ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Diphu Lok Sabha constituency : ৬নং ডিফু লোকসভা সমষ্টিত বিজেপিৰ মাৰাথান নির্বাচনী প্রচাৰ, ১ লাখৰো অধিক লোকে বিজেপিত যোগদান

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
April 18, 2024
Reading Time: 1 min read
A A
0

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

তিনি পাৰ্বত্য জিলা, ক্রমে, কার্বি আংলং পশ্চিম কাৰ্বি আংলং  ডিমা হাছাওক সাঙুৰি একমাত্ৰ ৬নং ডিফু জনজাতি লোকসভা সমষ্টিৰ (Diphu Tribal Lok Sabha constituency) শাসকীয় বিজেপি দলৰ মনোনীত প্ৰাৰ্থী অমৰচিং তিচ’ৰ (BJP candidate Amarsingh Tisso) হৈ কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ ২৬ টা পৰিষদীয় সমষ্টিত তাৰকা প্ৰচাৰক (Star campaigner in constituency) হিছাপে পৰিষদৰ  মুখ্য কার্য্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ (Tuliram Ronghang) লগতে সাংসদ হৰেণণছিং বে, বিধায়ক দ্বয় বিদ্যাছিং ইংলেং দৰছিং ৰংহাঙ , ‘পুৱ  কাৰবি আংলং বিজেপিৰ সভাপতি ৰলেণ্ড কিলিঙ বিজেপিৰ পূৱ কাৰ্বি আংলং জিলাৰ প্রভাৰী বিজয় গুপ্তা, সহ প্রভাৰী  পংকজ শর্মা আৰু পৰিষদৰ কেইবাগৰাকী ইএম – এমএচিয়ে মাৰাথান নির্বাচনী প্রচাৰ অভিযান অব্যাহত ৰাখিছে। 

DiphuP2 | ASSAM TIMES POST

বৃহস্পতিবাৰে  পৰিষদীয় সমষ্টিৰ  লুম্বাজং আৰু  সিংহাসন পৰিষদীয় সমষ্টিৰ  অন্তর্গত ডিফু-লামডিং পথৰ ৮ কিলো আৰু লংনিট, হাইস্কুলখেল পথাৰ প্ৰাঙ্গনত  দুটাকৈ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হৈ যায় ৷  দুয়োখন সভাত কেইবা সহস্ৰাধিক সমর্থকৰ উপস্থিতিত কংগ্রেছ- এপিএইছএলচি দলৰ প্রায়  ৮ শতাধিক কর্মীয়ে বিজেপি দলত আনুষ্ঠানিক ভাবে যোগদান কৰি গেৰুৱা বসন পৰিধান কৰে।

DiphuP0 | ASSAM TIMES POST

সাংবাদিকৰ সৈতে হোৱা  বার্তালাপত কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, , এইবাৰ লোকসভা নির্বাচনত বিজেপি দলে ৰাইজৰ আশানুৰুপ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।  সমাগত লোকসভা- নির্বাচনৰ পূর্বে বিজেপি দলৰ নীতি আদর্শৰ প্রতি আকৃষ্ট হৈ ২৬টা পৰিষদীয় সমষ্টিৰ পৰা  কংগ্রেছ আৰু এ পি এইছ এল চি  দলৰ পৰা প্রায় ১ লাখতকৈ অধিক লোকে বিজেপিত যোগদান কৰিছে।

diphup1 | ASSAM TIMES POST

এইবাৰ ৬ নং ডিফু লোকসভা সমষ্টিত বিজেপিৰ  প্রার্থী অমৰছিং তিচ’ৱে চাৰি লাখ ভোটৰ অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত   জয়যুক্ত হ’ব। কংগ্ৰেছ  দল দ্বিতীয়স্থানত থাকিব পাৰে  বুলি ৰংহাঙে মন্তব্য কৰে৷

Share4Tweet3Send

Related Posts

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
ADVERTISEMENT
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Delhi protest I ছাত্ৰ-ছাত্ৰীক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ লক্ষ্যত ৰাহুল গান্ধী

July 22, 2026
50
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক
National-International

Sikkim canal tragedy I ছিকিমৰ সুৰংগ দুৰ্যোগ, মৃত্যুৰ সংখ্যা ২০ জনলৈ বৃদ্ধি

July 22, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

July 22, 2026
50
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Delhi protest I ছাত্ৰ-ছাত্ৰীক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ লক্ষ্যত ৰাহুল গান্ধী

July 22, 2026
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক

Sikkim canal tragedy I ছিকিমৰ সুৰংগ দুৰ্যোগ, মৃত্যুৰ সংখ্যা ২০ জনলৈ বৃদ্ধি

July 22, 2026
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx