![]()
অসমৰ পৰা অশান্ত অঞ্চল আইন বা আফস্পা (AFSPA) সম্পূৰ্ণভাৱে প্ৰত্যাহাৰ কৰাৰ বাবে কেন্দ্ৰক অনুৰোধ জনাব অসম চৰকাৰে (Assam govt to urge Centre for complete withdrawal)। কেবিনেট বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত (Decision in cabinet meeting)।

এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ (Chief Minister Dr. Himanta Biswa Sarma)। শুকুৰবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত সিদ্ধান্ত সদৰী কৰি সংবাদ মাধ্যমৰ আগত এই কথা কয় মুখ্যমন্ত্ৰীয়ে। তেওঁ লগতে কয় যে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ তথা গৃহ মন্ত্ৰালয়ৰ সিদ্ধান্ত মানি চলিব ৰাজ্য চৰকাৰে।











