ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ঝাৰখণ্ডত চি আৰ পি এফৰ অস্থায়ী কেম্পত ৰহস্যজনক সংঘৰ্ষ : গুলীবিদ্ধ হৈ নগাঁৱৰ হাতীগড়ৰ চি আৰ পি এফৰ বিষয়া পূৰ্ণানন্দ ভূঞাৰ মৃত্যুৰ সংবাদক লৈ উদ্বিগ্ন পৰিয়াল

ASSAM TIMES POST by ASSAM TIMES POST
December 10, 2019
Reading Time: 1 min read
A A
0
Dead body of youth recovered in lock up

assam times post 2 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

নগাঁও : ঝাৰখণ্ডৰ বুকাৰুত সংঘটিত এক ৰহস্যজনক সংঘৰ্ষত চি আৰ পি এফত কৰ্মৰত এজন বিষয়া গুলীবিদ্ধ হৈ নিহত হোৱাৰ খবৰ পোৱা গৈছে । গুলীবিদ্ধ বিষয়াজন হৈছে নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত হাতীগড়ৰ পূৰ্ণানন্দ ভূঞা। পঞ্চল্লিশোৰ্দ্ধৰ বিষয়াজন এই সংঘৰ্ষত গুলীবিদ্ধ হৈ নিহত হোৱা বুলি জানিব পৰা গৈছে ।

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2019/12/WhatsApp-Video-2019-12-10-at-8.08.51-PM.mp4

আনহাতে সোমবাৰৰ সন্ধিয়া ৭-৩০ বজাত চি আৰ পি এফৰ ২২৬ নং বেটেলিয়নৰ বিষয়া পূৰ্ণানন্দ ভূঞাৰ সৈতে ফোনত তেওঁৰ পৰিয়ালৰ শেষ যোগাযোগ স্থাপন হৈছিল । তেওঁ পত্নীৰ সৈতে বাৰ্তালাপ কৰিছিল ।

ইয়াৰ পিছতে বিষয়াজনৰ লগত পৰিয়ালৰ আৰু কোনো যোগাযোগ স্থাপন হোৱা নাই । যোৱা ১৫ নবেম্বৰত ছুটী শেষ কৰি ঘৰৰ পৰা উভতি যোৱা পূৰ্ণানন্দ ভূঞাৰ এনে এক খবৰে এতিয়া মৰ্মাহত কৰি তুলিছে পৰিয়ালটিক । একাংশই এই সংঘৰ্ষ মাওবাদীৰ সৈতে হোৱা বুলি সন্দেহ কৰাৰ বিপৰীতে আন একাংশই চি আৰ পি এফ শিবিৰটোত তেওঁলোকৰ নিজৰ মাজতেই হোৱা বুলি প্ৰকাশ কৰিছে ।

ইপিনে এই খবৰ পোৱাৰ পিছতে এতিয়া শোকত ভাগি পৰিছে পূৰ্ণানন্দ ভূঞাৰ পৰিয়াল । আনহাতে ঝাৰখণ্ডৰ চি আৰ পি এফ শিবিৰত সংঘটিত সংঘৰ্ষত বাহিনীটোৰ বিষয়া পূৰ্ণানন্দ ভূঞা নিহত হোৱাৰ নিশ্চিত তথ্য নগাঁও আৰক্ষীৰ শীৰ্ষ বিষয়াৰ হাতত পৰা নাই বুলি জানিব পৰা গৈছে ।

অৱশ্যে আজি পুৱা বেবেজীয়া আৰক্ষী চকীৰ আৰক্ষীয়ে এক সংঘৰ্ষত চি আৰ পি এফৰ বিষয়াজন গুলীবিদ্ধ হৈ আহত হোৱা বুলি তেওঁৰ পৰিয়ালৰ লোকক জানিবলৈ দিয়ে । ইয়াৰ বিপৰীতে ঝাৰখণ্ডৰ কেতবোৰ নিউজ চেনেলত চি আৰ পি এফৰ বিষয়া পূৰ্ণানন্দ ভূঞা নিহত হোৱাৰ বাতৰি প্ৰকাশ পোৱা বুলি জানিব পৰা গৈছে ।

Tags: Featured
Share5Tweet3Send

Related Posts

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল
National-International

by News Desk
May 7, 2026
50
ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি
National-International

ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

by News Desk
May 7, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

by Staff Reporter
May 7, 2026
50
Empowering Voters: ECI Introduces Mobile Deposit Facility and Streamlines Canvassing Norms
National-International

Election Commission of India I নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াৰ মুখ্য ন্যায়াধীশ বাতিল সম্পৰ্কীয় গোচৰত কেন্দ্ৰৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
May 7, 2026
50
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

by Staff Reporter
May 7, 2026
50
‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত
National-International

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

by Staff Reporter
May 7, 2026
50
ADVERTISEMENT
Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল
National-International

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

May 7, 2026
50
ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি
National-International

ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

May 7, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

May 7, 2026
50
Empowering Voters: ECI Introduces Mobile Deposit Facility and Streamlines Canvassing Norms
National-International

Election Commission of India I নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াৰ মুখ্য ন্যায়াধীশ বাতিল সম্পৰ্কীয় গোচৰত কেন্দ্ৰৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

May 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

May 7, 2026
ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

May 7, 2026
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

May 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT