ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

JN.1 Corona variant I এইবাৰ সকলোৰে দৃষ্টি কৰোনাৰ নতুন প্ৰকাৰ JN.1ৰ ওপৰত, বিশ্ব স্বাস্থ্য সংস্থাৰ বিবৃতি জাৰি

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 20, 2023
Reading Time: 1 min read
A A
0
কৰোনা প্ৰতিৰোধৰ বাবে ভাৰতীয় ভেকচিন কিমান ফলপ্ৰসূ! বিজ্ঞানীসকলে কি কয়?

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

WB minister controversial remarks : গৰুক মৰম-আদৰ কৰিলে ৰক্তচাপ কমি যায়, মন্ত্ৰী দিলীপ ঘোষৰ গো-মাতাক লৈ নতুন দাবী

SC on street dogs : বাটৰুৱা কুকুৰ হিংস্ৰ হৈ পৰিলে হত্যা কৰিব পাৰি, পূৰ্বৰ ৰায়ক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ

‎গৌতম আদানীক উৎকোচ আৰু প্ৰৱঞ্চনাৰ গোচৰত আমেৰিকাৰ আদালতত জামিন । বিনিয়োগ কৰিব লাগিব ৯৬,৩১৪ কোটি টকা ‎‎

কৰোনা ভাইৰাছৰ (Corona Variant) নতুন উপপ্ৰকাৰ জেএন.১-ৰ বিস্তাৰে এক নতুন আতংকৰ সৃষ্টি কৰিছে । চীনত কমেও সাতজন লোকৰ শৰীৰত ইতিমধ্যে ভাইৰাছবিধৰ নতুন প্ৰকাৰ পোৱা গৈছে। কেৰালাত এই নতুন প্ৰকাৰত এজন লোকৰ মৃত্যু হোৱাবুলি ৰাজ্যিক স্বাস্থ্য বিভাগে জনাইছে ।

কৰোনাৰ নতুন প্ৰকাৰ JN.1
এইবাৰ সকলোৰে দৃষ্টি কৰোনাৰ নতুন প্ৰকাৰ JN.1ৰ ওপৰত:

আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাই এইবাৰ কোভিড-১৯ৰ এই নতুন উপপ্ৰকাৰৰ শক্তি, ইয়াৰ নিয়ন্ত্ৰণ বা প্ৰতিৰোধৰ বিষয়ে মুখ খুলিছে । হুৱে নতুন উপপ্ৰকাৰ জেএন.১-ক ‘আগ্ৰহৰ প্ৰকাৰ’ (ভেৰিয়েণ্ট অব ইণ্টাৰেষ্ট, VOI) হিচাপে ব্যাখ্যা কৰিছে ।

বিশ্ব স্বাস্থ্য সংস্থাই দাবী কৰে যে এই উপ-সংক্ৰমণৰ ফলত মৃত্যুৰ আশংকা প্ৰায় নাই বুলি ক’ব পাৰি । ইয়াৰ বাহিৰেও হুৱে লগতে দাবী কৰে যে এই উপপ্ৰকাৰটো পূৰ্বৰ উপপ্ৰকাৰতকৈ অধিক ক্ষতিকাৰক নহয় । বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে কোভিড ভেকছিন গ্ৰহণ কৰিলে ইয়াৰ সংক্ৰমণৰ পৰা নিজকে সুৰক্ষিত কৰিব পাৰে ।

পূৰ্বতে কৰোনা ভাইৰাছৰ আন এটা উপপ্ৰকাৰ পোৱা গৈছিল । ইয়াক বি.এ.২.৮৬ বুলি কোৱা হয় । আমেৰিকাৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ মতে, জেএন.১ আৰু বি.এ.২.৮৬-ৰ মাজৰ পাৰ্থক্য কম ।

অৱশ্যে জেএন.১ চীনত প্ৰথম নহয় । কৰোনাৰ এই উপপ্ৰকাৰ প্ৰথমে আমেৰিকাত পোৱা গৈছিল । ছেপ্টেম্বৰ মাহত ইয়াৰ উপস্থিতি ধৰা পৰিছিল । ডিচেম্বৰৰ পৰিসংখ্যা অনুসৰি, আমেৰিকাত বৰ্তমানৰ কোভিড ৰোগীৰ ১৫-২৯ শতাংশৰ জেএন.১ প্ৰকাৰ আছে ।

Tags: এইবাৰ সকলোৰে দৃষ্টি কৰোনাৰ নতুন প্ৰকাৰ JN.1ৰ ওপৰতবিশ্ব স্বাস্থ্য সংস্থাৰ বিবৃতি জাৰি
Share4Tweet3Send

Related Posts

WB minister controversial remarks : গৰুক মৰম-আদৰ কৰিলে ৰক্তচাপ কমি যায়, মন্ত্ৰী দিলীপ ঘোষৰ গো-মাতাক লৈ নতুন দাবী
National-International

by News Desk
May 19, 2026
50
SC on street dogs : বাটৰুৱা কুকুৰ হিংস্ৰ হৈ পৰিলে হত্যা কৰিব পাৰি, পূৰ্বৰ ৰায়ক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ
National-International

SC on street dogs : বাটৰুৱা কুকুৰ হিংস্ৰ হৈ পৰিলে হত্যা কৰিব পাৰি, পূৰ্বৰ ৰায়ক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ

by News Desk
May 19, 2026
50
‎গৌতম আদানীক উৎকোচ আৰু প্ৰৱঞ্চনাৰ গোচৰত আমেৰিকাৰ আদালতত জামিন । বিনিয়োগ কৰিব লাগিব ৯৬,৩১৪ কোটি টকা ‎‎
National-International

‎গৌতম আদানীক উৎকোচ আৰু প্ৰৱঞ্চনাৰ গোচৰত আমেৰিকাৰ আদালতত জামিন । বিনিয়োগ কৰিব লাগিব ৯৬,৩১৪ কোটি টকা ‎‎

by Staff Reporter
May 19, 2026
50
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত
National-International

মধ্য আফ্ৰিকাত ইবোলা ভাইৰাছৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি I বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী, ভাৰতত বিমানবন্দৰত তীক্ষ্ণ নজৰ

by Staff Reporter
May 19, 2026
50
Supreme Court of India : ধৰ্মান্তৰিত হ’লে কোনেও অনুসূচিত জাতিৰ স্বীকৃতি নাপায়, উচ্চতম ন্যায়ালয়
National-International

Supreme Court of India I বিচাৰ প্ৰক্ৰিয়াত বিলম্ব হ’লে জামিন পোৱাই উচিত, ওমৰ-শ্বাৰ্জিল গোচৰত নিজৰ ৰায়কে সমালোচনা উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
May 19, 2026
50
GST : পেট্ৰ’ল-ডিজেলতো প্ৰৱৰ্তন হ’বনেকি জি এছ টি ? কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
National-International

Fuel price hike I পুনৰ বৃদ্ধি পালে পে’ট্ৰল-ডিজেলৰ মূল্য

by Staff Reporter
May 19, 2026
50
ADVERTISEMENT
WB minister controversial remarks : গৰুক মৰম-আদৰ কৰিলে ৰক্তচাপ কমি যায়, মন্ত্ৰী দিলীপ ঘোষৰ গো-মাতাক লৈ নতুন দাবী
National-International

WB minister controversial remarks : গৰুক মৰম-আদৰ কৰিলে ৰক্তচাপ কমি যায়, মন্ত্ৰী দিলীপ ঘোষৰ গো-মাতাক লৈ নতুন দাবী

May 19, 2026
50
SC on street dogs : বাটৰুৱা কুকুৰ হিংস্ৰ হৈ পৰিলে হত্যা কৰিব পাৰি, পূৰ্বৰ ৰায়ক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ
National-International

SC on street dogs : বাটৰুৱা কুকুৰ হিংস্ৰ হৈ পৰিলে হত্যা কৰিব পাৰি, পূৰ্বৰ ৰায়ক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ

May 19, 2026
50
‎গৌতম আদানীক উৎকোচ আৰু প্ৰৱঞ্চনাৰ গোচৰত আমেৰিকাৰ আদালতত জামিন । বিনিয়োগ কৰিব লাগিব ৯৬,৩১৪ কোটি টকা ‎‎
National-International

‎গৌতম আদানীক উৎকোচ আৰু প্ৰৱঞ্চনাৰ গোচৰত আমেৰিকাৰ আদালতত জামিন । বিনিয়োগ কৰিব লাগিব ৯৬,৩১৪ কোটি টকা ‎‎

May 19, 2026
50
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত
National-International

মধ্য আফ্ৰিকাত ইবোলা ভাইৰাছৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি I বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী, ভাৰতত বিমানবন্দৰত তীক্ষ্ণ নজৰ

May 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

WB minister controversial remarks : গৰুক মৰম-আদৰ কৰিলে ৰক্তচাপ কমি যায়, মন্ত্ৰী দিলীপ ঘোষৰ গো-মাতাক লৈ নতুন দাবী

WB minister controversial remarks : গৰুক মৰম-আদৰ কৰিলে ৰক্তচাপ কমি যায়, মন্ত্ৰী দিলীপ ঘোষৰ গো-মাতাক লৈ নতুন দাবী

May 19, 2026
SC on street dogs : বাটৰুৱা কুকুৰ হিংস্ৰ হৈ পৰিলে হত্যা কৰিব পাৰি, পূৰ্বৰ ৰায়ক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ

SC on street dogs : বাটৰুৱা কুকুৰ হিংস্ৰ হৈ পৰিলে হত্যা কৰিব পাৰি, পূৰ্বৰ ৰায়ক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ

May 19, 2026
‎গৌতম আদানীক উৎকোচ আৰু প্ৰৱঞ্চনাৰ গোচৰত আমেৰিকাৰ আদালতত জামিন । বিনিয়োগ কৰিব লাগিব ৯৬,৩১৪ কোটি টকা ‎‎

‎গৌতম আদানীক উৎকোচ আৰু প্ৰৱঞ্চনাৰ গোচৰত আমেৰিকাৰ আদালতত জামিন । বিনিয়োগ কৰিব লাগিব ৯৬,৩১৪ কোটি টকা ‎‎

May 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT