ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rajamouli new film declared I RRR সফলতাৰ পিছত ৰাজামৌলিৰ নতুন ছবি ‘মেড ইন ইণ্ডিয়া’

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 19, 2023
Reading Time: 1 min read
A A
0
Rajamouli new film declared I RRR সফলতাৰ পিছত ৰাজামৌলিৰ নতুন ছবি ‘মেড ইন ইণ্ডিয়া’

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

‘RRR’, ‘বাহুবলি’ আদি বৃহৎ ছবিৰে দৰ্শকক মোহিত কৰাৰ পিছত ছবি নিৰ্মাতা এছএছ ৰাজামৌলিয়ে ( S S Rajamouli) আন এখন মহাকাব্যিক ছবি উপহাৰ দিবলৈ সাজু হৈছে। সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত পৰিচালকগৰাকীয়ে ভাৰতীয় ছবিৰ কাহিনীৰে এখন নতুন ছবি নিৰ্মাণৰ দিশত কাম কৰি আছে। ‘মেড ইন ইণ্ডিয়া’ শীৰ্ষক এই বায়োপিকখন প্ৰযোজনা কৰিছে ৰাজামৌলিৰ পুত্ৰ এছ এছ কাৰ্তিকেয়া আৰু বৰুণ গুপ্তাই।

‘মেড ইন ইণ্ডিয়া’
RRR সফলতাৰ পিছত ৰাজামৌলিৰ নতুন ছবি ‘মেড ইন ইণ্ডিয়া’:

বায়োপিকখনৰ নেতৃত্ব দিব নীতিন কক্কাৰে। ৰাম চৰণ আৰু জুনিয়ৰ এন টি আৰৰ ‘আৰ আৰ আৰ’ৰ বিশ্বজনীন সফলতাৰ পিছত এছ এছ ৰাজামৌলিয়ে আন এক মাষ্টাৰপিছ উলিয়াবলৈ সাজু হৈছে। ডেডলাইনৰ এক প্ৰতিবেদন অনুসৰি, ছবি নিৰ্মাতাগৰাকীয়ে ‘ভাৰতীয় চিনেমাৰ জন্ম আৰু উত্থান’ৰ কাহিনী বৰ্ণনা কৰিবলৈ আগ্ৰহী। ৰাজামৌলিৰ প্ৰতিনিধিৰ মতে, ছবিখনে ‘বিপুল পৰিসৰ আৰু কেনভাছত এক মহান কৃতি’ৰ প্ৰতিশ্ৰুতি বহন কৰিছে। অৱশ্যে ৰাজামৌলিৰ ছবিখন পৰিচালনা কৰাৰ কোনো পৰিকল্পনা নাই।

When I first heard the narration, it moved me emotionally like nothing else.

Making a biopic is tough in itself, but conceiving one about the FATHER OF INDIAN CINEMA is even more challenging. Our boys are ready and up for it..:)

With immense pride,
Presenting MADE IN INDIA… pic.twitter.com/nsd0F7nHAJ

— rajamouli ss (@ssrajamouli) September 19, 2023

RELATED POSTS

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

ছাচপেন্স আৰু হাইপ সৃষ্টি কৰাৰ পিছত টুইটাৰযোগে এক ভিডিঅʼৰ জৰিয়তে এই কথা ঘোষণা কৰে ছবি নিৰ্মাতাগৰাকীয়ে। তেওঁ টুইট কৰি কয়, “যেতিয়া মই প্ৰথমবাৰৰ বাবে কাহিনীটো শুনিছিলো, ই মোক আৱেগিক কৰি তুলিছিল। বায়োপিক নিৰ্মাণ কৰাটো এনেই কঠিন, কিন্তু ভাৰতীয় চলচ্চিত্ৰৰ পিতৃৰ বিষয়ে এটা ধাৰণা কৰাটো আৰু অধিক প্ৰত্যাহ্বানজনক। আমাৰ দলটো ইয়াৰ বাবে সাজু হৈছে অপৰিসীম গৌৰৱেৰে। উপস্থাপন কৰিব মেড ইন ইণ্ডিয়া।”

উল্লেখযোগ্য যে শেহতীয়াকৈ অনুষ্ঠিত ৯৫ সংখ্যক একাডেমী বঁটাত ‘আৰ আৰ আৰ’-এ ডাঙৰ জয়লাভ কৰে। ‘নাটু নাটু’ৰ বাবে শ্ৰেষ্ঠ মৌলিক গীতৰ অস্কাৰ লাভ কৰে। ফুট টেপিং নম্বৰত ছবিখনৰ মুখ্য অভিনেতা ৰাম চৰণ আৰু জুনিয়ৰ এন টি আৰ। গীতটিৰ সুৰকাৰ এম এম কীৰাভানীয়ে গীতিকাৰ চন্দ্ৰ বসুৰ সৈতে ট্ৰফী হাতত তুলি লয়। এই গীতটোৱে শ্ৰেষ্ঠ মৌলিক গীতৰ গ’ল্ডেন গ্লোব বঁটাও লাভ কৰে।

Tags: RRR সফলতাৰ পিছত ৰাজামৌলিৰ নতুন ছবি‘মেড ইন ইণ্ডিয়া’
Share4Tweet3Send

Related Posts

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি
National-International

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

by Staff Reporter
May 5, 2026
50
Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ
National-International

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

by News Desk
May 4, 2026
50
BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়
National-International

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

by News Desk
May 4, 2026
50
Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান
National-International

Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

by News Desk
May 4, 2026
50
‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক
National-International

‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক

by News Desk
May 4, 2026
50
Maharashtra Day : ‎মহাৰাষ্ট্ৰত ২০২৬ৰ শ্ৰেষ্ঠ ঘোষকৰ সন্মান বুটলিলে যোৰহাটৰ শুভাশ্ৰী বৰঠাকুৰে
National-International

Maharashtra Day : ‎মহাৰাষ্ট্ৰত ২০২৬ৰ শ্ৰেষ্ঠ ঘোষকৰ সন্মান বুটলিলে যোৰহাটৰ শুভাশ্ৰী বৰঠাকুৰে

by News Desk
May 4, 2026
50
ADVERTISEMENT
West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি
National-International

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

May 5, 2026
50
Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ
National-International

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

May 4, 2026
50
BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়
National-International

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

May 4, 2026
50
Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান
National-International

Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

May 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

May 5, 2026
Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

May 4, 2026
BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

May 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx