ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ভাৰতৰ বিৰুদ্ধে কোনো প্ৰতিহিংসামূলক পদক্ষেপত সমৰ্থন নকৰে মালয়েছিয়াইঃ প্ৰধানমন্ত্ৰী মহাথিৰ মহম্মদ

ASSAM TIMES POST by ASSAM TIMES POST
January 21, 2020
Reading Time: 1 min read
A A
0
# নগাঁৱৰ ৰাইদঙীয়াত পুত্ৰৰ  প্ৰহাৰত মৃতপ্ৰায় মাতৃ

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

আয়তনৰ দিশত দেশখন অতি ক্ষুদ্ৰ৷ তেল আমদানি বন্ধ কৰিলেও ভাৰতৰ বিৰুদ্ধে কোনো প্ৰতিহিংসামূলক পদক্ষেপত সমৰ্থন নকৰে মালয়েছিয়াই৷ এনেদৰে উল্লেখ কৰিছে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহাথিৰ মহম্মদে৷

সোমবাৰে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহাথিৰ মহম্মদে কয়, প্ৰতিহিংসা চৰিতাৰ্থ কৰাৰ কাৰণে আমি অতি ক্ষুদ্ৰ৷ এই কাৰণেই নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ বিৰুদ্ধে কোনো ধৰণৰ প্ৰতিহিংসামূলক বাণিজ্যিক পদক্ষেপ নলয় মালয়েছিয়াই৷ সেয়ে এই বিষয়টো মোকাবিলা কৰিবলৈ তেওঁ আন উপায় বিচাৰিব৷ সেই কথাত প্ৰধানমন্ত্ৰীজনে গুৰুত্ব দিছে৷

উল্লেখ্য যে ইন্দোনেছিয়া আৰু মালয়েছিয়াৰ পৰা ভাৰতে প্ৰতি বছৰে ৯০ লাখ টন তেল আমদানি কৰে৷ যোৱা বছৰ মালয়েছিয়াৰ পৰা সৰ্বাধিক তেল আমদানি কৰিছিল৷ ২০১৯ চনত ভাৰতে ৪৪ লাখ টন তেল কিনিছিল৷ কেইমাহমানৰ আগতে ৰাজনৈতিক কাৰণত বাণিজ্যিক সৰ্ম্পক ব্যাহত হয়৷ কাশ্মীৰ বিষয় আৰু নাগৰিকত্ব আইন লৈ বিশ্ব মঞ্চত নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে সম্প্ৰতি সৰৱ হৈ পৰিছে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী৷

ছেপ্তেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীজনে দাবী কৰিছিল যে কাশ্মীৰৰ ভূখণ্ড ভাৰতে জোৰ কৰি দখল কৰি ৰাখিছে৷ ইয়াৰ পাছত যোৱা ডিচেম্বৰ মাহত তেওঁ দাবী কৰিছিল যে নাগৰিকত্ব আইনৰ বাবে ভাৰতত নাগৰিকৰ মৃত্যু হৈছে৷ আনকি নাগৰিকত্ব আইন ‘চূড়ান্ত অন্যায়’ বুলি তেওঁ উল্লেখ কৰি দাবী কৰিছিল ‘মুছলিমক নাগৰিকত্বৰ পৰা বঞ্চিত কৰিবৰ কাৰণেই ভাৰত চৰকাৰে এই পদক্ষেপ লৈছে৷’ এখন দেশৰ অভ্যন্তৰিণ বিষয়ত মালয়েছিয়াই মন্তব্য কৰাত ভাৰতে সৰ্ম্পক ছেদ কৰি দিছিল৷

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ এনে মন্তব্যত দুয়োখন দেশৰ সৰ্ম্পকত প্ৰভাৱ পৰিবলৈ আৰম্ভ হয়৷ আনহাতে মালয়েছিয়াৰ বিৰ্তকিত ধৰ্দগুৰু জাকেৰ নায়কৰ স্থায়ী নাগৰিকত্ব প্ৰত্যাহাৰত ৰাজি নাছিল মালয়েছিয়া৷ ফলত সকলো মিলি দ্বিপাক্ষিক সৰ্ম্পকত প্ৰভাৱ পৰে৷

Tags: Featured
Share4Tweet3Send

Related Posts

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত
National-International

by News Desk
August 4, 2026
50
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো
National-International

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

by News Desk
August 4, 2026
50
Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে
National-International

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

by News Desk
August 4, 2026
50
ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ
National-International

ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

by News Desk
August 4, 2026
50
Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ
National-International

Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ

by News Desk
August 4, 2026
50
Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে
National-International

Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

by News Desk
August 3, 2026
50
ADVERTISEMENT
DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন
Dima Hasao

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
50
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত
National-International

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
50
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো
National-International

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT