বৃহস্পতিবাৰে পুৱা ৯-৩০ মান বজাত বোকাজান (Bokajan) মহকুমাৰ বালিপথাৰৰ ডিলাউজান (Dilauzan of Balipathar) এটি ভয়ঙ্কৰ পথ দুৰ্ঘটনা (Road accidents)৷ সংঘটিত পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত (One spot Death) হয় বুলি জানিব পৰা গৈছে ৷
প্ৰাপ্ত খবৰ অনুসৰি NL07A6270 নম্বৰৰ বিলাহী কঢ়িয়াই অনা বাহনখন ডিমাপুৰ ফালে গৈ থকা অৱস্থাত পথত থকা দলংত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত সংঘটিত দুৰ্ঘটনাত থিতাতে নিহত বাহনখনৰ চালক ৰাজেন্দ্ৰ মাহাতো।