ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Assam CM Independence Day Speech : স্বাধীনতা দিৱসৰ ভাষণত অসমক সমৃদ্ধিশালী কৰাৰ লক্ষ্য ঘোষণা মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 15, 2024
Reading Time: 1 min read
A A
0
Assam CM Independence Day Speech : স্বাধীনতা দিৱসৰ ভাষণত অসমক সমৃদ্ধিশালী কৰাৰ লক্ষ্য ঘোষণা মুখ্যমন্ত্ৰীৰ

RELATED POSTS

Guwahati landslide : গুৱাহাটীত ভয়ানক ভূমিস্খলনত প্ৰাণ গ’ল চাৰিজনৰ

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

New Logo Smal 1 | ASSAM TIMES POST

আজি সমগ্ৰ দেশৰ লগতে অসমতো ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। গুৱাহাটীৰ খানাপাৰা (Khanapara in Guwahati)ৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ (Veterinary College Playground)ত আয়োজিত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ কাৰ্যসূচী (Independence Day Program)ত পতাকা উত্তোলন (Flag hoisting) কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (CM Dr. Himanta Biswa Sarma)ই। লগতে তেওঁ আৰক্ষীৰ অভিবাদনো গ্ৰহণ কৰে।

cmp1 | ASSAM TIMES POST
গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ কাৰ্যসূচী

আনহাতে, স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ জনসাধাৰণক সম্বোধি দিয়া ভাষণত তেওঁ ৰাজ্যখনৰ বৰ্তমান পৰিস্থিতি আৰু উন্নয়নৰ বাবে গ্ৰহণ কৰা কেইবাটাও বিষয়ৰ ওপৰত আলোকপাত কৰে। মুখ্যমন্ত্ৰীৰ ভাষণ (Chief Minister’s Speech)ৰ সাৰাংশ তলত দিয়া হ’ল :

  • বাংলাদেশত থকা হিন্দু, শিখ আৰু খ্ৰীষ্টানসকলৰ বাবে মই চিন্তিত। বাংলাদেশৰ হিন্দুসকলক প্ৰধানমন্ত্ৰীয়ে নিৰাপত্তা দিব বুলি মোৰ বিশ্বাস। অসম-বাংলা সীমান্ত সুৰক্ষিত কৰা হৈছে আৰু এজনো বাংলাদেশীক আহিবলৈ দিয়া নহ’ব।
  • চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্যত অন্তৰ্ভুক্ত হোৱাটো মোৰ ৰাজনৈতিক জীৱনৰ এক অনন্য প্ৰাপ্তি।
  • টাটা গ্ৰুপৰ ২৭ হাজাৰ কোটি টকীয়া জাগীৰোডৰ ছেমি কণ্ডাক্টৰ উদ্যোগ আমাৰ চৰকাৰৰ আন এক প্ৰপ্তি। গুৱাহাটী ৰিং ৰোড প্ৰকল্পও একেদৰে আন এক প্ৰাপ্তি।
  • ২০২৩-২৪ বৰ্ষত ৰাজ্যৰ ঘৰুৱা উৎপাদনৰ ক্ষেত্রত ১৩.৯ শতাংশ আৰু জনমূৰি আয়ৰ ক্ষেত্রত ১২.৮৪ শতাংশ বৃদ্ধিৰে অসমে দেশৰ দ্ৰুত বিকশিত প্ৰথম পাঁচখন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত হ’বলৈ সক্ষম হৈছে।
  • cmp3 | ASSAM TIMES POST
    গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত কেন্দ্ৰীয় স্বাধীনতা দিৱসত নৃত্য অনুষ্ঠান
  • অসমৰ ভৱিষ্যৎ সুৰক্ষিত নহয়। হিন্দু-মুছলমানৰ জনসংখ্যাৰ মাজৰ ভাৰসাম্য লাহে লাহে কমি আহিছে। মুছলমানৰ জনসংখ্যা ৪১ শতাংশলৈ বৃদ্ধি হৈছে। আনহাতে, হিন্দুৰ ৫৭ শতাংশলৈ হ্ৰাস পাইছে। আমি পূৰ্বৰ পৰিৱেশ ঘূৰাই আনিব লাগিব।
  • অহা ২ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া ‘ৰাইট টু পাব্লিক ছাৰ্ভিচ’ আয়োগৰ দ্বাৰা চৰকাৰী কৰ্মচাৰীৰ কামৰ গাফিলতিৰ অভিযোগ দিব পাৰিব। দোষী সাব্যস্ত কৰ্মচাৰীক জৰিমনা বিহা হ’ব।
  • চলিত বৰ্ষৰ ৩১ মে’লৈ অসমত মুঠ ৫,৪১৩ টা বাল্যবিবাহৰগোচৰ ৰুজু হৈছে। ২০২৬ চনৰ ভিতৰত বাল্যবিবাহ নিৰ্মূল কৰা হ’ব।
  • ২০ লাখ পৰিয়ালক নতুনকৈ ৰেচন কাৰ্ড দিয়া হ’ব।
  • অসমত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা ৮ খনলৈ বৃদ্ধি। বি টি এ ডিত দুখন হৈছে ৰাষ্ট্ৰীয় উদ্যান।
  • ৰাজ্যত ৭৪ টা নতুন মহকুমা গঠনৰ কৰা হ’ব।
  • ২ অক্টোবৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০।
  • জনজাতীয় লোকৰ মাটি অন্য সম্প্ৰদায়লৈ হস্তান্তৰ ৰোধৰ বাবে আইন অনা হ’ব। গোৱালপাৰাৰ জনজাতীয় লোকৰ মাটি বিক্ৰী কৰিব নোৱাৰিব।
  • ১ লাখ নিযুক্তি শীঘ্ৰে অতিক্ৰম কৰি ডেৰ লাখত ভৰি দিম। ৯০৩ টা নিযুক্তি সম্পূৰ্ণ হ’লেই ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণ হ’ব।
  • অসমৰ দৰিদ্ৰ লোকৰ জনসংখ্যা ২০১৩-১৪ বৰ্ষৰ ৩৬.৯৭ শতাংশৰ পৰা বৰ্তমান ১৪.৪৭ শতাংশলৈ হ্ৰাস পাইছে। বিকশিত ৰাজ্যৰ পথত আগবাঢ়িছে অসম।
  • খিলঞ্জীয়াৰ প্ৰতি ভাবুকি আহিছে। ১২-১৩ খন জিলাত আমি সংখ্যালঘুত পৰিণত হৈছোঁ। তাৰ বাবে নতুন প্ৰচেষ্টা হাতত ল’ব বিচাৰিছোঁ।
  • বৰপেটা, মাজুলী আৰু বটদ্ৰৱাৰ ভূমি অন্য সম্প্ৰদায়ৰ হাতলৈ যোৱাটো ৰোধ কৰাৰ বাবে এখন কঠোৰ ৰাজহ আইন অনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: GuwahatiIndependenceDayগুৱাহাটীতস্বাধীনতাদিৱস
Share5Tweet3Send

Related Posts

Guwahati landslide : গুৱাহাটীত ভয়ানক ভূমিস্খলনত প্ৰাণ গ’ল চাৰিজনৰ
Guwahati

Guwahati landslide : গুৱাহাটীত ভয়ানক ভূমিস্খলনত প্ৰাণ গ’ল চাৰিজনৰ

by News Desk
September 1, 2026
50
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

by News Desk
August 15, 2026
50
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
ADVERTISEMENT
Karbi Anglong protest : লোকপিয়লত এছ টি মৰ্যাদাৰ দাবীত কাৰ্বি আংলঙত এবছুৰ বৃহৎ প্ৰতিবাদ
KARBI ANGLONG

Karbi Anglong protest : লোকপিয়লত এছ টি মৰ্যাদাৰ দাবীত কাৰ্বি আংলঙত এবছুৰ বৃহৎ প্ৰতিবাদ

September 2, 2026
51
Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত
KARBI ANGLONG

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

September 1, 2026
57
CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ
National-International

CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

September 1, 2026
55
IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ
National-International

IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

September 1, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong protest : লোকপিয়লত এছ টি মৰ্যাদাৰ দাবীত কাৰ্বি আংলঙত এবছুৰ বৃহৎ প্ৰতিবাদ

Karbi Anglong protest : লোকপিয়লত এছ টি মৰ্যাদাৰ দাবীত কাৰ্বি আংলঙত এবছুৰ বৃহৎ প্ৰতিবাদ

September 2, 2026
Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

September 1, 2026
CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

September 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d