ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Assam CM on relocating Chakma Hajong refugees : চাকমা হাজং শৰণাৰ্থীক অসমত সংস্থাপিত কৰাৰ কথা অস্বীকাৰ মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
April 23, 2024
Reading Time: 1 min read
A A
0
Assam CM on relocating Chakma Hajong refugees : চাকমা হাজং শৰণাৰ্থীক অসমত সংস্থাপিত কৰাৰ কথা অস্বীকাৰ মুখ্যমন্ত্ৰীৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

শেহতীয়াকৈ অৰুণাচলত আশ্ৰয় লৈ থকা চাকমা হাজং শৰণাৰ্থীক (Chakma Hajong refugee) অসমত সংস্থাপিত কৰিব বুলি ওলোৱা এক খবৰে তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Chief Minister Himanta Biswa Sarma) নিজৰ স্থিতি স্পষ্ট (status is clear) কৰিছে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে অসমত চাকমা আৰু হাজং শৰণাৰ্থীক সংস্থাপিত কৰাৰ সন্দৰ্ভত তেওঁৰ সৈতে কোনো যোগাযোগ কৰা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে এই দাবী কৰে।

নাগৰিকত্ব (সংশোধনী) আইন ৰূপায়ণৰ পিছত অৰুণাচল প্ৰদেশৰ পৰা এই শৰণাৰ্থীসকলক অসমলৈ স্থানান্তৰিত (Refugees relocated to Assam) কৰাৰ বাবে আলোচনা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ মন্তব্যৰ (Union Minister Kiren Rijiju’s remarks) পিছতে তেওঁৰ এই মন্তব্য আহিছে।

“ৰিজিজুৱে কি কৈছে মই নাজানো, কিন্তু ভাৰত চৰকাৰে এই বিষয়বোৰ আমাৰ সৈতে আলোচনা কৰা নাই। অৰুণাচল প্ৰদেশৰ ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰিজিজুৱে হয়তো কিবা কৈছিল।” এক নিৰ্বাচনী প্ৰচাৰ সভাৰ সময়ত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত এনেদৰে কয়।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে শৰণাৰ্থীসকলক পুনৰ সংস্থাপনৰ বাবে কোনো ভূমি উপলব্ধ নাই। তেওঁ লগতে কয়, “চাকমা বা হাজং সম্প্ৰদায়ৰ কোনেও মোক লগ কৰা নাই বা ভাৰত চৰকাৰে মোৰ সৈতে আলোচনা কৰা নাই। মই নিৰ্বাচনৰ পিছত বিষয়টো সম্পৰ্কে ৰিজিজুৰ সৈতে কথা পাতিম।”

AP | ASSAM TIMES POST

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অৰুণাচল প্ৰদেশত বাস কৰা প্ৰায় ৬,০০০-৭,০০০ অসমীয়া লোকক অসম চৰকাৰে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব।

উল্লেখযোগ্য যে ৰিজিজুৱে যোৱা সপ্তাহত ইটানগৰত এখন সংবাদমেলত দাবী কৰে যে ৰাজ্যখনৰ বাবে কা এক ‘ডাঙৰ আশীৰ্বাদ’ হৈ আহিছে। কিয়নো ই তেওঁৰ ৰাজ্যৰ যিকোনো বিদেশী বা শৰণাৰ্থীৰ নাগৰিকত্বৰ দুৱাৰ বন্ধ কৰি দিছে।

তেওঁ কয় যে চাকমা, হাজং শৰণাৰ্থীসকলক তেওঁলোকৰ পুনৰ সংস্থাপনৰ সুবিধাৰ বাবে ৰাজ্য ত্যাগ কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ জনোৱা হৈছে।

“আমি অসম চৰকাৰ আৰু আন লোকসকলৰ সৈতে স্থানান্তৰৰ বাবে কথা পাতিছো। কিন্তু চিনাক্তকৰণ (পুনৰ্সংস্থাপনৰ বাবে ভূমি) কৰাৰ পূৰ্বে আমি এই বিষয়ে বেছি আলোচনা কৰিব নিবিচাৰো। মই এই ইংগিত দিব পাৰোঁ যে আমি অসম চৰকাৰৰ সৈতে কথা পাতিছো।” কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়।

ৰিজিজুৱে লগতে কয় যে তেওঁ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতিছে আৰু লগতে শৰণাৰ্থীসকলক স্থানান্তৰিত কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতেও কথা পাতিছে।

উল্লেখযোগ্য যে ১৯৬০ ৰ দশকৰ পৰা অৰুণাচল প্ৰদেশত ৬০,০০০ তকৈও অধিক চাকমা আৰু হাজং শৰণাৰ্থীয়ে বাস কৰি আছে।

আনহাতে, ৰিজিজুৰ এই মন্তব্যৰ ফলত অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰা স্পষ্টীকৰণ দাবী কৰিছে কা বিৰোধী আন্দোলনৰ নেতৃত্ব দিয়া সংগঠনসমূহে।

Tags: ChakmaHajongrefugeeচাকমাহাজং
Share4Tweet3Send

Related Posts

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
NORTHEAST

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

by News Desk
May 19, 2026
50
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

by Staff Reporter
May 7, 2026
50
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎
NORTHEAST

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

by News Desk
April 24, 2026
50
ADVERTISEMENT
India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ
National-International

India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ

June 3, 2026
50
Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ
National-International

Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ

June 3, 2026
50
Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ
Sports News

Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

June 3, 2026
50
‎Hotel illegally expanded : অনুমতি আছিল ছটা নিৰ্মাণৰ, নিৰ্মাণ কৰিলে ২৫টা, যাতায়াতৰ পথ এটাই : অগ্নিকাণ্ডত ২১জনৰ মৃত্যুৰ পাছত দৃষ্টিলৈ দিল্লীৰ হোটেল
National-International

‎Hotel illegally expanded : অনুমতি আছিল ছটা নিৰ্মাণৰ, নিৰ্মাণ কৰিলে ২৫টা, যাতায়াতৰ পথ এটাই : অগ্নিকাণ্ডত ২১জনৰ মৃত্যুৰ পাছত দৃষ্টিলৈ দিল্লীৰ হোটেল

June 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ

India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ

June 3, 2026
Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ

Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ

June 3, 2026
Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

June 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx