বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত গুৱাহাটী (Guwahati)ত বিজয়ৰ হাঁহি মাৰিলে বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি (BJP candidate Bijli Kalita Medhi wins)য়ে৷ বিজুলী কলিতা মেধিয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ মীৰা বৰঠাকুৰক পৰাস্ত কৰে৷
![Lok sabha election 2024 results : গুৱাহাটীত বিজুলী কলিতা মেধিৰ জয়লাভ 3 bijuli 1 | ASSAM TIMES POST](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/06/bijuli-1.jpg?resize=1077%2C606&ssl=1)
বিজুলী কলিতা মেধিয়ে ৭,৭৯,৮৬০ টা ভোটয ইয়াৰ বিপৰীতে মীৰা বৰঠাকুৰে লাভ কৰে ৫,৭৫,৪৫৭ টা ভোট৷ অৰ্থাৎ প্ৰায় ২ লাখ ভোটৰ ব্যৱধানত বিজুলী কলিতা মেধিয়ে জয়লাভ কৰে ৷