ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home BREAKING NEWS

Akshay Kumar casted vote I ভাৰতীয় নাগৰিকত্ব লাভৰ পিছত প্ৰথমবাৰৰ বাবে ভোটদান অক্ষয় কুমাৰৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 20, 2024
Reading Time: 1 min read
A A
0
Akshay Kumar casted vote I ভাৰতীয় নাগৰিকত্ব লাভৰ পিছত প্ৰথমবাৰৰ বাবে ভোটদান অক্ষয় কুমাৰৰ

Oplus_131072

RELATED POSTS

🔴 BREAKING | হাতীগাঁও আৰক্ষীৰ জালত তিনি সন্দেহযুক্ত চাইবাৰ অপৰাধী

SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

New Logo Smal 1 | ASSAM TIMES POST

ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে ভোটদান কৰে অভিনেতা অক্ষয় কুমাৰে (Akshay Kumar) । দেশৰ চলিত লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত আজি মুম্বাইৰ ১৩টা সমষ্টিত চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।

Akshay Kumar casted vote I
ভাৰতীয় নাগৰিকত্ব লাভৰ পিছত প্ৰথমবাৰৰ বাবে ভোটদান অক্ষয় কুমাৰৰ:

অক্ষয় কুমাৰে পুৱা জুহুৰ এটা বুথত গৈ ভোটদান কৰে। ভোটদানৰ অন্তত অভিনেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, “মই বিচাৰো মোৰ দেশ শক্তিশালী হওক। সেই কথা মনত ৰাখি মই ভোট দিলোঁ।”

উল্লেখযোগ্য যে অভিনেতা অক্ষয় কুমাৰ ২০২৩ চনত স্বাধীন ভাৰতৰ নাগৰিক হয়। ২০১৯ চনত তেওঁ ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছিল। ভাৰতীয় চলচ্চিত্ৰত অভিনয় কৰাৰ পিছতো ১৯৯০ চনত কানাডাৰ নাগৰিকত্বৰ বাবে আৱেদন কৰে। অভিনেতাজনে এতিয়ালৈকে কানাডাৰ নাগৰিক হোৱাৰ বাবে ভোটদান কৰিব পৰা নাছিল।

আজি পুৱা সাত বজাত মুম্বাইত ফাৰহান আখতাৰ, জয়া আখতাৰ, জাহ্নৱী কাপুৰ, ৰাজকুমাৰ ৰাওকে ধৰি একাধিক বলীউডৰ তাৰকাই ভোটদান কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: প্ৰথমবাৰৰ বাবে ভোটদান অক্ষয় কুমাৰৰভাৰতীয় নাগৰিকত্ব লাভৰ পিছত
Share4Tweet3Send

Related Posts

🔴 BREAKING | হাতীগাঁও আৰক্ষীৰ জালত তিনি সন্দেহযুক্ত চাইবাৰ অপৰাধী
BREAKING NEWS

🔴 BREAKING | হাতীগাঁও আৰক্ষীৰ জালত তিনি সন্দেহযুক্ত চাইবাৰ অপৰাধী

by News Desk
September 4, 2026
59
SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত
BREAKING NEWS

SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত

by ASSAM TIMES POST
September 3, 2026
55
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা
BREAKING NEWS

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

by ASSAM TIMES POST
June 30, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested
BREAKING NEWS

Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested

by ASSAM TIMES POST
January 22, 2026
97
ADVERTISEMENT
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
51
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026
51
CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d