ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Congress candidate Jairam Inglang : ডিফুত কংগ্ৰেছৰ প্রার্থী জয়ৰাম ইংলেঙক বিপুল আদৰণি, চিপিআই দলেও জনালে আদৰণি

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
March 15, 2024
Reading Time: 1 min read
A A
0

New Logo Smal 1 | ASSAM TIMES POST
আগন্তুক লোকসভা নির্বাচন (Lok Sabha elections)ৰ বাবে কংগ্রেছ দলে প্রার্থীৰূপে প্রক্ষেপ কৰা জয়ৰাম ইংলেঙে (Congress candidate Jairam Inglang) আজি দলীয় প্রার্থিত্ব লৈ গুৱাহাটীৰ পৰা গৃহ সমষ্টি ডিফুলৈ (Diphu Constituency) আহে। কংগ্ৰেছ প্রার্থীগৰাকীক সংগ দিয়ে এপিচিচিৰ সাধাৰণ সম্পাদক নির্মল লাংথাছাই। কাৰ্বি আংলং জিলাৰ প্রৱেশ দ্বাৰ পাৰখোৱাৰ পৰা কংগ্রেছ প্রার্থীগৰাকীক জিলাখনৰ কংগ্রেছ সমর্থনসকলে আদৰণি জনোৱা পৰিলক্ষিত হয়। গুৱাহাটীৰ পৰা অহা ইংলেঙক ক্রমে, পাৰখোৱা, বকলীয়াঘাট, ফুলনিত দলীয় সমর্থকসকলে উন্ম আদৰণি জনায়।

RELATED POSTS

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

উল্লেখ্য যে কংগ্রেছ প্রার্থীগৰাকীক ফুলনিত চিপিআই (এমএল) হিলচ পার্টী দলেও আদৰণি জনায়। ইয়াৰ পাছতেই কংগ্ৰেছ প্রার্থীগৰাকী ডিফুলৈ আহি জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় আৰু এখন দলীয় সভাত অংশগ্রহণ কৰে। ডিফুৰ দলীয় সভাতো ইংলেঙক বিপুলভাবে আদৰণি জনাই দলৰ সমর্থকসকলে।

Diphu congp1 1 | ASSAM TIMES POST

আনহাতে, সংবাদমাধ্যমৰ সৈতে হোৱা বার্তালাপত কংগ্রেছ প্রার্থীগৰাকীয়ে কয় যে, মোদীৰ অচ্ছে দিন দেশবাসীয়ে নেদেখিলে। এতিয়া দেশবাসীয়ে পূর্বৰ দিন উভতাই বিচাৰি এইবাৰ কংগ্রেছৰ পক্ষে ভোটদান কৰিব। সমাগত লোকসভা নির্বাচনত ডিফু সমষ্টিত বিজেপি দল দ্বিতীয় স্থানত থাকিব বুলি কংগ্রেছৰ প্রার্থীগৰাকীয়ে দাবী কৰে। ইংলেঙে লগতে কয় যে কংগ্রেছৰ তদানীন্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে দিয়া প্রতিশ্রুতি অনুসৰি সংবিধানৰ অনুচ্ছেদ ২৪৪ (ক) ৰূপায়ন কৰাটো হ’ব কংগ্রেছৰ মূল লক্ষ্য। জাতি-ধর্মলৈ ৰাজনীতি কৰি লাভ নাই বুলি উল্লেখ কৰি ইংলেঙে সংবিধান অনুসৰিহে আমাৰ দেশ পৰিচালিত হ’ব বুলি মন্তব্য কৰে।

ইংলেঙে আঞ্চলিক ৰাজনৈতিক দল এপিএইচএলচি (APHLC) সন্দর্ভত মন্তব্য কৰি কয় যে, এপিএইচএলচি দলৰ কংগ্রেছৰ সৈতে কোনো মিত্রতা নাছিল। দলটোৰ মিত্রতা অসম জাতীয় পৰিষদৰ সৈতেহে আছিল বুলিও মন্তব্য কৰে।

Tags: JairamInglangজয়ৰামইংলেঙকআদৰণি
Share4Tweet3Send

Related Posts

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
ADVERTISEMENT
CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী
National-International

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

July 22, 2026
50
SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

July 22, 2026
50
Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত
National-International

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

July 22, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Delhi protest I ছাত্ৰ-ছাত্ৰীক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ লক্ষ্যত ৰাহুল গান্ধী

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

July 22, 2026
SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

July 22, 2026
Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx