ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Guwahati Ring road : গুৱাহাটী ৰিং ৰোডৰ বাবে প্ৰায় ৫ হাজাৰ কোটিৰ বাজেট নিৰ্ধাৰণ

নিউজ ডেস্কঃ

News Desk by News Desk
June 18, 2024
Reading Time: 1 min read
A A
0
Guwahati Ring road : গুৱাহাটী ৰিং ৰোডৰ বাবে প্ৰায় ৫ হাজাৰ কোটিৰ বাজেট নিৰ্ধাৰণ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰোড প্ৰকল্প (Guwahati Ring Road Project)ৰ বাবে নিবিদা আহ্বান কৰিছে। প্ৰস্তাৱিত ১২১.৪৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ (Proposed 121.432 km length) এই ৰিং ৰোডৰ আনুমানিক ব্যয় ধার্য কৰা হৈছে ৪৬১৭.৪৫ কোটি টকা।

উল্লেখযোগ্য যে ভাৰত চৰকাৰে এন এইচ এ আইক দায়িত্ব অৰ্পণ কৰা গুৱাহাটী ৰিং ৰোড নিৰ্মাণৰ বাবে দীৰ্ঘদিনীয়া জৰীপ চলায়। এই জৰীপৰ অন্তত প্ৰকল্পটোক তিনিটা খণ্ডত বিভক্ত কৰে।

Ring road | ASSAM TIMES POST

ইয়াৰে দুটা মুখ্য খণ্ড প্ৰকল্প হৈছে-
(১) বাইহাটা চাৰিআলিৰ পৰা চন্দ্ৰপুৰৰ কুৰুৱা হৈ সোণাপুৰলৈ ৫৫.৫৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গ্ৰীণফিল্ড উত্তৰ গুৱাহাটী বাইপাছ নিৰ্মাণ।

(২) ৭.৭৬৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ জয়নগৰ (গুৱাহাটী) আণ্ডাৰপাছৰ পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰাবাট জংচনলৈ চাৰিলেনৰ পৰা ছয় লেনলৈ বহল কৰা।

উল্লেখযোগ্য যে এই ৰিং ৰোডৰ সহায়ত উজনি অসমলৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ যেনে ৰঙিয়া, নলবাৰী, বৰপেটা, বঙাইগাঁও, ধুবুৰী আদিৰ পৰা গুৱাহাটী চহৰক বাইপাছ কৰিব পাৰিব। ইয়াৰ পৰা বাইহাটা চাৰিআলিৰ পৰা কুৰুৱা হৈ সোণাপুৰলৈ যোৱা প্ৰস্তাৱিত চাৰিলেন পথটো গ্ৰহণ কৰিব পাৰিব। 

আনহাতে, গুৱাহাটী ৰিং ৰোডৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত গুৱাহাটীত যান-জঁটৰ সমস্যা লাঘৱ হ’ব বুলি অনুমান কৰা হৈছে।

Tags: GuwahatiRingroadগুৱাহাটীৰিংৰোড
Share4Tweet3Send

Related Posts

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা
Guwahati

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

by News Desk
May 13, 2026
50
Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ
Guwahati

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

by News Desk
May 8, 2026
50
Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Guwahati

Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

by News Desk
May 6, 2026
50
ADVERTISEMENT
সাময়িকভাবে স্থগিত কেদাৰনাথ যাত্রা, উত্তৰাখণ্ডত ধাৰাষাৰ বৃষ্টিৰ সতর্কতা জাৰি
National-International

কেদাৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

May 31, 2026
50
GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা
National-International

GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা

May 31, 2026
50
Medicine price hike : ১ এপ্ৰিলৰ পৰা বৃদ্ধি পালে ৯০০ অত্যাৱশ্যকীয় ঔষধৰ মূল্য
National-International

‎৩০টা অত্যাৱশ্যকীয় ঔষধৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ I তালিকাত ডায়েবেটিচ, হৃদৰোগ ঔষধো অন্তৰ্ভুক্ত

May 31, 2026
50
Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত
National-International

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

May 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

সাময়িকভাবে স্থগিত কেদাৰনাথ যাত্রা, উত্তৰাখণ্ডত ধাৰাষাৰ বৃষ্টিৰ সতর্কতা জাৰি

কেদাৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

May 31, 2026
GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা

GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা

May 31, 2026
Medicine price hike : ১ এপ্ৰিলৰ পৰা বৃদ্ধি পালে ৯০০ অত্যাৱশ্যকীয় ঔষধৰ মূল্য

‎৩০টা অত্যাৱশ্যকীয় ঔষধৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ I তালিকাত ডায়েবেটিচ, হৃদৰোগ ঔষধো অন্তৰ্ভুক্ত

May 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx