ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Cambridge International Education I লণ্ডনৰ কেম্ব্ৰিজ ইন্টাৰনেচনেল এডুকেচনৰ পৰীক্ষাত উজলিল বোকাখাতৰ মৃনভ অনুপম শইকীয়া

অজন্তা তালুকদাৰঃ বোকাখাত :

News Desk by News Desk
May 24, 2024
Reading Time: 1 min read
A A
0
Cambridge International Education I লণ্ডনৰ কেম্ব্ৰিজ ইন্টাৰনেচনেল এডুকেচনৰ পৰীক্ষাত উজলিল বোকাখাতৰ মৃনভ অনুপম শইকীয়া

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

CM London visit I বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ প্ৰয়াস, মুখ্যমন্ত্ৰী লণ্ডনলৈ ৰাওনা

Zubeen Garg I জুবিন গাৰ্গৰ স্মৃতিত ১৯ নৱেম্বৰত চানমাৰিত বিশাল সাংস্কৃতিক অনুষ্ঠান

গৃহ নগৰ বোকাখাতত বিশ্ব ক্ৰিকেট তাৰকা ‘অসম সৌৰভ’ উমা ছেত্ৰীক ২ শতাধিক দল-সংগঠন, ব্যক্তিৰ উষ্ম আদৰণি:

লণ্ডনৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয় অধীনৰ কেম্ব্ৰিজ ইন্টাৰনেচনেল এডুকেচন (Cambridge International Education)ৰ দ্বাৰা বিশ্বৰ বিভিন্ন দেশত ২০২৩-২৪ শিক্ষা বৰ্ষত আয়োজন কৰা ইন্টাৰনেচনেল জেনেৰেল চাৰ্টিফিকেট অৱ চেকণ্ডেৰী এডুকেচন চমুকৈ আই জি চি এছ ই (IGCSE)ৰ দশম শ্ৰেনীৰ চূড়ান্ত পৰীক্ষাত বোকাখাত (Bokakhat)ৰ কিশোৰ মৃনভ অনুপম শইকীয়া (Mrunav Anupam Saikia)ই ৯৭ শতাংশ নম্বৰেৰে ‘এ ষ্টাৰ’ গ্ৰেড (‘A Star’ Grade) লাভ কৰি সুখ্যাতিৰে উতীৰ্ণ (Out of fame) হৈ বোকাখাতৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে ৷

লণ্ডনৰ কেম্ব্ৰিজ ইন্টাৰনেচনেল এডুকেচনৰ পৰীক্ষাত উজলিল বোকাখাতৰ মৃনভ অনুপম শইকীয়া
লণ্ডনৰ কেম্ব্ৰিজ ইন্টাৰনেচনেল এডুকেচনৰ পৰীক্ষাত উজলিল বোকাখাতৰ মৃনভ অনুপম শইকীয়া

আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজিত আৰু স্বীকৃত এই দশম মানৰ পৰীক্ষাৰ সদ্য ঘোষিত ফলাফলত বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ ১০ শতাংশ ছাত্ৰ ছাত্ৰীকহে ‘এ ষ্টাৰ’ গ্ৰেড প্ৰদান কৰা হৈছে ৷ তাৰে ভিতৰত মৃনভ অনুপম শইকীয়াও আছে ৷ মৃনভ অনুপম শইকীয়াই মুম্বাইৰ দ্বাৰকীভাই গংগাধৰ খেটান ইন্টাৰনেচনেল স্কুলৰ পৰা দশম শ্ৰেনীৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ মৃনভ অনুপম শইকীয়া বোকাখাতৰ অনুপম শইকীয়া আৰু গীতাঞ্জলি শইকীয়াৰ সুযোগ্য সন্তান আৰু আপকুৰ প্ৰতিষ্ঠাপক সভাপতি সাংবাদিক প্ৰয়াত ভৱেশ শইকীয়াৰ নাতি ৷

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: CambridgeInternationalEducationMrunavAnupamSaikiaকেম্ব্ৰিজইন্টাৰনেচনেলএডুকেচন
Share4Tweet3Send

Related Posts

CM London visit I বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ প্ৰয়াস, মুখ্যমন্ত্ৰী লণ্ডনলৈ ৰাওনা
Assam

CM London visit I বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ প্ৰয়াস, মুখ্যমন্ত্ৰী লণ্ডনলৈ ৰাওনা

by Staff Reporter
November 15, 2025
52
Zubeen Garg I জুবিন গাৰ্গৰ স্মৃতিত ১৯ নৱেম্বৰত চানমাৰিত বিশাল সাংস্কৃতিক অনুষ্ঠান
Assam

Zubeen Garg I জুবিন গাৰ্গৰ স্মৃতিত ১৯ নৱেম্বৰত চানমাৰিত বিশাল সাংস্কৃতিক অনুষ্ঠান

by Staff Reporter
November 12, 2025
52
গৃহ নগৰ বোকাখাতত বিশ্ব ক্ৰিকেট তাৰকা ‘অসম সৌৰভ’ উমা ছেত্ৰীক ২ শতাধিক দল-সংগঠন, ব্যক্তিৰ উষ্ম আদৰণি:
Assam

গৃহ নগৰ বোকাখাতত বিশ্ব ক্ৰিকেট তাৰকা ‘অসম সৌৰভ’ উমা ছেত্ৰীক ২ শতাধিক দল-সংগঠন, ব্যক্তিৰ উষ্ম আদৰণি:

by Staff Reporter
November 8, 2025
60
অসম-নাগালেণ্ড সীমান্ত লাহৰিজানত সন্দেহযুক্ত হেৰইন সহ এজন সৰবৰাহকাৰী আটক
Assam

অসম-নাগালেণ্ড সীমান্ত লাহৰিজানত সন্দেহযুক্ত হেৰইন সহ এজন সৰবৰাহকাৰী আটক

by Staff Reporter
November 6, 2025
63
Bhaskar Jyoti Mahanta I ৰাজ্যাৰ মুখ্য তথ্য আয়ুক্তৰ পদ এৰিলে ভাস্কৰজ্যোতি মহন্তই
Assam

Bhaskar Jyoti Mahanta I ৰাজ্যাৰ মুখ্য তথ্য আয়ুক্তৰ পদ এৰিলে ভাস্কৰজ্যোতি মহন্তই

by Staff Reporter
November 6, 2025
54
Tragic Loss: Beloved Elephant’s Life Cut Short by Suspected Electrocution in Sonitpur
Assam

লালমাটি, বালিজানত হাতী-মানুহৰ সংঘাত! হাতীৰ গছকত প্ৰাণবায়ু উৰি গ’ল এজন ৪৫ বছৰীয়া লোকৰ

by Staff Reporter
November 6, 2025
51
ADVERTISEMENT
Rape I ককাকৰ অপমানৰ প্ৰতিশোধ ল’বলৈ ১০ বছৰীয়া নাতিনীক ধৰ্ষণ কৰি হত্যা
National-International

উত্তৰ প্ৰদেশত শিলৰ কুৱেৰী খহি এজন শ্ৰমিকৰ মৃত্যু, আবদ্ধ ১৫

November 16, 2025
50
আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা
KARBI ANGLONG

আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

November 15, 2025
55
টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে
National-International

টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে

November 15, 2025
54
CM London visit I বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ প্ৰয়াস, মুখ্যমন্ত্ৰী লণ্ডনলৈ ৰাওনা
Assam

CM London visit I বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ প্ৰয়াস, মুখ্যমন্ত্ৰী লণ্ডনলৈ ৰাওনা

November 15, 2025
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rape I ককাকৰ অপমানৰ প্ৰতিশোধ ল’বলৈ ১০ বছৰীয়া নাতিনীক ধৰ্ষণ কৰি হত্যা

উত্তৰ প্ৰদেশত শিলৰ কুৱেৰী খহি এজন শ্ৰমিকৰ মৃত্যু, আবদ্ধ ১৫

November 16, 2025
আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

November 15, 2025
টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে

টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে

November 15, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13842) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2051) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3492) Lifestyle (24) literature (16) National-International (10880) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d