ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত ব্ৰক্ষ্ম ধৰ্ম কমিটিৰ বাৰ্ষিক সন্মিলন. আৰু ৰূপালী জয়ন্তী উদযাপনৰ লাঁইখুটা ৰোপন

ASSAM TIMES POST by ASSAM TIMES POST
January 19, 2020
Reading Time: 1 min read
A A
0
ডিফুত ব্ৰক্ষ্ম ধৰ্ম কমিটিৰ বাৰ্ষিক সন্মিলন. আৰু ৰূপালী জয়ন্তী উদযাপনৰ লাঁইখুটা ৰোপন

0 1 e1574345654996 | ASSAM TIMES POST ASSAM TIMES POST
ডিফু : অহা ইং ৮ আৰু ৯ ফেব্ৰুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিফুৰ পাণবাৰী ব্ৰক্ষ্মজ্যোতি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ’ব ক্ৰমে, কাৰবি আংলং জিলা ব্ৰক্ষ্ম কমিটিৰ ৬৯ সংখ়্যক বাৰ্ষিক সন্মিলন, কাৰবি আংলং জিলা ব্ৰক্ষ্ম ধৰ্ম ইয়ুথ ফ’ৰামৰ ১৭ সংখ্যক বাৰ্ষিক সন্মিলন আৰু ব্ৰক্ষ্ম ধৰ্ম কমিটি ডিফু আঞ্চলিকৰ গৌৰৱোজ্জল ৰূপালী জয়ন্তী উদযাপন কাৰ্যসূচী ৷

RELATED POSTS

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2020/01/WhatsApp-Video-2020-01-19-at-3.07.21-PM.mp4

এই লৈ আজি সমিতি কেইখনৰ যৌথ উদ্যোদত সমিতিয়ে পানবাৰী ব্ৰক্ষ্মজ্যোতি মন্দিৰ প্ৰাংগন তথা ৰেল আলিৰ কাষত বৈদিক যজ্ঞ , আৰু প্ৰথাৰে পূজা অৰ্চনা কৰি বাৰ্ষিক সন্মিলন আৰু ৰূপালী জয়ন্তীৰ লাঁইখুটাডাল ৰোপন কৰে ৷ লাঁইখুটা ৰোপন কৰে অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰবিন ব্ৰক্ষ্মই ৷

লাঁইখুটা ৰোপন কৰাত তেওঁক অভ্যৰ্থনা সমিতিৰ অনান্য বিষয়ববীয়া সকলে সহযোগ কৰে ৷ উদ্যোক্তা সকলে সাংবাদিকক জানিব দিয়া অনুসৰি অহা ৮ আৰু ৯ ফেব্ৰুৱাৰীৰ বৰ্ণাঢ্য কাৰ্যসূচীত কাৰবি আংলঙৰ বিভিন্ন প্ৰান্তৰ লগতে বাহিৰৰ ভক্ত প্ৰাণ সকলেও অংশ গ্ৰহণ কৰিব ৷ তাত ব্ৰক্ষ্ম ধৰ্মৰ ওপৰত বিস্তৃত আলোচনা হব আৰু সমিতিৰ পৰৱৰ্তী কাৰ্যপন্থা গ্ৰহণ কৰা হ’ব ৷

Tags: Featured2
Share7Tweet3Send

Related Posts

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

by News Desk
July 17, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
ADVERTISEMENT
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

July 18, 2026
50
CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

Karbi Anglong Sports Association : কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
DIPHU

Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা
National-International

Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

July 18, 2026
Karbi Anglong Sports Association : কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

Karbi Anglong Sports Association : কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT