ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

State Cancer Institute in Guwahati I ৩৫০ খন বিছনাযুক্ত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান মুকলি মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 2, 2024
Reading Time: 1 min read
A A
0

New Logo Smal 5 | ASSAM TIMES POST

RELATED POSTS

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

অসমৰ স্বাস্থ্য খণ্ডত এক মাইলৰ খুঁটি স্থাপন কৰি আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত উদ্বোধন (Dr. Himanta Biswa Sarma inaugurates in Guwahati) কৰে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান (State Cancer Institute)। ৩৫০ খন বিছনাযুক্ত (With 350 beds) এই অত্যাধুনিক কৰ্কট প্ৰতিষ্ঠানখন হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে চৰকাৰী স্তৰত প্ৰথমখন ৰবটিক ছাৰ্জাৰী বিশিষ্ট কৰ্কট চিকিৎসালয়। 

৩৫০ খন বিছনাযুক্ত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান মুকলি মুখ্যমন্ত্ৰীৰ
৩৫০ খন বিছনাযুক্ত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান মুকলি মুখ্যমন্ত্ৰীৰ:

উল্লেখযোগ্য যে আজিৰ দিনটোতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত (In different parts of the state) ৩৯৫ কোটি ব্যয়েৰে প্ৰতিষ্ঠা কৰা ৯ খন কৰ্কট চিকিৎসালয় উদ্বোধন (9 cancer hospitals to be set up at a cost of Rs 395 crore inaugurated) কৰে মুখ্যমন্ত্ৰীয়ে।আনহাতে, অসমত কৰ্কট চিকিৎসাৰ বিশ্ব মানৰ নেটৱৰ্ক গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে ৩,৬০০ কোটি টকা বিনিয়োগ কৰা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাজ্য চৰকাৰৰ বিকাশ যাত্ৰাৰ অধীনত এই কামবোৰ কৰাৰ কথাও তেওঁ উল্লেখ কৰে। উল্লেখযোগ্য যে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন আৰু টাটা ট্ৰাষ্টৰ যুটীয়া উদ্যোগত এই কৰ্কট প্ৰতিষ্ঠানসমূহ স্থাপন কৰা হৈছে।

cancerp1 | ASSAM TIMES POST

আনহাতে, উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অত্যাধুনিক চিকিৎসাজনিত সুবিধাসম্পন্ন ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান জনসাধাৰণলৈ উছৰ্গা কৰাৰ উপৰি বিকাশ যাত্ৰাৰ অংশ হিচাপে আজি কামৰূপৰ (মহানগৰ) বাবে ৬৪০ কোটি টকা ব্যয়সাপেক্ষ বিভিন্ন কল্যাণ সাধনকাৰী নতুন প্ৰকল্পৰ শুভ উদ্বোধন আৰু ভূমি পূজন কৰা হয়। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে নতুন কৰ ভৱন, নিৰ্মাণ শ্ৰমিকসকলৰ বাবে বিশ্ৰাম গৃহ, পূৰবী দুগ্ধ উদ্যোগৰ পূৰবী সম্প্ৰসাৰিত দুগ্ধ প্ৰকল্প আদি উদ্বোধন।

Tags: StateCancerInstituteGuwahatiৰাজ্যিককৰ্কটপ্ৰতিষ্ঠান
Share4Tweet3Send

Related Posts

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা
Guwahati

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

by News Desk
May 13, 2026
50
Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ
Guwahati

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

by News Desk
May 8, 2026
50
Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Guwahati

Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

by News Desk
May 6, 2026
50
ADVERTISEMENT
‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়
National-International

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

May 31, 2026
50
‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০  ‎
National-International

‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০ ‎

May 31, 2026
50
সাময়িকভাবে স্থগিত কেদাৰনাথ যাত্রা, উত্তৰাখণ্ডত ধাৰাষাৰ বৃষ্টিৰ সতর্কতা জাৰি
National-International

কেদাৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

May 31, 2026
50
GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা
National-International

GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা

May 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

May 31, 2026
‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০  ‎

‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০ ‎

May 31, 2026
সাময়িকভাবে স্থগিত কেদাৰনাথ যাত্রা, উত্তৰাখণ্ডত ধাৰাষাৰ বৃষ্টিৰ সতর্কতা জাৰি

কেদাৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

May 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx