ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Eviction notice issued I ভিজিআৰ-পিজিআৰ ভূমি বিবাদ, বেদখলকাৰীৰ বিৰুদ্ধে জাননী জাৰি, ১০ জন গাঁওবুঢ়াক বৰ্খাস্ত

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু :

News Desk by News Desk
February 21, 2024
Reading Time: 1 min read
A A
0
Eviction notice issued I ভিজিআৰ-পিজিআৰ ভূমি বিবাদ, বেদখলকাৰীৰ বিৰুদ্ধে জাননী জাৰি, ১০ জন গাঁওবুঢ়াক বৰ্খাস্ত

New Logo Smal 4 | ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলং (West Karbi Anglong) জিলাৰ খেৰণিত ভিজিআৰ আৰু পিজিআৰ ভূমিত (VGR and PGR land) বসবাসক কেন্দ্র কৰি উত্তাল হৈ পৰা দুয়োখন পার্বত্য জিলালৈ শান্তি ঘূৰি অহাৰ লগে লগে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে সর্বদলীয় সভাত দিয়া প্রতিশ্রুতি অনুসৰি বিবাদিত ভূমিত বসবাস কৰাসকলক উচ্ছেদ কৰাৰ বাবে জাননী জাৰি (Eviction notice issued) কৰিছে। ইয়াৰোপৰি এই ভূমিত বসবাসৰ অনুমতি দিয়াৰ বাবে ১০ গৰাকী চৰকাৰী গাঁওবুঢ়াক বৰ্খাস্ত (10 Goan Bura Dismissed) কৰে।

বিগত বহু বছৰৰ পৰা বিহাৰী সম্প্রদায়ৰ লোকে এই ভূমি বেদখল কৰি বসতি গঢ়ি তুলিছিল।আঞ্চলিক বাজনৈতিক দল এএছডিচি আৰু ভাতৃ সংগঠনে ইয়াৰ প্রতিবাদ কৰি গণতান্ত্রিক আন্দোলন চলাওতে ১৫ ফেব্রুৱাৰীত খেৰণি চাৰু আলিত এক ভয়ংকৰ সংঘাত হয় আৰু সংঘাতৰ ফলত বহু কেইগৰাকী ছাত্র নেতা গুৰুতৰ ৰূপে আহত হয়। ইয়াৰ পাছতেই দুয়োখন পার্বত্য জিলা উত্তাল হৈ পৰে।

RELATED POSTS

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

ভিজিআৰ-পিজিআৰ ভূমি বিবাদ, বেদখলকাৰীৰ বিৰুদ্ধে জাননী জাৰি, ১০ জন গাঁওবুঢ়াক বৰ্খাস্ত
ভিজিআৰ-পিজিআৰ ভূমি বিবাদ, বেদখলকাৰীৰ বিৰুদ্ধে জাননী জাৰি, ১০ জন গাঁওবুঢ়াক বৰ্খাস্ত:

২০ ফেব্রুৱাৰীত পৰিষদে জিলাখনৰ সকলো ৰাজনৈতিক দল, সামাজিক সংগঠনৰ সৈতে আলোচনা কৰি এই ভূমিত ৩০ দিনৰ ভিতৰত উচ্ছেদ চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰে। ইয়াৰ অংশ ৰূপে পৰিষদৰ প্রধান সচিবে পশ্চিম কাৰবি আংলঙৰ ডংকা ৰাজহ খণ্ড আৰু ফুলনি ৰাজহ খণ্ডৰ বিষয়াই দাখিল কৰা প্রতিবেদনৰ ভিত্তিত দুয়োটা ৰাজহ খণ্ডৰ ১০ গৰাকী চৰকাৰী গাঁওবুঢ়াক বৰ্খাস্থ কৰে।

ইয়াৰোপৰি আজি পিজিআৰ-ভিজিআৰ ভূমিত বসবাস কৰাসকলক শীঘ্ৰে নিজ নিজ স্থান এৰিবলৈ পৰিষদৰ তৰফৰ পৰা জাননী জাৰি কৰা হয়। পৰিষদৰ এই কঠোৰ পদক্ষেপৰ পাছতেই পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ বৃহত্তৰ অঞ্চলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। লাভ কৰা তথ্য অনুসৰি বিবাদিত ভূমিত স্থাপন হোৱা দোকান-পোহাৰ আজিও বন্ধ হৈ থকাৰ লগতে সমগ্র অঞ্চলজুৰি এতিয়া নিমাওমাও হৈ পৰা পৰিলক্ষিত হৈছে।

Tags: VGRandPGRlandভিজিআৰ-পিজিআৰভূমিবিবাদ
Share4Tweet3Send

Related Posts

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক
KARBI ANGLONG

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

by News Desk
May 2, 2026
50
Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ
KARBI ANGLONG

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

by News Desk
April 21, 2026
50
খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক
KARBI ANGLONG

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

by Staff Reporter
April 18, 2026
50
Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক
KARBI ANGLONG

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

by News Desk
April 11, 2026
50
Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন
KARBI ANGLONG

Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

by News Desk
April 3, 2026
50
Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ
KARBI ANGLONG

Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ

by News Desk
April 2, 2026
50
ADVERTISEMENT
TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ
National-International

Tamil Nadu political crisis । তামিল ৰাজনৈতিক সংঘাত, সংসদত কংগ্ৰেছৰ সৈতে একেলগে নবহে ডিএমকে সাংসদ

May 9, 2026
50
Cornel Sofia row I কৰ্ণেল ছোফিয়া কুৰেশ্বীৰ ওপৰত মন্তব্য আগবঢ়োৱা মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত বিলম্ব, মধ্যপ্ৰদেশ চৰকাৰক সমালোচনা উচ্চতম ন্যায়ালয়ৰ
National-International

Cornel Sofia row I কৰ্ণেল ছোফিয়া কুৰেশ্বীৰ ওপৰত মন্তব্য আগবঢ়োৱা মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত বিলম্ব, মধ্যপ্ৰদেশ চৰকাৰক সমালোচনা উচ্চতম ন্যায়ালয়ৰ

May 9, 2026
50
New CDS I এন এছ ৰাজা সুব্ৰমণিয়াম দেশৰ নতুন সেনাপ্ৰধান, পৰৱৰ্তী নৌসেনাৰ মুৰব্বীৰ নামো ঘোষণা
National-International

New CDS I এন এছ ৰাজা সুব্ৰমণিয়াম দেশৰ নতুন সেনাপ্ৰধান, পৰৱৰ্তী নৌসেনাৰ মুৰব্বীৰ নামো ঘোষণা

May 9, 2026
50
Suvendu Oath Taking I মুখ্যমন্ত্ৰী শুভেন্দুৰ সৈতে ৫ বিধায়কৰ শপত গ্ৰহণ
National-International

Suvendu Oath Taking I মুখ্যমন্ত্ৰী শুভেন্দুৰ সৈতে ৫ বিধায়কৰ শপত গ্ৰহণ

May 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ

Tamil Nadu political crisis । তামিল ৰাজনৈতিক সংঘাত, সংসদত কংগ্ৰেছৰ সৈতে একেলগে নবহে ডিএমকে সাংসদ

May 9, 2026
Cornel Sofia row I কৰ্ণেল ছোফিয়া কুৰেশ্বীৰ ওপৰত মন্তব্য আগবঢ়োৱা মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত বিলম্ব, মধ্যপ্ৰদেশ চৰকাৰক সমালোচনা উচ্চতম ন্যায়ালয়ৰ

Cornel Sofia row I কৰ্ণেল ছোফিয়া কুৰেশ্বীৰ ওপৰত মন্তব্য আগবঢ়োৱা মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত বিলম্ব, মধ্যপ্ৰদেশ চৰকাৰক সমালোচনা উচ্চতম ন্যায়ালয়ৰ

May 9, 2026
New CDS I এন এছ ৰাজা সুব্ৰমণিয়াম দেশৰ নতুন সেনাপ্ৰধান, পৰৱৰ্তী নৌসেনাৰ মুৰব্বীৰ নামো ঘোষণা

New CDS I এন এছ ৰাজা সুব্ৰমণিয়াম দেশৰ নতুন সেনাপ্ৰধান, পৰৱৰ্তী নৌসেনাৰ মুৰব্বীৰ নামো ঘোষণা

May 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx