ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ram mandir I দেশৰ ১১ কোটি পৰিয়ালৰ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অনুদান

নিউজ ডেস্কঃ

News Desk by News Desk
January 11, 2024
Reading Time: 1 min read
A A
0
Ram mandir I দেশৰ ১১ কোটি পৰিয়ালৰ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অনুদান

RELATED POSTS

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

New Logo Smal | ASSAM TIMES POST

অৱশেষত বহু প্ৰতীক্ষিত সময় আহি দুৱাৰদলিত উপনীত হৈছে। আৰু মাত্ৰ কেইদিনমান পিছতে অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰামলালাৰ। ২২ জানুৱাৰীত উদ্বোধন (Inauguration on January 22) কৰা হ’ব ৰাম মন্দিৰ (Ram Mandir)। ইয়াৰ পূৰ্বে মন্দিৰৰ দায়িত্বত থকা শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে প্ৰকাশ কৰিছে ৰাম মন্দিৰ সন্দৰ্ভত কিছু তথ্য। ন্যাসে জনোৱা মতে, মন্দিৰ নিৰ্মাণৰ বাবে এই পৰ্যন্ত প্ৰায় ১৮০০ কোটি টকা ব্যয় (Cost of construction of the temple is around Rs 1800 crore) কৰা হৈছে।

কিন্তু ইমান বৃহৎ খৰচ কেনেকৈ সম্ভৱ হ’ল?ৰাম মন্দিৰ নিৰ্মাণৰ বাবে গেৰুৱা শিবিৰৰ সংগঠন বিশ্ব হিন্দু পৰিষদে দেশৰ প্ৰায় ৪ লাখ গাঁৱৰ পৰা অনুদান সংগ্ৰহ কৰা বুলি জানিবলৈ দিয়ে। ১১ কোটি নাগৰিকে ইয়াৰ বাবে সাহায্য আগবঢ়াইছে (11 crore citizens have provided assistance)। আনহাতে, বহিঃৰাষ্ট্ৰৰ পৰাও অনুদান আহিছে।

বিশ্ব হিন্দু পৰিষদৰ শাখা ‘ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ অভিযান গোট’-এ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অনুদান সংগ্ৰহ কৰিছে। সূত্ৰ অনুসৰি, কাশী আৰু প্ৰয়াগৰাজৰ ভিক্ষুকসকলেও ৰাম মন্দিৰ নিৰ্মাণৰ বাবে প্ৰায় ৪ লাখ টকা অনুদান আগবঢ়ায়। কিছুদিন আগলৈকে ৰাম মন্দিৰ ট্ৰাষ্টে মাহিলি ১ কোটি টকা অনুদান লাভ কৰিছিল। প্ৰবাসী ভাৰতীয়সকলেও ট্ৰাষ্টৰ বেংক একাউণ্টত বৰঙণি আগবঢ়াইছে।

দেশৰ ১১ কোটি পৰিয়ালৰ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অনুদান
দেশৰ ১১ কোটি পৰিয়ালৰ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অনুদান:

ৰাম মন্দিৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক সম্পট ৰায়ে কয় যে তেওঁলোকৰ অযোধ্যাত তিনিটা বেংক একাউণ্ট আছে। তাতেই অনুদানৰ ধন জমা হয়। অহা ২২ জানুৱাৰীত ৰাম মন্দিৰত স্থাপন কৰা হ’ব ৰামলালাৰ মূৰ্তি। ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব মন্দিৰটো।

শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ উদ্যোগত নিধি সমৰ্পণ অভিযান (পুঁজি সংগ্ৰহ অভিযান) ২০২১ চনৰ ২৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হয়। শ্ৰী ৰামসেনাৰ সভাপতি দেৱেন্দ্ৰনাথ দাসে কয়, “আমি এজন ব্যক্তিৰ ধনেৰে ৰাম মন্দিৰ নিৰ্মাণ নকৰো, বৰঞ্চ ভাৰতবাসীৰ সহায়ত ৰাম মন্দিৰ নিৰ্মাণ কৰিম। যাতে ৰাম মন্দিৰ নিৰ্মাণৰ পিছত মানুহে যুগ যুগ ধৰি ক’ব পাৰে যে প্ৰতিটো ইটা ভাৰতৰ জনসাধাৰণৰ সহায়ত নিৰ্মাণ কৰা হৈছে।”

উল্লেখযোগ্য যে তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নিজে ৫ লাখ ১০০ টকা অনুদান হিচাপে দিছে। আনহাতে, গুজৰাটৰ ধৰ্মীয় গুৰু মোৰাৰী বাপুৱে ১১ কোটি টকা আগবঢ়াইছে। গৌতম গম্ভীৰে ১ কোটি টকা অনুদান দিছে। ইয়াৰ উপৰি প্ৰায় ৮ কোটি টকা আহিছে ব্ৰিটেইন, আমেৰিকা, কানাডাৰ প্ৰবাসী ভাৰতীয়সকলৰ পৰা।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: RamMandirৰামমন্দিৰনিৰ্মাণ
Share4Tweet3Send

Related Posts

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

by News Desk
September 22, 2026
50
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

by News Desk
September 22, 2026
50
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

by News Desk
September 22, 2026
50
Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া
National-International

Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

by News Desk
September 22, 2026
50
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত
National-International

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

by News Desk
September 21, 2026
51
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ
National-International

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

by News Desk
September 21, 2026
51
ADVERTISEMENT
Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ
Guwahati

Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ

September 22, 2026
50
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

September 22, 2026
50
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

September 22, 2026
50
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

September 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ

Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ

September 22, 2026
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

September 22, 2026
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d