ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Amrit Brikshya Andolan ২.০ : কাৰবি আংলঙত অমৃত বৃক্ষ আন্দোলন 2.0 : ডঃ তুলিৰাম ৰংহাঙৰ দ্বাৰা বৃক্ষপুলি ৰোপনেৰে সূচনা

ষ্টাফ ৰি'পৰ্টাৰঃ

News Desk by News Desk
August 1, 2024
Reading Time: 1 min read
A A
0

New Logo Smal 5 | ASSAM TIMES POST

RELATED POSTS

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

বৃহস্পতিবাৰে পুৱা ১১ বজাত ডিফুৰ সমীপৰ তাৰলাংচ’ৰ বাকৰিত ‘এক পেড় মা কে নাম’ (Ek Ped Maa Ke Naam) থীম হিছাপে নামলৈ ১ আগষ্টৰ পৰা ১৫ আগষ্টলৈ (From 1st August to 15 August)কে চলিবলগীয়া অমৃত বৃক্ষ আন্দোলন 2.0 (Amrit Brikshya Andolan ২.০) শুভ উদ্ধোধন (Happy Opening) কৰে কাৰবি আংলঙ (Karbi Anglong Autonomus Council) স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে (CEM Tuliram Ronghange)৷

 কাৰবি আংলঙত অমৃত বৃক্ষ আন্দোলন 2.0
কাৰবি আংলঙত অমৃত বৃক্ষ আন্দোলন 2.0

অসম চৰকাৰৰ পৰিৱেশ আৰু বনবিভাগৰ উদ্যোগত আৰু কাৰবি আংলং জিলা প্ৰশাসন আৰু কাৰবি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ যৌথ সহযোগত শুভাৰম্ভ হোৱা অমৃত বৃক্ষ আন্দোলনটিৰ আজি এটি বৃক্ষপুলি ৰোপন কৰি আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে ৷ অনুষ্ঠানত উপস্থিত থাকে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু তিচ, বিধায়ক বিদ্যাচিং ইংলেং, জিলা আয়ুক্ত নিৰলা ফাংচপী, পৰিষদৰ কেইবাগৰাকী ইএম, এম এ চি আৰু বিভাগীয় বিষয়া কৰ্মচাৰীসকল ৷

AmritP1 1 1 | ASSAM TIMES POST

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে কয়যে অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে কাৰবি আংলঙত ২০ লাখ বৃক্ষ পুলি ৰোপন কৰাৰ লক্ষ্য কৰি লোৱা হৈছে ৷ বৃক্ষ পুলিৰ সমুদায় মূল্য কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে বহন কৰিব বুলি জানিবলৈ দিয়ে ৷ ইয়াৰোপৰি জিলা দুখনৰ শৈক্ষিক প্ৰতিষ্ঠান, অনান্য প্ৰতিষ্ঠান, ব্যক্তিগত চৌহদত বৃক্ষপুলি ৰোপন কৰি অমৃত বৃক্ষ আন্দোলন 2.0 ৰ অংশীদাৰ হবলৈ সকলো শ্ৰেণীৰ ৰাইজক অনুৰোধ জনায় তুলিৰাম ৰংহাঙে৷

Tags: AmritBrikshyaAndolan২অমৃতবৃক্ষআন্দোলন2
Share4Tweet3Send

Related Posts

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
ADVERTISEMENT
CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি
National-International

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

July 20, 2026
50
CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই
National-International

CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই

July 20, 2026
50
NEET UG 2026 results I শামুকৰ পেটত মাণিক, নীটত উজলিল কাৰ্বি পাহাৰৰ একেটা পৰিয়ালৰ দুই সন্তান
National-International

NEET UG 2026 results I শামুকৰ পেটত মাণিক, নীটত উজলিল কাৰ্বি পাহাৰৰ একেটা পৰিয়ালৰ দুই সন্তান

July 20, 2026
50
Tripura DGP death I ত্রিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধানৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ
National-International

Tripura DGP death I ত্রিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধানৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

July 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

July 20, 2026
CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই

CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই

July 20, 2026
NEET UG 2026 results I শামুকৰ পেটত মাণিক, নীটত উজলিল কাৰ্বি পাহাৰৰ একেটা পৰিয়ালৰ দুই সন্তান

NEET UG 2026 results I শামুকৰ পেটত মাণিক, নীটত উজলিল কাৰ্বি পাহাৰৰ একেটা পৰিয়ালৰ দুই সন্তান

July 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx