ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

UK king suffering cancer I সিংহাসনত অধিষ্ঠিত হোৱাৰ ছমাহৰ ভিতৰতে কেন্সাৰত আক্ৰান্ত ব্ৰিটেইনৰ ৰজা চাৰ্লছ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 6, 2024
Reading Time: 1 min read
A A
0
UK king suffering cancer I সিংহাসনত অধিষ্ঠিত হোৱাৰ ছমাহৰ ভিতৰতে কেন্সাৰত আক্ৰান্ত ব্ৰিটেইনৰ ৰজা চাৰ্লছ

RELATED POSTS

SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ

Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 

Supreme Court : ভোটগণনাৰ ভিডিঅ’ ফুটেজ বিচাৰি উলিয়াব পৰা নাই নিৰ্বাচন আয়োগে, উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনা

New Logo Smal | ASSAM TIMES POST

সিংহাসনত বহাৰ ছমাহৰ ভিতৰতে কৰ্কট ৰোগত আক্ৰান্ত হয় ব্ৰিটেইনৰ ৰজা চাৰ্লছ (King Charles)। সোমবাৰে বাকিংহাম পেলেছে প্ৰকাশ কৰা অনুসৰি, চিকিৎসালয়ত শাৰীৰিক পৰীক্ষাৰ সময়ত তেওঁৰ শৰীৰত কৰ্কট ৰোগৰ উপস্থিতি ধৰা পৰে।

UK king suffering cancer
সিংহাসনত অধিষ্ঠিত হোৱাৰ ছমাহৰ ভিতৰতে কেন্সাৰত আক্ৰান্ত ব্ৰিটেইনৰ ৰজা চাৰ্লছ:

বাকিংহামে উক্ত চিকিৎসালয়তে চিকিৎসা আৰম্ভ কৰা বুলিও কয়। প্ৰথমতে শুনা গৈছিল যে চাৰ্লছ প্ৰষ্টেট কেন্সাৰত আক্ৰান্ত। কিন্তু ব্ৰিটিছ ৰজাৰ কাৰ্যালয়ৰ বিবৃতিত জনোৱা হৈছে যে তেওঁৰ শৰীৰত কৰ্কট ৰোগে বাহ লোৱা কাণ্ডটো এটা ‘পৃথক সমস্যা’।

অৱশ্যে চাৰ্লছ কেনে ধৰণৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে সেই বিষয়ে বিবৃতিটোত একো কোৱা হোৱা নাই। দ্বিতীয় ৰাণী এলিজাবেথৰ মৃত্যুৰ পিছত যোৱা মে’ মাহত ৱেষ্টমিনিষ্টাৰ এবেত চাৰ্লছৰ সিংহাসনত বহাৰ ৰাজকীয় প্ৰক্ৰিয়া আৰম্ভ হয়। ৮ ছেপ্টেম্বৰত ইংলেণ্ডৰ সিংহাসনত বহিছিল তৃতীয় চাৰ্লছ। ‘ছেইণ্ট এডৱাৰ্ডছ ক্ৰাউন’ পিন্ধি ৰাজ অভিষেক ঘটাৰ ছমাহৰ ভিতৰতে তেওঁৰ কৰ্কট ৰোগ ধৰা পৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কেন্সাৰত আক্ৰান্ত ব্ৰিটেইনৰ ৰজা চাৰ্লছসিংহাসনত অধিষ্ঠিত হোৱাৰ ছমাহৰ ভিতৰতে
Share4Tweet3Send

Related Posts

SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ
National-International

by News Desk
October 15, 2026
51
Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 
National-International

Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 

by News Desk
October 15, 2026
51
Supreme Court : ভোটগণনাৰ ভিডিঅ’ ফুটেজ বিচাৰি উলিয়াব পৰা নাই নিৰ্বাচন আয়োগে, উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনা
National-International

Supreme Court : ভোটগণনাৰ ভিডিঅ’ ফুটেজ বিচাৰি উলিয়াব পৰা নাই নিৰ্বাচন আয়োগে, উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনা

by News Desk
October 15, 2026
56
Delhi protest : বন্দী প্ৰতিবাদকাৰীক গৰম, সতেজ খাদ্য; নেতাসকলৰ বাবে চাহ, কফি, জলপান: দিল্লী আৰক্ষী অধীক্ষক
National-International

Delhi protest : বন্দী প্ৰতিবাদকাৰীক গৰম, সতেজ খাদ্য; নেতাসকলৰ বাবে চাহ, কফি, জলপান: দিল্লী আৰক্ষী অধীক্ষক

by News Desk
October 15, 2026
51
Make in India : চতুৰ্থ প্ৰজন্মৰ টি-১৪ আৰ্মাডা টেংক ‘মেক ইন ইণ্ডিয়া’ কাৰ্যসূচীৰ অধীনত নিৰ্মাণৰ বাবে ভাৰতক প্ৰস্তাৱ ৰাছিয়াৰ
National-International

Make in India : চতুৰ্থ প্ৰজন্মৰ টি-১৪ আৰ্মাডা টেংক ‘মেক ইন ইণ্ডিয়া’ কাৰ্যসূচীৰ অধীনত নিৰ্মাণৰ বাবে ভাৰতক প্ৰস্তাৱ ৰাছিয়াৰ

by News Desk
October 15, 2026
52
CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান
National-International

CJP protest : শুকুৰবাৰে চিজেপিৰ পুনৰ প্ৰতিবাদ, দিল্লীৰ কন’ট প্লেচত ‘ত্ৰিৰংগ উৰাওক’ অভিযানৰ আহ্বান দীপকেৰ

by News Desk
October 15, 2026
56
ADVERTISEMENT
SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ
National-International

SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ

October 15, 2026
51
Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 
National-International

Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 

October 15, 2026
51
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

October 15, 2026
56
Drugs seized : দিছপুৰ আৰক্ষীৰ অভিযানত মহানগৰীত উৎখাত বৃহৎ ড্ৰাগছ নেটৱৰ্ক
Guwahati

Drugs seized : দিছপুৰ আৰক্ষীৰ অভিযানত মহানগৰীত উৎখাত বৃহৎ ড্ৰাগছ নেটৱৰ্ক

October 15, 2026
55
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ

SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ

October 15, 2026
Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 

Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 

October 15, 2026
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

October 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d