : পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয় নেকি? মোদী চৰকাৰলৈ বিৰোধীৰ আঙুলি

by News Desk
June 25, 2026
50
ADVERTISEMENT
Indian Passport : কোনখন দেশত পাছপোৰ্টৰ ব্যয় সৰ্বাধিক? ভাৰতত কিমান?
National-International

Indian Passport I পাছপ’ৰ্টৰ মূল্য বৃদ্ধি, কেনে ধৰণৰ পাছপ’ৰ্টৰ বাবে কিমান খৰচ হয় জানক

June 26, 2026
50
Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ
National-International

Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ

June 26, 2026
50
NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী
National-International

NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী

June 26, 2026
50
Dinesh Trivedi I বাংলাদেশৰ ভাৰতীয় ৰাষ্ট্ৰদূত দীনেশ ত্ৰিবেদীক পূৰ্ণ মন্ত্ৰীৰ মৰ্যাদা
National-International

Dinesh Trivedi I বাংলাদেশৰ ভাৰতীয় ৰাষ্ট্ৰদূত দীনেশ ত্ৰিবেদীক পূৰ্ণ মন্ত্ৰীৰ মৰ্যাদা

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Passport : কোনখন দেশত পাছপোৰ্টৰ ব্যয় সৰ্বাধিক? ভাৰতত কিমান?

Indian Passport I পাছপ’ৰ্টৰ মূল্য বৃদ্ধি, কেনে ধৰণৰ পাছপ’ৰ্টৰ বাবে কিমান খৰচ হয় জানক

June 26, 2026
Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ

Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ

June 26, 2026
NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী

NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx