Karbi Langpi hydropower : পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’ৰ লেঙেৰীস্থিত কাৰ্বি লাংপি জলবিদ্যুত প্ৰকল্পত উত্তাল প্ৰতিবাদ : ৩৯ জন স্থানীয় যুৱকৰ বৰ্খাস্তক লৈ কাৰ্বি ছাত্ৰ সন্থাৰ ক্ষোভ”
পশ্চিম কাৰ্বিআংলঙৰ বৈঠালাংছ' (Baithalangso of West KarbiAnglong)ৰ লেঙেৰীস্থিত কাৰ্বি লাংপি জলবিদ্যুত (Karbi Langpi hydropower at Langeri) প্ৰকল্পৰ মহাপ্ৰৱন্ধকৰ কাৰ্যালয়ত উত্তপ্ত ...







