ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

Paris Olympics 2024 : অলিম্পিকত স্বৰ্ণ জয়ৰ পিছতে সতীৰ্থৰ পৰা বিবাহৰ প্ৰস্তাৱ লাভ, কোনে কাক দিলে এই প্ৰস্তাৱ

নিউজ ডেস্কঃ

News Desk by News Desk
August 3, 2024
Reading Time: 1 min read
A A
0
Paris Olympics 2024 : অলিম্পিকত স্বৰ্ণ জয়ৰ পিছতে সতীৰ্থৰ পৰা বিবাহৰ প্ৰস্তাৱ লাভ, কোনে কাক দিলে এই প্ৰস্তাৱ

New Logo Smal 5 | ASSAM TIMES POST

RELATED POSTS

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

T-20 World Cup 2026 : বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটিৰ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ

পেৰিছ অলিম্পিক (Paris Olympics)ত চীনৰ হুয়াং য়াকিয়ঙে (Huang Yaqiong of China) সোণৰ পদক জয় (Winning the gold medal) কৰাৰ লগতে কাৰোবাৰ হৃদয়ো জয় কৰে। যাৰ বাবে পদক লাভ কৰাৰ পিছতে প্ৰেমিক য়ুচেনে বিয়াৰ প্ৰস্তাৱ (Boyfriend Yussen proposes marriage) আগবঢ়াই আঙঠিও পিন্ধায় (Wears rings too)। শুকুৰবাৰে এই দৃশ্যৰ সাক্ষী হয় প্ৰেমৰ চহৰ পেৰিছ।

দেশৰ হৈ পদক লাভ কৰিবলৈ পেৰিছলৈ গৈছিল য়াকিয়ং আৰু য়ুচেন। এই পৰ্যন্ত বেডমিণ্টনত মাত্ৰ এটা পদকহে লাভ কৰিছে চীনে। য়াকিয়ঙে সেই পদকটো লাভ কৰে। অৱশ্যে তেওঁৰ প্ৰেমিক য়ুচেন ব্যৰ্থ হয় পদক জয়ত। তেওঁ পুৰুষৰ ডাবলছ ইভেণ্টত আছিল। কিন্তু প্ৰেমিকাই সোণৰ পদক জয় কৰাৰ লগে লগে য়ুচেনে বিয়াৰ প্ৰস্তাৱ দিয়ে। কেৱল সেয়াই নহয়, আঁঠুকাঢ়ি য়াকয়ঙক আঙঠিও পিন্ধাই দিয়ে।
পেৰিছৰ লা চেপেল এৰিনাত তেওঁ ভৰ্তি দৰ্শক। সকলোৱে চিঞৰি চিঞৰি য়ুচেনক উৎসাহিত কৰে।

Oly1 | ASSAM TIMES POST
চীনৰ হুয়াং য়াকিয়ঙে সোণৰ পদক জয়ৰ পিছত প্ৰেমিক য়ুচেনে বিয়াৰ প্ৰস্তাৱ আগবঢ়াই আঙঠিও পিন্ধায়

য়াকিয়ঙে কয়, “মই বৰ সুখী। মোৰ আৱেগবোৰ শব্দৰে প্ৰকাশ কৰিব নোৱাৰো। সোণ পোৱাটো মোৰ কষ্টৰ ফল। আৰু বিয়াৰ প্ৰস্তাৱ এটা পাই আচৰিত হ’লোঁ। এনেকুৱা হ’ব বুলি ভবা নাছিলো। কেনেকৈ উদযাপন কৰিব লাগে সেইটো এতিয়াও ভবা নাই।”

উল্লেখযোগ্য যে টকিঅ’ অলিম্পিকত য়ুচেনে ৰূপৰ পদক লাভ কৰিছিল যদিও এইবাৰ অৱশ্যে গ্ৰুপ পৰ্যায়ৰ পৰাই আঁতৰি যাব লগা হৈছে। পুৰুষৰ ডাবলছত য়ুচেন আৰু তেওঁৰ সতীৰ্থ জুয়ান য়িয়ে কঠিন যুঁজৰ সন্মুখীন হ’বলগীয়া হয়। আনহাতে, ইয়াকিয়ং আৰু জেন ছি ৱেইয়ে প্ৰথমবাৰৰ বাবে সোণৰ পদক লাভ কৰে। ফাইনেলত ২১-৮, ২১-১১ ব্যৱধানত জয়লাভ কৰে।

Tags: HuangYaqiongParisOlympicsহুয়াংয়াকিয়ঙ
Share4Tweet3Send

Related Posts

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ
Sports News

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

by News Desk
April 30, 2026
50
Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ
Sports News

Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

by News Desk
April 30, 2026
50
T-20 World Cup 2026 : বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটিৰ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ
Sports News

T-20 World Cup 2026 : বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটিৰ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ

by News Desk
March 10, 2026
50
T20 World Cup final : বিশ্বকাপৰ ফাইনেলট ১৯ অভিলেখ; অভিষেক, সঞ্জু, ঈশানে অৰ্জন কৰিলে কৃতিত্ব
Sports News

T20 World Cup final : বিশ্বকাপৰ ফাইনেলট ১৯ অভিলেখ; অভিষেক, সঞ্জু, ঈশানে অৰ্জন কৰিলে কৃতিত্ব

by News Desk
March 9, 2026
50
T20 World Cup 2026 : বিশ্ব অভিলেখ ভংগ কৰি টি২০ বিশ্বকাপৰ ফাইনেলত ভাৰত, ভংগ হ’ল ১৯ টা অভিলেখ
Sports News

T20 World Cup 2026 : বিশ্ব অভিলেখ ভংগ কৰি টি২০ বিশ্বকাপৰ ফাইনেলত ভাৰত, ভংগ হ’ল ১৯ টা অভিলেখ

by News Desk
March 6, 2026
50
West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ
Sports News

West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ

by News Desk
March 5, 2026
50
ADVERTISEMENT
Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ
National-International

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

May 15, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

Fuel price hike । প্ৰধানমন্ত্ৰীৰ শক্তি সঞ্চয়ৰ বাৰ্তাৰ পিছত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

May 15, 2026
50
India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11
National-International

India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11

May 15, 2026
50
Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ
National-International

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

May 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

May 15, 2026
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই

Fuel price hike । প্ৰধানমন্ত্ৰীৰ শক্তি সঞ্চয়ৰ বাৰ্তাৰ পিছত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

May 15, 2026
India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11

India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11

May 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx