ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Langpi hydropower : পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’ৰ লেঙেৰীস্থিত কাৰ্বি লাংপি জলবিদ্যুত প্ৰকল্পত উত্তাল প্ৰতিবাদ : ৩৯ জন স্থানীয় যুৱকৰ বৰ্খাস্তক লৈ কাৰ্বি ছাত্ৰ সন্থাৰ ক্ষোভ”

ষ্টাফ ৰি'পৰ্টাৰঃ

News Desk by News Desk
August 3, 2024
Reading Time: 1 min read
A A
0

New Logo Smal 5 | ASSAM TIMES POST
পশ্চিম কাৰ্বিআংলঙৰ বৈঠালাংছ’ (Baithalangso of West KarbiAnglong)ৰ লেঙেৰীস্থিত কাৰ্বি লাংপি জলবিদ্যুত (Karbi Langpi hydropower at Langeri) প্ৰকল্পৰ মহাপ্ৰৱন্ধকৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। মহাপ্ৰৱন্ধকৰ কাৰ্যালয়ৰ মূল গেইট তলাবন্ধ (main gate lockdown in the office of the general manager) কৰি কাৰ্বি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। প্ৰতিবাদথলীত উপস্থিত হোৱা প্ৰকল্প মহাপ্ৰৱন্ধকক তীব্ৰ ককৰ্থনা প্ৰতিবাৰকাৰী। বিগত ১৭ বছৰৰ পৰা প্ৰকল্পটোত নিৰাপত্তাৰক্ষী হিচাপে নিয়োজিত হৈ থকা ৩৯ জনকৈ স্থানীয় যুৱকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাক কেন্দ্ৰ কৰি কাৰ্বি ছাত্ৰ সন্থাৰ এই প্ৰতিবাদ।

RELATED POSTS

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

karbip1 | ASSAM TIMES POST
কাৰ্বি লাংপি জলবিদ্যুত প্ৰকল্পত উত্তাল প্ৰতিবাদ

চাকৰিৰ পৰা বৰ্খাস্ত কৰা আটাইকেইজনকে বিদ্যুত পৰিষদে নিযুক্তি প্ৰদান কৰি পৰিচালনাৰ বাবে হস্তান্তৰ কৰিছিল ব্যক্তিগত ঠিকাদাৰী প্ৰতিষ্ঠানক।কিন্তু যোৱা জুলাই মাহৰ এক তাৰিখে কোনোধৰণৰ জাননী নিদিয়াকৈ আটাইকেইজনকে বৰ্খাস্ত কৰা বুলি ঘোষণা কৰে কাৰ্বি লাংপি জলবিদ্যুত প্ৰকল্পৰ লেঙেৰী কাৰ্যালয়ে।

জলবিদ্যুত প্ৰকল্পটোৰ নিৰ্মানৰ স্বাৰ্থত নিজৰ ভূমি-সম্পত্তি দান দিয়া এই সকল স্থানীয় যুৱকক স্থায়ী ৰূপত নিযুক্তি প্ৰদান কৰা আশ্বাস প্ৰদান কৰিছিল তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে শক্তিমন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে।কিন্তু ইয়াৰ বিপৰীতে হঠাৎ অস্থায়ী ৰূপত কৰি থকা নিৰাপত্তাৰক্ষীৰ চাকৰিটো হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে এই সকল স্থানীয় যুৱক।

Tags: KarbiLangpihydropowerকাৰ্বিলাংপিজলবিদ্যুত
Share4Tweet3Send

Related Posts

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

by Staff Reporter
July 19, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
ADVERTISEMENT
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

July 19, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

July 19, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

July 19, 2026
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT