ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

HC on abortion : গৰ্ভপাতৰ সিদ্ধান্ত সম্পূৰ্ণ মহিলাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
July 27, 2024
Reading Time: 1 min read
A A
0
HC on abortion : গৰ্ভপাতৰ সিদ্ধান্ত সম্পূৰ্ণ মহিলাৰ

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ

Strait of Hormuz । ভাৰতীয় জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে মুক্তভাৱে কেনেদৰে যাত্ৰা কৰিছে, জনালে নতুন দিল্লীয়ে

CBSE I ছাত্ৰ-ছাত্ৰীৰ বাবে চিবিএছইৰ এক ডাঙৰ সিদ্ধান্ত

গৰ্ভধাৰণৰ ৩২ সপ্তাহৰ পিছত শিশুটিক ৰখাৰ সিদ্ধান্ত এলাহাবাদ উচ্চ ন্যায়ালয়ে (Allahabad High Court) মানি লৈ কয় যে ছোৱালীজনীয়ে প্ৰসৱৰ পিছত শিশুটিক দত্তক লোৱাৰ বাবে দিব পাৰে। এই সন্দৰ্ভত ছোৱালীজনীৰ সিদ্ধান্ত ৰাজ্যই মানি ল’ব। ২৪ জুলাইত এলাহাবাদ উচ্চ ন্যায়ালয়ে ১৫ বছৰীয়া কিশোৰীৰ গৰ্ভপাতৰ আবেদনৰ শুনানিৰ সময়ত এই ৰায় প্ৰদান কৰে।

ন্যায়াধীশ শেখৰ বি চাৰাফ আৰু মনজীৱ শুক্লাৰ বিচাৰপীঠে কয় যে ৩২ সপ্তাহত গৰ্ভপাতৰ আশংকা ছোৱালীজনী আৰু পৰিয়ালক বুজাই দিয়াৰ পিছত কেৱল সংশ্লিষ্ট মহিলাগৰাকীয়েহে শিশুটিক ৰখা বা সন্তানৰ গৰ্ভপাত (Keeping the child or aborting the child)ৰ দৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত (Important decisions) ল’ব পাৰে। ইয়াত তেওঁৰ ব্যক্তিগত সিদ্ধান্তইহে প্ৰাধান্য পাব, আন কাৰোবাৰ মতামত নহয়।

২৪ জুলাইৰ আদেশত লগতে কোৱা হৈছে, “যদি ছোৱালীজনীয়ে গৰ্ভধাৰণ অব্যাহত ৰাখিব বিচাৰে তেন্তে ছোৱালীজনীৰ সিদ্ধান্ত গ্ৰহণ কৰা আৰু যিমান পাৰি গোপনীয়তা বজাই ৰখাটো ৰাষ্ট্ৰৰ দায়িত্ব। ইয়াৰ সমান্তৰালকৈ শিশুটিক যাতে দেশৰ নাগৰিক হিচাপে স্বীকৃতি দিয়া হয় আৰু সংবিধানত সন্নিৱিষ্ট মৌলিক অধিকাৰৰ পৰা বঞ্চিত নহয় তাৰো লক্ষ্য ৰাখিব লাগিব।”

court 1 | ASSAM TIMES POST
গৰ্ভপাতৰ সিদ্ধান্ত সম্পূৰ্ণ মহিলাৰ, এলাহাবাদ উচ্চ ন্যায়ালয়

উল্লেখযোগ্য যে ভুক্তভোগী কিশোৰী স্কুলীয়া ছাত্ৰী। ককাকৰ ঘৰত থকা সময়ত এজন লোকে প্ৰলোভিত কৰি অপহৰণ কৰি কেইবাবাৰো ধৰ্ষণ কৰাৰ অভিযোগ। প্ৰথম অৱস্থাত ভাৰতীয় দণ্ডবিধিৰ ৩৬৩ ধাৰাৰ (পহৰণ) অধীনত এজাহাৰ দাখিল কৰা হৈছিল যদিও ছোৱালীজনীক উদ্ধাৰ কৰাৰ পিছত ধৰ্ষণৰ অভিযোগৰ ভিত্তিত POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। আদালতত গৰ্ভপাতৰ আবেদন জনোৱাৰ সময়ত তেওঁ গৰ্ভৱতী আছিল ২৯ সপ্তাহ।

তিনিজন পৃথক চিকিৎসকৰ দলে প্ৰাথমিক পৰীক্ষাৰ অন্তত কয় যে শিশুটিক ৰাখিব বিচৰাটোৱে ভুক্তভোগীৰ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব। কিন্তু এই পৰ্যায়ত গৰ্ভপাত কৰাটো অতি বিপদজনক। ছোৱালীজনীৰ মৃত্যুৰ আশংকা আছে। ইয়াৰ পিছতো ছোৱালীজনীৰ পিতৃ-মাতৃয়ে গৰ্ভপাতক লৈ অটল আছিল।

শেষত আবেদনকাৰী ছোৱালীজনী আৰু তেওঁৰ পিতৃ-মাতৃয়ে ইয়াৰ লগত জড়িত শাৰীৰিক বিপদসমূহ বিবেচনা কৰি গৰ্ভাৱস্থা অব্যাহত ৰাখিবলৈ সন্মতি দিয়ে।

Tags: AllahabadHighCourtAbortionএলাহাবাদউচ্চন্যায়ালয়
Share4Tweet3Send

Related Posts

US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ
National-International

US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ

by Staff Reporter
May 30, 2026
50
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক
National-International

Strait of Hormuz । ভাৰতীয় জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে মুক্তভাৱে কেনেদৰে যাত্ৰা কৰিছে, জনালে নতুন দিল্লীয়ে

by Staff Reporter
May 30, 2026
50
২৭জুনত ঘোষণা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফল:
National-International

CBSE I ছাত্ৰ-ছাত্ৰীৰ বাবে চিবিএছইৰ এক ডাঙৰ সিদ্ধান্ত

by Staff Reporter
May 30, 2026
50
Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া
National-International

Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া

by Staff Reporter
May 30, 2026
50
Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ
National-International

Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ

by News Desk
May 29, 2026
50
India’s mango : আলফনছ’-লাংৰা পৰীক্ষাত ‘অনুত্তীৰ্ণ’: ভাৰতৰ আম আমদানি নিষিদ্ধ কৰিলে জাপানে
National-International

India’s mango : আলফনছ’-লাংৰা পৰীক্ষাত ‘অনুত্তীৰ্ণ’: ভাৰতৰ আম আমদানি নিষিদ্ধ কৰিলে জাপানে

by News Desk
May 29, 2026
50
ADVERTISEMENT
US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ
National-International

US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ

May 30, 2026
50
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক
National-International

Strait of Hormuz । ভাৰতীয় জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে মুক্তভাৱে কেনেদৰে যাত্ৰা কৰিছে, জনালে নতুন দিল্লীয়ে

May 30, 2026
50
২৭জুনত ঘোষণা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফল:
National-International

CBSE I ছাত্ৰ-ছাত্ৰীৰ বাবে চিবিএছইৰ এক ডাঙৰ সিদ্ধান্ত

May 30, 2026
50
Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া
National-International

Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া

May 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ

US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ

May 30, 2026
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক

Strait of Hormuz । ভাৰতীয় জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে মুক্তভাৱে কেনেদৰে যাত্ৰা কৰিছে, জনালে নতুন দিল্লীয়ে

May 30, 2026
২৭জুনত ঘোষণা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফল:

CBSE I ছাত্ৰ-ছাত্ৰীৰ বাবে চিবিএছইৰ এক ডাঙৰ সিদ্ধান্ত

May 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx