ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Raghav-Pariniti controversy : মহাকাল মন্দিৰত ৰাঘৱ-পৰিনীতিৰ জোতা পিন্ধি প্ৰৱেশ, তীব্ৰ সমালোচনা

নিউজ ডেস্কঃ

News Desk by News Desk
August 28, 2023
Reading Time: 1 min read
A A
0
Raghav-Pariniti controversy : মহাকাল মন্দিৰত ৰাঘৱ-পৰিনীতিৰ জোতা পিন্ধি প্ৰৱেশ, তীব্ৰ সমালোচনা

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

২৫ ছেপ্টেম্বৰত বিবাহপাশত আবদ্ধ হʼব (Wedding will take place on September 25) অভিনেত্ৰীগৰাকী। ৰাজস্থানৰ উদয়পুৰৰ ৰাজপ্ৰসাদত অনুষ্ঠিত হʼব বিবাহ অনুষ্ঠান। বিয়াৰ প্ৰস্তুতি আৰম্ভ কৰাৰ পূৰ্বে শনিবাৰে মহাকাল মন্দিৰত পূজা কৰে পৰিনীতি চোপ্ৰাই (Parineeti Chopra performs puja at Mahakal temple)। তেওঁৰ লগত আছিল অভিনেত্ৰীগৰাকীৰ ভৱিষ্যত স্বামী ৰাঘৱ চদ্দা (Raghav Chadda)। সাজ-পোছাকৰ ওপৰত কাৰো আপত্তি নাই। কিন্তু আপৰ নেতাগৰাকী আৰু অভিনেত্ৰীগৰাকীৰ ভৰিলৈ চাই সমালোচনাত মুখৰ হৈ পৰে নেটিজেনসকল। কাৰণ জোতা পিন্ধি মন্দিৰত প্ৰৱেশ (Entry into the temple wearing shoes) কৰিছে তেওঁলোকৰ। কিন্তু জোতা পিন্ধি মন্দিৰত প্ৰৱেশৰ অনুমতি কেনেদৰে পালে তাকে লৈ আৰম্ভ হয় সমালোচনা।

ph 1 1 | ASSAM TIMES POST

ৰাজস্থানৰ বিলাসী প্ৰাসাদ বা হোটেলত সাতদিনীয়া ভ্ৰমণৰ অন্তত এখন বা দুখন নহয়, তিনিখন চহৰত ৰিচেপচন পাৰ্টিৰ পৰিকল্পনা কৰিছে দম্পতীহালে। ৰাঘৱৰ জন্ম হৈছিল দিল্লীত। তাতেই ডাঙৰ হয়। তেওঁৰ অধিকাংশ আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱী ৰাজধানীৰ বাসিন্দা। গতিকে দিল্লীত অভ্যৰ্থনা অনুষ্ঠান আছে। অৱশ্যে বিষেশকৈ দিল্লীতেই নহয়, গুৰুগ্ৰামৰ এখন বিলাসী হোটেলত বিয়াৰ সকলো ব্যৱস্থা হʼবলৈ গৈ আছে। কিন্তু বিয়াৰ আগে আগে মহাদেৱৰ আশীৰ্বাদ বিচাৰিবলৈ গৈ ৰাঘৱ আৰু পৰিনীতিয়ে বিতৰ্কত লিপ্ত হয়।

কিছু নেটিজেনে কটুভাৱে লিখিছে, ‘জোতা পিন্ধি মন্দিৰলৈ কোন যায়, চব নাটক’। কিছুমানৰ মতে, ‘জোতা পিন্ধি মন্দিৰত প্ৰৱেশ নকৰাৰ নিয়ম এনে নিৰ্লজ্জ অভিনেতাৰ বাবে নহয়’। কিছুমানে অনুশোচনা কৰি লিখিছে, ‘যিমান নিয়ম আছে কেৱল সাধাৰণ মানুহৰ বাবেহে’। অৱশ্যে এই সন্দৰ্ভত ৰাঘৱ বা পৰিনীতিয়ে কোনো মন্তব্য কৰা নাই।

Tags: ParineetiChopraMahakalTempleRaghavChaddaপৰিনীতিচোপ্ৰামহাকালমন্দিৰৰাঘৱ চদ্দা
Share4Tweet3Send

Related Posts

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

by News Desk
July 18, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
50
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
50
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
50
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
50
ADVERTISEMENT
CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি
National-International

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

July 20, 2026
50
CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই
National-International

CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই

July 20, 2026
50
NEET UG 2026 results I শামুকৰ পেটত মাণিক, নীটত উজলিল কাৰ্বি পাহাৰৰ একেটা পৰিয়ালৰ দুই সন্তান
National-International

NEET UG 2026 results I শামুকৰ পেটত মাণিক, নীটত উজলিল কাৰ্বি পাহাৰৰ একেটা পৰিয়ালৰ দুই সন্তান

July 20, 2026
50
Tripura DGP death I ত্রিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধানৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ
National-International

Tripura DGP death I ত্রিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধানৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

July 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

July 20, 2026
CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই

CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই

July 20, 2026
NEET UG 2026 results I শামুকৰ পেটত মাণিক, নীটত উজলিল কাৰ্বি পাহাৰৰ একেটা পৰিয়ালৰ দুই সন্তান

NEET UG 2026 results I শামুকৰ পেটত মাণিক, নীটত উজলিল কাৰ্বি পাহাৰৰ একেটা পৰিয়ালৰ দুই সন্তান

July 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx