ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Youngest MLA in Mizoram I মিজোৰামৰ এগৰাকী সুন্দৰী যুৱতী এতিয়া দেশজুৰি চৰ্চা

নিউজ ডেস্কঃ

News Desk by News Desk
December 6, 2023
Reading Time: 1 min read
A A
0

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

মিজোৰামৰ ৰাজনৈতিক ইতিহাসত এইবাৰ সৃষ্টি হৈছে অভিলেখ। প্ৰথমবাৰৰ বাবে মিজোৰামৰ শাসনৰ বাঘজৰী হাতত লৈছে জোৰাম পিপ’লছ মভমেণ্ট (Zoram People’s Movement) চমুকৈ জেদ পি এমে (ZPM)। কিন্তু তাৰ উপৰি আন এক কাৰণত এইবাৰ দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দুত আছে মিজোৰাম বিধানসভাৰ নিৰ্বাচনৰ ফলাফল। এই চৰ্চাৰ কাৰণ হৈছে এগৰাকী বিধায়িকা। এইগৰাকী অপৰূপ সৌন্দৰ্যৰ অধিকাৰী বিধায়িকাই সৃষ্টি কৰিছে মিজোৰামৰ ৰাজনীতিত ইতিহাস। তেওঁ হৈছে বেৰিল ভান্নেইছাংগী l

মিজোৰাম
মিজোৰামৰ এগৰাকী সুন্দৰী যুৱতী এতিয়া দেশজুৰি চৰ্চা:

আইজল দক্ষিণ-তৃতীয় সমষ্টিৰ পৰা জয়লাভ কৰিছে বেৰিল ভান্নেইছাংগীয়ে (Beryl Vanneisangi wins Aizawl South-III constituency)। কেৱল সিমানেই নহয়, তেওঁ হৈছে ৰাজ্যখনৰ আটাইতকৈ কম বয়সীয়া মহিলা বিধায়ক। জোৰাম পিপলছ মুভমেণ্টৰ সদস্য বেৰিলে মিজো নেচনেল ফ্ৰণ্টৰ প্ৰাৰ্থী এফ লালনুনমাৱিয়াক ৯,৩৭০টা ভোটত পৰাস্ত কৰে। লগে লগে মিজোৰাম বিধানসভাৰ কনিষ্ঠতম বিধায়ক হিচাপে পৰিগণিত হয় বেৰিল ভান্নেইছাংগী। বয়স তেওঁৰ মাত্ৰ ৩২ বছৰ। কিন্তু কোন এইগৰাকী বেৰিল ভান্নেইছাংগী? জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন।

নিৰ্বাচন আয়োগক দিয়া শপতনামা অনুসৰি, ইয়াৰ পূৰ্বে বেৰিলে আইজল পৌৰ নিগমৰ কৰ্পৰেটৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ হৈছে মেঘালয়ৰ শ্বিলঙৰ নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ স্নাতকোত্তৰ। বেৰিলে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল এগৰাকী বিখ্যাত টিভি এংকৰ হিচাপে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামতো যথেষ্ট জনপ্ৰিয় তেওঁ। ইনষ্টাগ্ৰামত তেওঁৰ ২৫১ হাজাৰৰো অধিক ফল’ৱাৰ আছে।

Beryl Vanneisaangi 3 | ASSAM TIMES POST

মিজোৰামৰ শেহতীয়া বিধানসভা নিৰ্বাচনত জোৰাম পিপলছ মুভমেণ্টে ৪০খন আসনৰ ভিতৰত ২৭খনত জয়লাভ কৰে। এই নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতাৰে মিজো নেচনেল ফ্ৰণ্টক উৎখাত কৰি ক্ষমতাৰ যুঁজত এক উল্লেখযোগ্য পৰিৱৰ্তন ঘটায় জেদ পি এমে। ইয়াৰে অন্যতম উল্লেখযোগ্য বিজয়ী হৈছে বেৰিল ভান্নেইছাংগী।

আনহাতে, নিৰ্বাচন আয়োগক দিয়া শপতনামা অনুসৰি, তেওঁৰ বিৰুদ্ধে কোনো অপৰাধজনিত গোচৰ নাই। মিজোৰামৰ এইবাৰৰ নিৰ্বাচন আন এক কাৰণত ঐতিহাসিক। কাৰণ প্ৰথমবাৰৰ বাবে তিনিগৰাকী মহিলা প্ৰাৰ্থীয়ে বিধানসভালৈ যোগ্যতা অর্জন কৰিছে। তেওঁলোক হৈছে জেদ পি এমৰ বেৰিল ভান্নেইছাংগী আৰু লালৰিনপুইই আৰু এম এন এফৰ প্ৰভা চাকমা।

Tags: BerylVanneisangiYoungestMLAinMizoramবেৰিলভান্নেইছাংগীমিজোৰামৰএগৰাকীসুন্দৰী
Share4Tweet3Send

Related Posts

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
NORTHEAST

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

by News Desk
May 19, 2026
50
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

by Staff Reporter
May 7, 2026
50
ADVERTISEMENT
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী
DIPHU

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
50
Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য
National-International

Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

June 4, 2026
50
Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু
National-International

Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু

June 4, 2026
50
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :
National-International

Indian Railway I ভাৰতীয় ৰে’লত ৬ হাজাৰোধিক পদত নিযুক্তি, কেনেদৰে আবেদন কৰিব

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

June 4, 2026
Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু

Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx