ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

APDCL’s Smart Meter : ডিফুত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত উত্তাল প্ৰতিবাদ কাৰবি আংলং জিলা কংগ্ৰেছৰ

ষ্টাফ ৰি'পৰ্টাৰঃ

News Desk by News Desk
August 27, 2024
Reading Time: 1 min read
A A
0

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

মঙলবাৰে পুৱা প্ৰায় চাৰে এঘাৰ বজাত ডিফু (In Diphu)ত কাৰবি আংলং জিলা কংগ্ৰেছ (Karbi Anglong District Congress)ৰ উদ্যোগত এপিডিচিএলৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে (Against APDCL’s Smart Meter) সাব্যস্ত কৰা হয় উত্তাল প্ৰতিবাদ (Protests) ৷

এই উদ্দেশ্যে কাৰবি আংলং জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি বিদ্যাছিং ৰংপিৰ নেতৃত্বত কংগ্ৰেছ নেতা-কৰ্মীসকলে ডিফু চহৰৰ মাজেৰে এক সমদল বাহিৰ কৰি চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি ডিফুৰ আকাশ-বতাল উত্তাল কৰি তোলে ৷

Smart MeterP2 | ASSAM TIMES POST
ডিফুত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত উত্তাল প্ৰতিবাদ কাৰবি আংলং জিলা কংগ্ৰেছৰ

ইয়াৰ পিছত ডিফুস্থিত এপিডিচিএলৰ উপ-মহা প্ৰৱন্ধকৰ জৰিয়তে সংশ্লিষ্ট শীৰ্ষ বিভাগলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ (Sending memorandum) কৰে ৷

প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, প্লে কাৰ্ড, ফেষ্টুন আদি লৈ স্মাৰ্ট মিটাৰ বন্ধ কৰক, বিদ্যুৎ বিল ৰোধ কৰক, বিজেপি চৰকাৰৰ লুণ্ঠন বন্ধ কৰক৷ সাধাৰণ ৰাইজক হাৰাশাস্তি বন্ধ কৰক, কংগ্ৰেছ জিন্দাবাদ আৰু বিজেপি মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কাৰবি আংলং জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি বিদ্যাছিং ৰংপি (Vidyasing Rangpi)য়ে কয় যে, উক্ত স্মাৰ্ট মিটাৰ স্থাপনৰ জৰিয়তে এপিডিচিএল আৰু বিজেপি চৰকাৰে ৰাইজক লুণ্ঠন চলাইছে ৷ ৰাইজৰ অজ্ঞাতে আৰু অনুমতি অবিহনে ৰাইজৰ ঘৰত স্মাৰ্ট মিটাৰসমূহ স্থাপন কৰিছে৷ উক্ত স্মাৰ্ট মিটাৰত পূৰ্বতকৈ অধিক বিলৰ টকা গ্ৰাহকে পৰিশোধ কৰিবলৈ বাধ্য হৈছে৷ সেয়ে এই স্মাৰ্ট মিটাৰৰ আঁচনি চৰকাৰে শীঘ্ৰে প্ৰত্যাহাৰ কৰিব লাগে৷

Smart MeterP1 | ASSAM TIMES POST
ডিফুত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীৰ প্ৰতিবাদত অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ সম্পাদিকা আৰু মণ্ডল মহিলা কংগ্ৰেছৰো অংশগ্ৰহণ

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত জিলা কংগ্ৰেছৰ সভাপতিকে ধৰি উপ-সভাপতিসকল ৰতন ইংতি, প্ৰদীপ ছিংনাৰ, জগতছিং ইংতি, সাধাৰণ সম্পাদক প্ৰদীপ ডিফুছা অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ সম্পাদিকা পূৰ্ণিমা ৰংহাঙপী আৰু লুম্বজং মণ্ডল মহিলা কংগ্ৰেছৰ সভানেত্ৰী ছেৰিশ্মা ৰংপিপীয়েও অংশগ্ৰহণ কৰে৷

Tags: DiphuSmartMeterডিফুতস্মাৰ্টমিটাৰ
Share4Tweet3Send

Related Posts

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
ADVERTISEMENT
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx