ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur Violence : অশান্তজৰ্জৰ মণিপুৰৰ তিনি জিলাত সান্ধ্যআইন জাৰি, প্ৰশাসনে বন্ধ কৰিলে ইণ্টাৰনেট সেৱা

নিউজ ডেস্কঃ

News Desk by News Desk
September 10, 2024
Reading Time: 1 min read
A A
0
Manipur Violence : অশান্তজৰ্জৰ মণিপুৰৰ তিনি জিলাত সান্ধ্যআইন জাৰি, প্ৰশাসনে বন্ধ কৰিলে ইণ্টাৰনেট সেৱা

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ

পুনৰ উত্তপ্ত মণিপুৰ (Manipur Violence)। এই উত্তপ্ত পৰিস্থিতিৰ বাবে মণিপুৰত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা (Internet services suspended in Manipur)। মঙলবাৰে বিয়লি ৩ বজাৰ পৰা আগন্তুক পাঁচ দিনৰ বাবে (১৫ ছেপ্টেম্বৰৰ বিয়লি ৩ বজালৈ) সমগ্ৰ ৰাজ্যত ইণ্টাৰনেট সংযোগ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। মণিপুৰ চৰকাৰে মঙলবাৰে এক নিৰ্দেশনা জাৰি কৰি এই কথা প্ৰকাশ কৰে। চৰকাৰে এই নিৰ্দেশনাত কয় যে অশান্তিৰ পৰিৱেশত ছ’চিয়েল মিডিয়াত বিভিন্ন উৰাবাতৰি বিয়পি পৰিছে।

তদুপৰি, তিনিখন জিলাত প্ৰশাসনে জাৰি কৰিছে সান্ধ্যআইন (Curfew in three districts)। ইম্ফল পূব, ইম্ফল পশ্চিম আৰু থৌবাল জিলাত ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰা এটাৰ পিছত আন এটাকৈ সংঘটিত ঘটনাৰ ফলত অশান্তি ৰোধ কৰিবলৈ জাৰি কৰা হৈছে সান্ধ্যআইন। ইয়াৰ পূৰ্বে ইম্ফল পূব আৰু পশ্চিমৰ জিলা দণ্ডাধীশে পুৱা ৫ বজাৰ পৰা নিশা ১০ বজালৈ সান্ধ্যআইন শিথিল কৰাৰ কথা ঘোষণা কৰিছিল। অৱশ্যে আইন-শৃংখলাৰ পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ মঙলবাৰে পুৱা ১১ বজাৰ পৰা পূৰ্বৰ নিৰ্দেশনা বাতিল কৰা হৈছে। জিলা দুখনৰ জিলা দণ্ডাধীশসকলে নতুন গাইডলাইন জাৰি কৰি এই কথা কয়।

Manipur 1 | ASSAM TIMES POST
অশান্তজৰ্জৰ মণিপুৰৰ তিনি জিলাত সান্ধ্যআইন জাৰি, বন্ধ ইণ্টাৰনেট সেৱা

মঙলবাৰে পুৱা ১১ বজাৰ পৰা দুয়োখন জিলাতে সম্পূৰ্ণ সান্ধ্যআইন ঘোষণা কৰা হৈছে। অৱশ্যে জৰুৰীকালীন সেৱাসমূহ সান্ধ্যআইনৰ আওতাৰ বাহিৰত ৰখা হৈছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩(২) ধাৰাত দেওবাৰৰ পৰা থৌবাল জিলাতো জাৰি কৰা হৈছে কাৰ্ফিউ। জিলাখনত পাঁচজন বা তাতকৈ অধিক লোকৰ সমাৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

উল্লেখ্য যে ছেপ্টেম্বৰ মাহত মণিপুৰৰ পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰে। যাৰ বাবে নিৰাপত্তা বাহিনী সষ্টম হৈ পৰিছে। ড্ৰোন আক্ৰমণ, মিছাইল আক্ৰমণৰ উপৰি আৰক্ষীৰ অস্ত্ৰভাণ্ডাৰ লুট কৰাৰ চেষ্টা চলোৱা হৈছে। শেহতীয়া এই ঘটনাবোৰত কমেও ৮ জন লোকৰ মৃত্যু হৈছে। এই হিংসাত্মক ঘটনাত আহত হয় ১২ জনতকৈ অধিক লোক। সোমবাৰে উদ্ধাৰ হয় এজন অৱসৰপ্ৰাপ্ত জোৱানৰ মৃতদেহ। দুদিন পূৰ্বে তেওঁক অপহৰণ কৰা বুলি অভিযোগ উঠিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, ইম্ফল পশ্চিম আৰু কাংপকপি জিলাৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰা অৱসৰপ্ৰাপ্ত জোৱানজনৰ মৃতদেহ উদ্ধাৰ হৈছে।

আনহাতে, মণিপুৰত উদ্ভৱ হোৱা এই অস্থিৰ পৰিস্থিতিৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিছে ছাত্ৰ-ছাত্ৰীসকল। এই হিংসাৰ বিৰুদ্ধে আৰু বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

Tags: ManipurViolenceউত্তপ্তমণিপুৰ
Share4Tweet3Send

Related Posts

Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ
NORTHEAST

Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ

by News Desk
June 25, 2026
50
Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ
NORTHEAST

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

by News Desk
June 23, 2026
50
Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ
NORTHEAST

Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ

by News Desk
June 15, 2026
50
One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১
NORTHEAST

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

by News Desk
June 8, 2026
50
Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত
NORTHEAST

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

by News Desk
June 5, 2026
50
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
ADVERTISEMENT
Indian Passport : কোনখন দেশত পাছপোৰ্টৰ ব্যয় সৰ্বাধিক? ভাৰতত কিমান?
National-International

Indian Passport I পাছপ’ৰ্টৰ মূল্য বৃদ্ধি, কেনে ধৰণৰ পাছপ’ৰ্টৰ বাবে কিমান খৰচ হয় জানক

June 26, 2026
50
Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ
National-International

Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ

June 26, 2026
50
NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী
National-International

NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী

June 26, 2026
50
Dinesh Trivedi I বাংলাদেশৰ ভাৰতীয় ৰাষ্ট্ৰদূত দীনেশ ত্ৰিবেদীক পূৰ্ণ মন্ত্ৰীৰ মৰ্যাদা
National-International

Dinesh Trivedi I বাংলাদেশৰ ভাৰতীয় ৰাষ্ট্ৰদূত দীনেশ ত্ৰিবেদীক পূৰ্ণ মন্ত্ৰীৰ মৰ্যাদা

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Passport : কোনখন দেশত পাছপোৰ্টৰ ব্যয় সৰ্বাধিক? ভাৰতত কিমান?

Indian Passport I পাছপ’ৰ্টৰ মূল্য বৃদ্ধি, কেনে ধৰণৰ পাছপ’ৰ্টৰ বাবে কিমান খৰচ হয় জানক

June 26, 2026
Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ

Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ

June 26, 2026
NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী

NEET row I পুনৰ অনশনত বহিব সোণম ৱাংচুক, নীট কাণ্ডত কেন্দ্ৰৰ জবাবদিহিতাৰ দাবী

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx