ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Lok Sabha election 2024 I নিৰ্বাচনৰ পিছত বিজেপিত যোগদান নকৰে, উদ্ধৱ থাকৰেৰ পৰা লিখিত প্ৰতিশ্ৰুতি বিচাৰিলে আম্বেদকাৰৰ নাতিনীয়ে

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 6, 2024
Reading Time: 1 min read
A A
0
Lok Sabha election 2024 I নিৰ্বাচনৰ পিছত বিজেপিত যোগদান নকৰে, উদ্ধৱ থাকৰেৰ পৰা লিখিত প্ৰতিশ্ৰুতি বিচাৰিলে আম্বেদকাৰৰ নাতিনীয়ে

New Logo Smal 5 | ASSAM TIMES POST

RELATED POSTS

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

‘বঞ্চিত বহুজন আঘাড়ী’ৰ মুৰব্বী তথা প্ৰাক্তন সাংসদ প্ৰকাশ আম্বেদকাৰে লোকসভা নিৰ্বাচনৰ (Loksabha Election) পাছত বিজেপি বিৰোধী মিত্ৰজোঁটৰ এক সদস্য ‘মহাবিকাশ আঘাড়ী’য়ে পুনৰ বিজেপি শিবিৰত যোগদান কৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰে।

Lok Sabha election 2024
উদ্ধৱ থাকৰেৰ পৰা লিখিত প্ৰতিশ্ৰুতি বিচাৰিলে আম্বেদকাৰৰ নাতিনীয়ে:

বি আৰ আম্বেদকাৰৰ নাতি প্ৰকাশৰ লগত মহাৰাষ্ট্ৰত কংগ্ৰেছ, শিৱসেনা (ইউবিটি) আৰু এনচিপিৰ (শৰদ চন্দ্ৰ পাৱাৰ) মিত্ৰজোঁট ‘মহাবিকাশ আঘাড়ী’ৰ আসনৰ আপোচক লৈ আলোচনা অব্যাহত আছে। এনে পৰিস্থিতিত তেওঁ কয়, “মই প্ৰস্তাৱ দিছিলো যে লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী মিত্ৰজোঁটৰ সকলো মিত্ৰ দলৰ নেতাই নিৰ্বাচনৰ পিছৰ পৰিস্থিতিত বিজেপিৰ সৈতে হাত নিমিলাই বুলি লিখিত প্ৰতিশ্ৰুতি দিব লাগে।”

কিন্তু উদ্ধৱ নেতৃত্বাধীন শিৱসেনাই এনে প্ৰতিশ্ৰুতি দিবলৈ অস্বীকাৰ কৰা বুলি দাবী কৰে। এই সন্দৰ্ভত তেওঁৰ অভিযোগ, বিশেষভাৱে শিৱসেনাৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাৱতৰ প্ৰতি লক্ষ্য ৰাখিছিল। অৱশ্যে সভাত উপস্থিত থকা এনচিপি (শৰদ) নেতা জিতেন্দ্ৰ আহয়াৰে লিখিত প্ৰতিশ্ৰুতি দিবলৈ সন্মত হোৱা বুলি দাবী কৰা হৈছে।

পশ্চিম মহাৰাষ্ট্ৰৰ মাৰাথৱাদাৰ বৃহৎ অঞ্চলৰ দলিত সম্প্ৰদায়ৰ ওপৰত প্ৰকাশৰ প্ৰভাৱ আছে। বিজেপি বিৰোধী কঠোৰ নেতা হিচাপে পৰিচিত নেতাগৰাকী এসময়ত কংগ্ৰেছৰ মিত্ৰ আছিল। ১৯৯৮ আৰু ১৯৯৯ চনত আকোলাৰ পৰা দুটাকৈ লোকসভা নিৰ্বাচনতো জয়ী হৈছিল।

২০১৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁ আছাদুদ্দিন ৱেইচিৰ সৰ্বভাৰতীয় মজলিছ-এ-ইত্তেহাদুল মুছলিমীনৰ (এম আই এম) সৈতে মিত্ৰতা কৰিছিল। চোলাপুৰ লোকসভা সমষ্টিত পৰাজিত হ’লেও তেওঁ ১ লাখ ৭০ হাজাৰ ভোট লাভ কৰে। প্ৰকাশৰ বাবেই উক্ত সমষ্টিত বিজেপিৰ হাতত পৰাস্ত হৈছিল কংগ্ৰেছ প্ৰাৰ্থী তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সুশীলকুমাৰ শিণ্ডে।

Tags: উদ্ধৱ থাকৰেৰ পৰা লিখিত প্ৰতিশ্ৰুতি বিচাৰিলে আম্বেদকাৰৰ নাতিনীয়েনিৰ্বাচনৰ পিছত বিজেপিত যোগদান নকৰে
Share4Tweet3Send

Related Posts

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত
National-International

by News Desk
July 22, 2026
50
CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী
National-International

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

by News Desk
July 22, 2026
50
SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

by News Desk
July 22, 2026
50
Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত
National-International

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

by Staff Reporter
July 22, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Delhi protest I ছাত্ৰ-ছাত্ৰীক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ লক্ষ্যত ৰাহুল গান্ধী

by Staff Reporter
July 22, 2026
50
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক
National-International

Sikkim canal tragedy I ছিকিমৰ সুৰংগ দুৰ্যোগ, মৃত্যুৰ সংখ্যা ২০ জনলৈ বৃদ্ধি

by Staff Reporter
July 22, 2026
50
ADVERTISEMENT
JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত
National-International

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

July 22, 2026
50
CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী
National-International

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

July 22, 2026
50
SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

July 22, 2026
50
Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত
National-International

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

July 22, 2026
CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

July 22, 2026
SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT