ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

News Desk by News Desk
April 30, 2026
Reading Time: 1 min read
A A
0
Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

ৰাজস্থান ৰয়েলছৰ অধিনায়ক (Captain of the Rajasthan Royals) ৰিয়ান পৰাগক (Riyan Parag) শাস্তি প্ৰদান (Punishment)। আইপিএলৰ মেচ (IPL Match) চলি থকা অৱস্থাত ড্ৰেচিং ৰুমত ই-চিগাৰেট হুপি (E-cigarette smoke) থকাৰ ভিডিঅ’ প্ৰকাশ হোৱাৰ পিছতে এই পদক্ষেপ। মঙলবাৰে পঞ্জাব কিংছৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত ড্ৰেছিং ৰুমৰ ভিতৰত ই-চিগাৰেট হুপিছিল ৰিয়ান পৰাগে। এই ঘটনা ধৰা পৰাৰ পিছত জৰিমনা হিচাপে তেওঁৰ মেচ-ফিৰ ২৫ শতাংশ কৰ্তম কৰা হৈছে। লগতে তেওঁক এক ‘ডিমেৰিট পইণ্ট’ অৰ্থাৎ অযোগ্যতাৰ পইণ্ট দিয়া হৈছে।

এই সন্দৰ্ভত আইপিএলৰ এক প্ৰেছ বিবৃতিত কোৱা হৈছে যে ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগে বৰ্তমান চলি থকা টাটা আইপিএলৰ ৪০ সংখ্যক মেচত পঞ্জাব কিংছৰ বিৰুদ্ধে আইপিএলৰ খেলুৱৈ আৰু দলীয় বিষয়াৰ আচৰণ বিধিৰ পৰ্যায় ১ ভংগ কৰিছে।

rr | ASSAM TIMES POST
ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

এই বিধি ভংগ কৰাৰ বাবে তেওঁৰ মেচ-ফিৰ ২৫% জৰিমনা বিহাৰ লগতে এটা ‘ডিমেৰিট পইণ্ট’ দিয়া হৈছে। বিবৃতিটোত লগতে কোৱা হৈছে যে ৰিয়ান পৰাগে আইপিএলৰ আচৰণ বিধিৰ ২.২১ অনুচ্ছেদ উলংঘা কৰাটো ধৰা পৰিছে । এই অনুচ্ছেদ অনুযায়ী তেওঁ ‘খেলখনক বদনাম কৰা আচৰণ’ৰ সৈতে জড়িত।

দ্বিতীয় ইনিংছৰ সময়ত ৰিয়ান পৰাগে ড্ৰেছিং ৰুমৰ ভিতৰত ই-চিগাৰেট হুপি থকা দেখা গৈছিল বুলি উল্লেখ কৰা হৈছে। ইফালে ৰিয়ানে তেওঁৰ অপৰাধ স্বীকাৰ কৰাৰ লগতে মেচ ৰেফাৰী অমিত শৰ্মাই বিহা শাস্তি স্বীকাৰ কৰে। উল্লেখ্য যে এতিয়ালৈকে খেলা ৯ খন মেচৰ ভিতৰত আৰআৰে ছয়খনত জয়েৰে ১২ পইণ্ট লৈ পইণ্ট তালিকাত চতুৰ্থ স্থানত আছে যদিও ৰিয়ানৰ বেট একেবাৰে শান্ত হৈ আছে। তেওঁ ৯ খন মেচত ১৪.৬২ গড় আৰু ১২৪.৪৬ ষ্ট্ৰাইক ৰেটেৰে মাত্ৰ ১১৭ ৰাণহে সংগ্ৰহ কৰিছে। তেওঁৰ সৰ্বোচ্চ স্ক’ৰ হৈছে মাত্ৰ ২৯ ৰাণ।

Tags: RiyanParag
Share4Tweet3Send

Related Posts

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

by News Desk
June 11, 2026
50
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক
Sports News

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

by News Desk
June 9, 2026
50
Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ
Sports News

Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

by News Desk
June 3, 2026
50
Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে
Sports News

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

by News Desk
June 1, 2026
50
ADVERTISEMENT
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

June 24, 2026
50
Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম
National-International

Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

June 24, 2026
50
FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ
National-International

FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

June 24, 2026
50
US Iran talks I ইৰাণক পুনৰ সকীয়নি ট্ৰাম্পৰ, শান্তি আলোচনা বাতিলৰো হুংকাৰ
National-International

US Iran talks I ইৰাণক পুনৰ সকীয়নি ট্ৰাম্পৰ, শান্তি আলোচনা বাতিলৰো হুংকাৰ

June 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

June 24, 2026
Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

June 24, 2026
FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

June 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx