ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Drugs Seized I উত্তৰ-গুৱাহাটীত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী, জব্দ ১৫ কোটি টকাৰ ড্ৰাগছ

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
November 28, 2023
Reading Time: 1 min read
A A
0
Drugs Seized I উত্তৰ-গুৱাহাটীত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী, জব্দ ১৫ কোটি টকাৰ ড্ৰাগছ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

এছ টি এফ আৰু কামৰূপ আৰক্ষীৰ দলৰ এক বৃহৎ সফলতা। শেহতীয়াকৈ উত্তৰ গুৱাহাটী ভেটামুখৰ নয়নপাৰাত দলটোৱে দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰী সহ ১৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।

উত্তৰ-গুৱাহাটী
উত্তৰ-গুৱাহাটীত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী, জব্দ ১৫ কোটি টকাৰ ড্ৰাগছ:

জানিব পৰা মতে, এক গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি এছ টি এফৰ ডি আই জি পাৰ্থসাৰথি মহন্তই AS-25-EC 4464 নম্বৰৰ এখন টাটা ডি আই বাহন খনত মণিপুৰৰ পৰা আমিনগাঁও-উত্তৰ গুৱাহাটী মুখে ড্ৰাগছ লৈ আহি থকাৰ খবৰ পাই এছ টি আৰ এফৰ এটি দলে কামৰূপ আৰক্ষীৰ সহযোগিতাৰে গাড়ীখনৰ পিছ লৈ ভেটামুখৰ নয়নপাৰাত গাড়ীখন জব্দ কৰে।

গাড়ীৰ পৰা ড্ৰাগছ সৰবৰাহ দুজন পিতনিৰে পলাই যায় যদিও দলটোৱে অৱশেষত সৰবৰাহকাৰী দুজনক আটক কৰে। গাড়ীখনত দলটোৱে ১৩৫ টা বাকচত ১৫ কোটি টকাৰ বজাৰ মূল্যৰে ড্ৰাগছখিনি জব্দ কৰে।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন হৈছে চনু আলি আৰু অৰ্জুন বাছফো। দুয়োজনৰে ঘৰ জালুকবাৰীৰ গাড়ীগাৱত।ড্ৰাগছ সৰবৰাহৰ মাষ্টাৰ মাইন ধন আলী ওৰফে বগামূলা এতিয়াও পলাতক অবস্থাত আছে বুলি আক্ৰক্ষীয়ে জানিব দিছে। পলাতক ধন আলিৰ ঘৰ চাংসাৰিৰ চিলাত।

Tags: উত্তৰ-গুৱাহাটীত আটক দুই ড্ৰাগছজব্দ ১৫ কোটি টকাৰ ড্ৰাগছসৰবৰাহকাৰী
Share4Tweet3Send

Related Posts

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
ADVERTISEMENT
‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়
National-International

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

May 31, 2026
50
‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০  ‎
National-International

‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০ ‎

May 31, 2026
50
সাময়িকভাবে স্থগিত কেদাৰনাথ যাত্রা, উত্তৰাখণ্ডত ধাৰাষাৰ বৃষ্টিৰ সতর্কতা জাৰি
National-International

কেদাৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

May 31, 2026
50
GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা
National-International

GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা

May 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

May 31, 2026
‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০  ‎

‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০ ‎

May 31, 2026
সাময়িকভাবে স্থগিত কেদাৰনাথ যাত্রা, উত্তৰাখণ্ডত ধাৰাষাৰ বৃষ্টিৰ সতর্কতা জাৰি

কেদাৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

May 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx