ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গোলাঘাটত কংগ্ৰেছৰ অস্তিত্ব জণজাগৰণ যাত্ৰা

ASSAM TIMES POST by ASSAM TIMES POST
December 29, 2019
Reading Time: 1 min read
A A
0
গোলাঘাটত কংগ্ৰেছৰ অস্তিত্ব জণজাগৰণ যাত্ৰা

0 1 e1574345654996 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

উৎপল দাস, গোলাঘাটঃ অসমত শান্তি স্থাপনৰ বাবে আমি আগবাঢ়ি আহিছো। অসমীয়া ভাষা সংস্কৃতিৰ দূৰ্যোগৰ সময়ত কংগ্ৰেছ কেতিয়াও বহি থকা নাছিল আৰু বহি নাথাকে৷ দেওবাৰে গোলাঘাটত এনেদৰে মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুন বৰাই৷ অসম প্ৰদেশ কংগ্ৰেছে অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা কাৰ্যসূচী আজি গোলাঘাটত অনুস্থিত কৰি এখন ৰাজহুৱা সভাত এই মন্তব্য কৰে।

WhatsApp Image 2019 12 29 at 7.02.55 PM | ASSAM TIMES POST

লগতে সভাপতি বৰাই বিজেপি দেশৰ মালিক হ’ব নোৱাৰে বুলি বিজেপিক সমালোচনা কৰাৰ লগতে কংগ্ৰেছ দলে গঢ়া এই দেশ কোনেও ধ্বংস কৰিব নোৱাৰে আৰু কংগ্ৰেছে গঢ় দিয়া আমাৰ সংবিধান অবমাননা হ’বলৈও দিয়া নহ’ব৷ ইতিহাসৰ পুনৰাবৃত্তি হয়, সেই ইতিহাস পঢ়ক। আজি কংগ্ৰেছে অসমৰ বিপদৰ সময়ত আগবাঢ়ি আহিছে।

নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অসমলৈ বিপদ আনিছে আৰু এই সময়ত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে অসম ৰক্ষাৰ অংগীকাৰ কৰিছে৷ বিজেপিয়ে কোৱাৰ দৰে যোৱা বিধান সভা নিৰ্বাচনেই শেষ শৰাইঘাটৰ ৰণ নাছিল “কা” বাতিলৰ ৰণ হে শেষ শৰাইঘাটৰ ৰণ বুলি ঘোষণা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে৷

সভাত কলিয়াবৰ লোকসভাৰ সাংসদ গৌৰব গগৈয়ে অংশগ্ৰহণ কৰি কয় যে আজি আমাৰ অসমী আইৰ ওপৰত আক্ৰমণ চলিছে৷ আজি আমি কংগ্ৰেছ হিচাপে ওলাই অহা নাই এজন অসমীয়া হিচাপে ওলাই আহিছো৷ আমি শ্বহীদক সন্মান জনাব জানো৷ এই ক’লা আইন বাতিল কৰি কংগ্ৰেছে শ্বহীদ অস্তিত্ব ৰক্ষা আন্দোলনত শ্বহীদ হোৱা পাঁচগৰাকীলৈ সন্মান যাচিব৷

সাংসদ গগৈয়ে লগতে কয় বিজেপিৰ অহংকাৰ বেছি হৈছে সেই অহংকাৰ ভাঙিব লাগিব। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমৃত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰে অসমীয়া জাতীয় সত্বাক আঘাত হানিছে৷ আজি এই “কা”ৰ জৰিয়তে বাংলাদেশী অসমলৈ আহিব আৰু যেতিয়া আমাৰ সন্তানে চাকৰি ব্যবসায় কতো একো নাপাব আৰু তেতিয়া বিশ বছৰৰ পিছত শুধিব তোমালোকে ২০১৯ চনত কি কৰিছিলা৷

সাংসদ গৰাকীয়ে লগতে কয় আমি ধৰ্ম আৰু নিৰ্বাচনৰ বাবে সংগ্ৰাম কৰা নাই, সংগ্ৰাম কৰিছো আমাৰ ভবিষ্যত প্ৰজন্মৰ বাবে। মুখ্যমন্ত্ৰী এতিয়াও সময় আছে সাহস আছে যদি নৰেন্দ্ৰ মোডীক কৈ “কা” বাতিল কৰক নহ’লে পদত্যাগ কৰক বুলি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনোৱাৰ লগতে অগপৰ মন্ত্ৰী তিনিজনে হিমন্তৰ বি টিম হৈ অগপক ধ্বংস কৰিছে বুলি অভিযোগ কৰে। সাংসদ গৰাকীয়ে “কা” বিৰোধী সকলোকে একত্ৰিত হৈ সংগ্ৰাম কৰাৰ পোষকতা কৰে।

সভাত বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনৰ চৰকাৰ প্ৰশ্ন কৰি কয় যে চৰকাৰ আপোনালোক ক’ত আজি গোলাঘাটলৈ আহক আৰু পাকঘৰ বন্ধ কৰি সভালৈ অহা আই সকলৰ মুখৰ ভাষা পঢ়ক৷ এইসকলে “কা” বিচৰা নাই৷ চৰকাৰ গঠনৰ বাবে আপোনালোকক এইসকলে ভোট দিছিল।

ৰাইজক সন্মোধন কৰি হুছেইনে কয় যে আপোনালোকে নিজে আৰু সন্তানক সেই লোকজনৰ ভাষণ শুনিবলৈ নিদিব যিজন মোৰ এসময়ত বন্ধু আছিল। মোৰ বন্ধুৰ মুখত ভাল কথা শুনিবলৈ নাপায় তেওঁৰ মুখত বিভিজনৰ কথাহে শুনিবলৈ পোৱা যায়। গতিকে তেওঁ ওলালেই টিভি বন্ধ কৰিবলৈ আহ্বান জনাই হিমন্ত বিশ্ব শৰ্মাক তাচ্চিল্য কৰে। পুনৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি হুছেইনে আমাৰ সেইজনে এতিয়া মাটিলৈ নামিবলৈ ভয় কৰা হৈছে।

যাৰ বাবে তেওঁ দুই কিলোমিটাৰৰ পথো হেলিকপ্টাৰত উঠিব লগাত পৰিছে। তুমি মাটিলৈ নামা আৰু দেখিবা শুনিবা আমাৰ আই সকলে “কা” বাতিল কৰিবলৈ কোৱা কথা৷ মুখ্যমন্ত্ৰীক আহ্বান জনায় পুনৰ কয় আমাৰ বন্ধুৱে পিং মাৰি আছে গতিকে তাৰ আগতেই ত্ৰিশজন বিধায়ক লৈ আনক দেখিব আপোনাক বহুতে সহায় কৰিব।

বিৰোধী উপ দলপতি গৰাকীয়েও “কা” বিৰোধীসকলে একত্ৰিত সংগ্ৰামৰ আহ্বান জনায়৷ সভাত বিধায়িকা অজন্তা নেওগে দল মত নিৰ্বিশেষে আন্দোলনত একত্ৰিত হ’ব লাগে বুলি মত প্ৰকাশ কৰি কয় বৰ্তমান টুপৰ বৰষুণ পৰিছে৷ প্ৰতিদিনেই খবৰ কাগজত টুপ দি আছে। নেওগে এই আইনে অসমীয়া ভাষা সংস্কৃতিলৈ কেনেদৰে বিৰূপ প্ৰভাৱ পেলাব তাৰ ওপৰত তথ্য সহ মন্তব্য প্ৰকাশ কৰে৷

প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ কমল মেধিয়ে কয় বৰ্তমান দেশপ্ৰেমিকৰ সংখ্যা সৰহ হৈছে৷ আজি গোলাঘাট জিলা কংগ্ৰেছৰ উদ্যোগত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ অস্তিত্ব ৰক্ষা গণজাগৰণ কাৰ্যসূচীৰ জনজাগৰন যাত্ৰা সমাবেশ আৰম্ভ কৰা হয় চৈয়দ আব্দুল মালিকৰ কালজয়ী গীতে৷ সমাবেশত উপস্থিত আছিল প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, নূৰুল হুদা, শ্বেৰমান আলি, প্ৰাক্তন বিধায়িকা আৰতি কছাৰী হাজৰিকা, প্ৰাক্তন বিধায়ক অৰুন ফুকন আদি। সভাৰ আৰম্ভণিতে “কা” আন্দোলনৰ পাঁচগৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

গোলাঘাটৰ সমঞ্চয় ক্ষেত্ৰত অনুস্থিত এই সভাৰ পূৰ্বে হাজাৰ হাজাৰ ৰাইজক লৈ কংগ্ৰেছ নেতৃবৃন্দই এক প্ৰতিবাদী সমদল উলিয়াই গোলাঘাট চহৰৰ মাজেৰে পৰিভ্ৰমণ কৰে৷ আজিৰ এই সভাৰ আঁত ধৰে সাংস্কৃতিক কৰ্মী ৰেখাশ্ৰী সন্দিকৈয়ে৷

Tags: Featured
Share4Tweet3Send

Related Posts

Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike
National-International

Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike

by Staff Reporter
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

by News Desk
July 17, 2026
50
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

by News Desk
July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

by Staff Reporter
July 17, 2026
50
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
July 17, 2026
50
ADVERTISEMENT
Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike
National-International

Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike

July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
50
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike

Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike

July 18, 2026
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx