ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam Floods : চলিত বানত মৃত্যুৰ সংখ্যা ৪৬ জনলৈ বৃদ্ধি, বুধবাৰে মৃত্যু ৮ জনৰ

নিউজ ডেস্কঃ

News Desk by News Desk
July 4, 2024
Reading Time: 1 min read
A A
0
Assam Floods : চলিত বানত মৃত্যুৰ সংখ্যা ৪৬ জনলৈ বৃদ্ধি, বুধবাৰে মৃত্যু ৮ জনৰ

RELATED POSTS

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

New Logo Smal | ASSAM TIMES POST

ৰাজ্যৰ বান (Assam Flood) পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছে। আনহাতে, বানৰ কবলত পৰাসকল অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে। ঘৰ-বাৰী পানীৰ তলত বুৰ যোৱাৰ লগতে পশুধন তথা খেতি ফথাৰৰো বিস্তৰ ক্ষতি হৈছে। আনহাতে, বানত মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে। চৰকাৰী তথ্য মতে, চলিত বানত এতিয়ালৈকে ৪৬ জন লোকৰ মৃত্যু (46 people have died so far) হৈছে। কেৱল বুধবাৰৰ দিনটোতে বানত বুৰি ৮ জন লোকৰ মৃত্যু হয়। ইয়াৰে ভিতৰত মৰিগাঁও, দৰং, গোলাঘাট, বিশ্বনাথ, তিনিচুকীয়া আৰু ডিব্ৰুগড়ত এজনকৈ লোকৰ মৃত্যু হয়। আনহাতে, শোণিতপুৰ জিলাত দুজন লোকৰ মৃত্যু হয় ৷ ইয়াৰ উপৰি তিনিজন লোক এতিয়াও সন্ধানহীন হৈ আছে৷

Flood2 | ASSAM TIMES POST

এইবাৰৰ বানত বিশেষকৈ মাজুলীত হাহাকাৰ পৰিস্থিতি (Situation in Majuli worst)ৰ সৃষ্টি হৈছে। আনহাতে, বানৰ কবলত পৰিছে কাজিৰঙা, পবিতৰা, ওৰাং, লাওখোৱা, মানাহকে ধৰি কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান তথা অভয়াৰণ্য। যাৰ ফলত বন্য জীৱ-জন্তুৰো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু জনাঞ্চললৈ ওলাই আহি বহু ঠাইত ত্ৰাসৰ সৃষ্টি কৰিছে।

উজনি-নামনিৰ লগতে গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱর্তী চন্দ্ৰপুৰ, পানীখাইতী (Chandrapur, Panikhaiti, adjoining Guwahati city) আদি অঞ্চলৰো কেইবাখনো গাঁও ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ তলত (under water)।

flood | ASSAM TIMES POST

ইফালে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ শেহতীয়া তথ্য মতে, সাম্প্ৰতিক বানত ৰাজ্যৰ ২৯ খন জিলাৰ ১০৫ টা ৰাজহ চক্ৰৰ ২,৮০০ খন গাঁও জলমগ্ন হৈছে। চলিত বানত ক্ষতিগ্ৰস্ত হৈছে ১৬,২৫,০৮৯ গৰাকী লোক। ইয়াৰ উপৰি ৩৯,৪৫১ হেক্টৰ কৃষিভূমিও পানীৰ তলত ডুব গৈ আছে৷

আনহাতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ১৮১ টা আশ্ৰয় শিবিৰত ২৫,৭৪৪ আৰু ৩৩৪ টা বান সাহায্য কেন্দ্ৰত ৩,৬১,২০৬ গৰাকী বানাক্ৰান্তই আশ্ৰয় গ্ৰহণ কৰিবলগা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Assamfloodsঅসমৰবানপানী
Share5Tweet3Send

Related Posts

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

by News Desk
September 25, 2026
52
Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
Assam

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

by News Desk
September 25, 2026
51
Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

by News Desk
September 25, 2026
51
Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক
Assam

Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক

by News Desk
September 25, 2026
52
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

by News Desk
September 24, 2026
51
Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ
Assam

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

by News Desk
September 24, 2026
61
ADVERTISEMENT
Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ
Guwahati

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
51
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
51
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026
52
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

September 25, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d