ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Mizoram Chhattisgarh elections 2023 I মঙলবাৰে মিজোৰামৰ নিৰ্বাচন, ছত্তীশগড়ত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ

নিউজ ডেস্কঃ

News Desk by News Desk
November 6, 2023
Reading Time: 1 min read
A A
0
Mizoram Chhattisgarh elections 2023 I মঙলবাৰে মিজোৰামৰ নিৰ্বাচন, ছত্তীশগড়ত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

মঙলবাৰে অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামত অনুষ্ঠিত হ’ব এটা পৰ্যায়ত বিধানসভা নিৰ্বাচন (Assembly elections in Mizoram in a single phase on Tuesday)। আনহাতে, মঙলবাৰে ছত্তীশগড়তো অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ (Chhattisgarh will also go to polls in the first phase.)। উল্লেখযোগ্য যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈ কেইমাহমান বাকী থকা অৱস্থাত ৫খন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ’ব ওলাইছে।

নৱেম্বৰ মাহত দেশৰ ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন হʼলে উক্ত ৰাজ্যকেইখনৰ জনসাধাৰণে অহা ৫ বছৰলৈ কোন ৰাজনৈতিক দলৰ ওপৰত আস্থা ৰাখিব সেয়া ৩ ডিচেম্বৰত জানিব পৰা যাব। বিগত কেইদিনমানৰ পৰা সকলো দলৰ প্ৰস্তুতি অতি তীব্ৰ গতিত আছে।

মঙলবাৰে মিজোৰামৰ নিৰ্বাচন
মঙলবাৰে মিজোৰামৰ নিৰ্বাচন, ছত্তীশগড়ত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ

প্ৰাৰ্থী তালিকা নিৰ্বাচনৰ পৰা ইস্তাহাৰ প্ৰকাশ, প্ৰতিটো দলেয়ে বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। প্ৰায় গোটেই নৱেম্বৰ মাহটোত ৫ খন ৰাজ্যত ভোটদান হ’ব। নিৰ্বাচনৰ পূৰ্বে ছত্তীশগড়ত তিনি খলপীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। প্ৰায় ৬০ হাজাৰ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। ইয়াৰ ভিতৰত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী ৪০ হাজাৰ, ৰাজ্যিক আৰক্ষী ২০ হাজাৰ।

ৰাজ্যখনত অনুষ্ঠিত হʼবলগীয়া প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনত ৭ নৱেম্বৰত ২০টা সমষ্টিত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে, ১৭ নৱেম্বৰত ৭০টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইফালে ৭ নৱেম্বৰত মিজোৰামত ভোটদান হ’ব। ইয়াৰ উপৰি তেলেংগানাত ভোটগ্ৰহণ ৩০ নৱেম্বৰত। ১৭ নৱেম্বৰত মধ্যপ্ৰদেশ আৰু ২৫ নৱেম্বৰত ৰাজস্থানৰ নিৰ্বাচন।

Tags: Election-2023MizoramChhattisgarhElectionমিজোৰামৰছত্তীশগড়নিৰ্বাচন
Share4Tweet3Send

Related Posts

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
NORTHEAST

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

by News Desk
May 19, 2026
50
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

by Staff Reporter
May 7, 2026
50
ADVERTISEMENT
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026
50
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী
DIPHU

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
50
Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য
National-International

Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

June 4, 2026
50
Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু
National-International

Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx