ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur Violence I মণিপুৰৰ হিংসাৰ তদন্তৰ বাবে ৫৩ জনীয়া দল গঠন চিবিআইৰ, আছে ২৯ গৰাকী মহিলা

নিউজ ডেস্কঃ

News Desk by News Desk
August 17, 2023
Reading Time: 1 min read
A A
0
Manipur Violence I মণিপুৰৰ হিংসাৰ তদন্তৰ বাবে ৫৩ জনীয়া দল গঠন চিবিআইৰ, আছে ২৯ গৰাকী মহিলা

RELATED POSTS

4 Dead, 23 Injured in Tripura Road Accidents During Durga Puja

Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ

Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

মণিপুৰত সংঘটিত হিংসাত্মক (Manipur Violence) ঘটনাৰ তদন্তৰ বাবে ২৯ গৰাকী মহিলা বিষয়াসহ মুঠ ৫৩ গৰাকী বিষয়াক নিযুক্তি (53 officers, including 29 women officers, have been appointed for investigation) দিয়া হৈছে। বৃহস্পতিবাৰে চিবিআইৰ সূত্ৰই (CBI sources) এই সন্দৰ্ভত অৱগত কৰে। তদন্তকাৰী দলটোত ডিআইজি পৰ্যায়ৰ তিনিগৰাকী মহিলা বিষয়াক ‘পৰ্যবেক্ষক’ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। সমগ্ৰ তদন্ত প্ৰক্ৰিয়াৰ তদাৰক কৰিব চিবিআইৰ যুটীয়া সঞ্চালক ঘনশ্যাম উপাধ্যায়ে। 

মণিপুৰৰ হিংসা

সংস্থাটোৰ এক সূত্ৰই জনোৱা মতে, চিবিআইৰ ইতিহাসত কেতিয়াও কোনো ঘটনাৰ তদন্তৰ বাবে ইমান বৃহৎ সংখ্যক বিষয়া নিয়োগ কৰা হোৱা নাই।চিবিআইৰ তদন্তকাৰী দলটোত অতিৰিক্ত দুগৰাকী ছুপাৰ আৰু ডেপুটি ছুপাৰ ৰেংকৰ ছয়গৰাকী মহিলা বিষয়াও আছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি মণিপুৰত মহিলাৰ ওপৰত হোৱা হিংসাৰ গোচৰৰ তদন্তৰ বাবে চিবিআইৰ এই ‘কাৰ্যকলাপ’ বুলি ধাৰণা কৰা হৈছে।

উল্লেখযোগ্য যে ২০ জুলাইত মণিপুৰৰ কাংপোকপিত দুগৰাকী মহিলাক বিবস্ত্ৰ কৰি ৰাজপথত পেৰেড কৰা ভিডিঅʼ আৰু দলবদ্ধ ধৰ্ষণৰ অভিযোগৰ ওপৰত উচ্চতম ন্যায়ালয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ইয়াৰ পিছতে যোৱা ৮ আগষ্টত মণিপুৰৰ হিংসাৰ তদন্ত আৰু হিংসাৰ বলি হোৱা লোকসকলৰ সকাহ আৰু পুনৰ সংস্থাপনৰ ওপৰত নজৰ ৰাখিবলৈ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে উচ্চ ন্যায়ালয়ৰ তিনিজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এখন সমিতি গঠন কৰে।

একে সময়তে উচ্চতম ন্যায়ালয়ে কয় যে মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ লগত জড়িত ৪২টা বিশেষ তদন্তকাৰী দলক (এছআইটি) অন্য ৰাজ্যৰ ডিআইজি ৰেংকৰ আৰক্ষী বিষয়াই নিৰীক্ষণ কৰিব। এজন ডিআইজিয়ে ছখন আসন নিৰীক্ষণ কৰিব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CBIInvestigationManipurViolenceচিবিআইমণিপুৰহিংসা
Share5Tweet3Send

Related Posts

Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
NORTHEAST

4 Dead, 23 Injured in Tripura Road Accidents During Durga Puja

by News Desk
October 22, 2026
51
Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ
NORTHEAST

Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ

by News Desk
October 20, 2026
51
Manipur Violence : Village Chief Among 4 Civilians Injured in Firing
NORTHEAST

Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

by News Desk
October 17, 2026
51
Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়
NORTHEAST

Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

by News Desk
October 12, 2026
51
Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’
NORTHEAST

Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’

by News Desk
October 9, 2026
54
Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক
NORTHEAST

Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক

by News Desk
October 8, 2026
52
ADVERTISEMENT
West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!
KARBI ANGLONG

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

October 22, 2026
53
Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২
National-International

Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২

October 22, 2026
53
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
NORTHEAST

4 Dead, 23 Injured in Tripura Road Accidents During Durga Puja

October 22, 2026
51
CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway
Assam

CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway

October 22, 2026
56
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

October 22, 2026
Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২

Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২

October 22, 2026
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

4 Dead, 23 Injured in Tripura Road Accidents During Durga Puja

October 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d