ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Tension prevails in Karbi Anglong I পিজিআৰ-ভিজিআৰ ভূমিক কেন্দ্ৰ কৰি উত্তাল দুই কাৰ্বি আংলং

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু

News Desk by News Desk
February 16, 2024
Reading Time: 1 min read
A A
0

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

পশ্চিম কাৰ্বি আংলং (West Karbi Anglong) জিলাৰ পিজিআৰ-ভিজিআৰ ভূমিত (PGR-VGR land) পশ্চিম কাৰ্বি আংলঙৰ বিহাৰী সম্প্রদায়ে বসবাসৰ বাবে অনুমতিৰ (Permission to live in Bihari community) লগতে ৰাষ্ট্ৰপতিৰ ওচৰত সংৰক্ষিত ভূমিত পট্টা প্ৰদানৰ দাবী (Demand for grant of pattas on reserved land) কৰাৰ পিছতেই পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত বিগত কিছুদিনৰ পৰা মৃদু উত্তেজনাই বিৰাজ কৰি আছিল।

পিজিআৰ-ভিজিআৰ ভূমিক কেন্দ্ৰ কৰি উত্তাল দুই কাৰ্বি আংলং
পিজিআৰ-ভিজিআৰ ভূমিক কেন্দ্ৰ কৰি উত্তাল দুই কাৰ্বি আংলং

এএছডিচিৰ যুব সংগঠন (Youth Organization of ASDC) আৰু কাৰ্বি ছাত্র সন্থাৰ (Karbi Students’ Union) এটা গোটে ইয়াৰ প্রতিবাদত পশ্চিম কাৰ্বি আংলঙৰ খেৰণি আৰু ডংকামোকামত কালি শান্তিপূর্ণ প্রতিবাদ সাব্যস্ত কৰিছিল। প্ৰতিবাদকাৰী ছাত্র সংগঠনকেইটাৰ ওপৰত খেৰণিত কালি নিশা দুস্কৃতিকাৰীয়ে আক্রমণ চলোৱাত ছাত্র সংগঠনকেইটাৰ কেইবাগৰাকী সদস্য গুৰুতৰভাবে আহত হয়।

Protestp3 1 | ASSAM TIMES POST

কালি নিশাৰে পৰা প্রতিবাদকাৰী ছাত্র সংগঠনৰ সদস্যসকলে উক্ত স্থান অৱৰোধ কৰি ৰখাৰ লগতে ইয়াৰ প্রতিবাদ সাব্যস্ত কৰি আছিল। আজি পুবা এই ঘটনা প্ৰচাৰ হোৱাৰ লগে লগে দুয়োখন পার্বত্য জিলাত তীব্ৰ উত্তেজনা বিয়পি পৰে। খেৰণিকে ধৰি কার্বি আংলং জিলা সদৰ ডিফুত পুৱাৰে পৰ দোকান-পাহাৰ বন্ধ কৰি দিয়ে বিভিন্ন দল-সংগঠনৰ প্রতিবাদকাৰীয়ে (Protests by various parties and organizations)। আজি ডিফুত সংগঠনটোৰ প্ৰতিবাদকাৰী ছাত্র সংগঠনৰ সদস্যৰ ওপৰত আক্ৰমণ চলোৱা বুলি প্ৰচাৰ হোৱাৰ লগে লগে উত্তেজনাপূর্ণ পৰিস্থিতিৰ সৃষ্টি হয়। পশ্চিম কাৰ্বি আংলং আৰক্ষী আৰু জিলা প্রশাসনে তৎপৰতাৰে ২৫গৰাকী লোকক ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত গ্রেপ্তাৰ কৰে।

Protestp5 1 | ASSAM TIMES POST

এই সংক্রান্তত এএছডিচি দলে এখন সংবাদমেল সম্বোধন কৰি স্পষ্ট কৰি দিয়ে যে তেওঁলোকে কোনো বন্ধৰ আহ্বান কৰা নাই। লগতে কেএছএ ইংলংফ’ আৰু কাৰবি আংলং ভোজপুৰী সমাজেও সংবাদমেল আয়োজন কৰি দোষীক শাস্তি বিহাৰ দাবী জনায় ৷ বাতৰি যুগুতোৱাৰ পৰলৈকে কাৰ্বি আংলং জিলা সদৰ ডিফু চহৰকে ধৰি দুয়োখন পার্বত্য জিলাত বিভিন্ন প্রান্তত অঘোষিত বন্ধ হৈ থকা বাতৰি লাভ কৰা গৈছে। পৰিস্থিতি কিছু নিয়ন্ত্রণাধীন হৈ আছে যদিও দুয়োখন পার্বত্য জিলাত চেঁপা উত্তেজনা বিৰাজ কৰি আছে।

Tags: TensionPrevailsinKarbiAnglongউত্তালকাৰ্বিআংলং
Share4Tweet3Send

Related Posts

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল
KARBI ANGLONG

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

by News Desk
August 9, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

by News Desk
August 8, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
ADVERTISEMENT
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026
50
Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
50
Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী
National-International

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026
Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx