ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

খটখটীত খোৱা পানীৰ বটলত শেলুৱৈ জাতীয় পদাৰ্থ : ব্যৱস্থা গ্ৰহণৰ দাবীত জিলা আয়ুক্তলৈ যুৱ ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
September 16, 2024
Reading Time: 1 min read
A A
0
খটখটীত খোৱা পানীৰ বটলত শেলুৱৈ জাতীয় পদাৰ্থ : ব্যৱস্থা গ্ৰহণৰ দাবীত জিলা আয়ুক্তলৈ যুৱ ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ

আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

খোৱা পানীৰ বটলত শেলুৱৈজাতীয় পদাৰ্থৰ বাবে জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে সোমবাৰে দিনৰ ২ মান বজাত জিলা আয়ুক্তলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ বোকাজান মহকুমা এলেকাত কম সময়ৰ ভিতৰতে কাঠফুলাৰ দৰে গঢ় লৈ উঠা একাংশ খোৱা পানীৰ ফেক্টৰীত উৎপাদিত খোৱা পানী সমূহৰ বিশুদ্ধতাক লৈ আশংকা প্ৰকাশ কৰি আজি কাৰ্বি আংলং জিলা আয়ুক্তলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাজান আঞ্চলিক সমিতিয়ে।

খটখটীত খোৱা পানীৰ বটলত শেলুৱৈ জাতীয় পদাৰ্থ
খটখটীত খোৱা পানীৰ বটলত শেলুৱৈ জাতীয় পদাৰ্থ

সভাপতি চানদীপ শইকীয়া আৰু সম্পাদক নিলয় দুৱৰা স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ কৰা অনুসৰি বোকাজান মহকুমাৰ খটখটী থানাৰ অন্তৰ্গত লংকাথাৰ বস্তিস্থিত এছ কে এন্টাৰপ্ৰাইজত উৎপাদিত এক লিটাৰৰ পানীৰ বটলত শেলুৱৈ জাতীয় ডাঠ পদাৰ্থ উপঙি থকা দেখিবলৈ পোৱা গৈছে। এনে দূষিত পানী সেৱন কৰাৰ ফলত জনস্বাস্থ্যৰ প্ৰতি আহিবলগীয়া ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

 

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদউপঙি পদাৰ্থএক লিটাৰৰ পানীএছ কে এন্টাৰপ্ৰাইজকাৰ্বি আংলংখটখটী থানাখোৱা পানী দূষণখোৱা পানীৰ ফেক্টৰিখোৱা পানীৰ বটলচানদীপ শইকীয়াজনস্বাস্থ্যজাতীয়বাদী যুৱ ছাত্ৰ পৰিষদজিলা আয়ুক্তদাবীদূষিত পানীনিলয় দুৱৰাবিশুদ্ধতাবিহিত ব্যৱস্থাবোকাজান আঞ্চলিক সমিতিবোকাজান মহকুমাভাবুকিলংকাথাৰ বস্তিশেলুৱৈজাতীয় পদাৰ্থস্মাৰক পত্ৰ
Share6Tweet4Send

Related Posts

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন
KARBI ANGLONG

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

by ASSAM TIMES POST
November 17, 2025
50
Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ
KARBI ANGLONG

Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ

by ASSAM TIMES POST
November 17, 2025
50
আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা
KARBI ANGLONG

আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

by Staff Reporter
November 15, 2025
55
খটখটী গৌতম বস্তিত সন্দেহযুক্ত হেৰইনৰ সৈতে দুজন পুৰুষ আৰু দুজন মহিলা সৰবৰাহকাৰী আটক
KARBI ANGLONG

খটখটী গৌতম বস্তিত সন্দেহযুক্ত হেৰইনৰ সৈতে দুজন পুৰুষ আৰু দুজন মহিলা সৰবৰাহকাৰী আটক

by Staff Reporter
November 12, 2025
66
ডিফুত লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীৰ উপলক্ষে একতাৰ পদযাত্ৰা
KARBI ANGLONG

ডিফুত লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীৰ উপলক্ষে একতাৰ পদযাত্ৰা

by Staff Reporter
November 11, 2025
54
ডিফুত জাতিৰ আত্মা স্বৰূপ ‘বন্দে মাতৰম’ গীতৰ গৌৰৱোজ্জল ১৫০ বছৰ উদযাপন
KARBI ANGLONG

ডিফুত জাতিৰ আত্মা স্বৰূপ ‘বন্দে মাতৰম’ গীতৰ গৌৰৱোজ্জল ১৫০ বছৰ উদযাপন

by Staff Reporter
November 7, 2025
54
ADVERTISEMENT
Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন
KARBI ANGLONG

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

November 17, 2025
50
Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ
KARBI ANGLONG

Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ

November 17, 2025
50
Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?
National-International

Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?

November 17, 2025
50
India Pak conflict I সন্ত্ৰাসবাদ কোনো কাৰণতে সহ্য কৰা নহ’ব, সমৰ্থনকাৰীকো ৰেহাই দিয়া নহ’ব: পৰোক্ষভাৱে পাকিস্তানক সকীয়নি ভাৰতীয় সেনাপ্ৰধানৰ
National-International

India Pak conflict I সন্ত্ৰাসবাদ কোনো কাৰণতে সহ্য কৰা নহ’ব, সমৰ্থনকাৰীকো ৰেহাই দিয়া নহ’ব: পৰোক্ষভাৱে পাকিস্তানক সকীয়নি ভাৰতীয় সেনাপ্ৰধানৰ

November 17, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

November 17, 2025
Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ

Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ

November 17, 2025
Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?

Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?

November 17, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13844) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2052) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3494) Lifestyle (24) literature (16) National-International (10892) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d