ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Amrit Bharat Railway Station Upgradation Scheme I ডিফু ৰে’ল ষ্টেচন অমৃত ভাৰত ষ্টেচন উন্নীতকৰণ আঁচনিৰ অন্তৰ্ভুক্ত

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
August 5, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

অমৃত ভাৰত ৰে’লষ্টেচন উন্নীতকৰণ আঁচনিৰ (Amrit Bharat Railway Station Upgradation Scheme) যোগেদি উত্তৰ-পূৰ্বাঞ্চলৰ উন্নীতকৰণ হ’বলগীয়া ৰে’লষ্টেচন তালিকাৰ ভিতৰত ডিফু ৰে’লষ্টেচন অন্তৰ্ভূক্ত (Diphu railway station included) হোৱাৰ পিছত সমগ্ৰ কাৰবি আংলঙৰ লগতে ডিফুবাসীও আনন্দত উল্লাসিত হৈ পৰিছে৷ এই উপলক্ষে আজি পুৱাৰ ভাগতে ডিফু মিউনিচিপাল্টি বোৰ্ডৰ অধ্যক্ষৰ নেতৃত্বত ৱাৰ্ড কমিচনাৰসকল আৰু চাফাই কৰ্মচাৰীসকলে হাতে-হাতে ঝাড়ু টুকৰীলৈ ডিফু ৰে’লষ্টেচন চৌহদত চাফাই অভিযান (Cleanliness drive at Diphu railway station premises) চলায় ৷

উল্লেখযোগ্য যে বিগত কেইবা বছৰ ধৰি ডিফু ৰে’লষ্টেচন উন্নীতকৰণকলৈ সৰৱ চৰ্চা চলি থকাৰ মাজতে যোৱাকালি তিনি পাৰ্বত্য জিলাৰ একমাত্ৰ সাংসদ হৰেণছিং বে’ই ডিফু ৰেলষ্টেচনক অমৃত ভাৰত ৰে’লষ্টেচন উন্নীতকৰণ আঁচনিৰ মাধ্যমেৰে এক বিশ্বমানৰ আৰু অত্যাধুনিক ষ্টেচনলৈ ৰূপান্তৰিত কৰাৰ কথা সামাজিক মাধ্যমযোগে প্ৰকাশ কৰাৰ পিছতে ডিফুবাসী ৰাইজৰ সপোন সাৰ্থক হবলৈ অগ্ৰসৰ হৈছে৷

অমৃত ভাৰত ষ্টেচন উন্নীতকৰণ আঁচনি
ডিফু ৰে’ল ষ্টেচন অমৃত ভাৰত ষ্টেচন উন্নীতকৰণ আঁচনিৰ অন্তৰ্ভুক্ত:

দেওবাৰে পুৱা ৯-৩০ বজাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)য়ে ভিডিঅ কনফাৰেন্সৰ জৰিয়তে ভাৰ্চুৱেলি উত্তৰ-পূৰ্বাঞ্চলৰ ৫০৮টা ৰেলষ্টেচনৰ লগতে ডিফু ৰেলষ্টেচনৰো আধাৰশিলা স্থাপন (Foundation stone of 508 railway stations in north-east virtually laid) কৰাকলৈ ডিফু ৰেলষ্টেচন চৌহদত এক আকৰ্ষণীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷

স্ক্ৰীণৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ দ্বাৰা ভাৰ্চ্যুৱেলি স্থাপন হবলগীয়া আধাৰশিলা কাৰ্যসূচীৰ বাবে ডিফু ৰেলষ্টেচন কৰ্তৃপক্ষই পূৰ্ণগতিত প্ৰস্তুতি চলাইছে ৷ প্ৰায় ৩২ কোটি ব্যয় সাপেক্ষে উন্নীতকৰণ হবলগীয়া ডিফু ৰেলষ্টেচনৰ বিশ্বমানৰ অত্যাধুনিক ৰূপান্তৰে পাৰ্বত্য জিলাখনত বহুদিনীয়া অভাৱ পূৰণ হব বলি কৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শলাগ লয় সম্পাদকগৰাকীয়ে।

উক্ত অনুষ্ঠানত সাংসদ হৰেণছিং বে’কে ধৰি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যাবহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে প্ৰায় দুই সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিব বুলি কয় পূব কাৰবি আংলং বিজেপিৰ সম্পাদক ছিমন ফাংচৱে৷

bey | ASSAM TIMES POST

আনহাতে ডিফু মিউনিচিপাল্টি বোৰ্ডৰ অধ্যক্ষ ৰাহ ক্ৰ’ই সাংবাদিকৰ আগত কয় যে ডিফু ৰেলষ্টেচনে বিশ্বমানৰ ষ্টেচনৰ মৰ্যদা পোৱাত সন্তুষ্ট হৈ আমি ডিফু ৰেলষ্টেচনত চাফাই অভিযান চলাইছো৷

উল্লেখযোগ্য যে, ভাৰত চৰকাৰে বিশ্বমানৰ ষ্টেচন আৰু অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত অসমৰ ৫০টা ষ্টেচনকে ধৰি উত্তৰ-পূব ৰাজ্যসমূহৰ ৰেলৱে আন্তঃগাঁথনিৰ পুনৰ উন্নয়ন আৰু উন্নীতকৰণৰ বাবে ১০,২৬৯ কোটি টকাৰ পুঁজি আবণ্টন দিছে ৷ সাংসদ হৰেণছিং বেই সামাজিক মাধ্যমত  প্ৰকাশ কৰা অনুসৰি   অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত মুঠ ₹ ৯২২ কোটি টকা বিনিয়োগ কৰি বৰ্তমান অসমৰ ৩২টা ষ্টেচনৰ ভিতৰত ডিফু ৰেলৱে ষ্টেচনো ইয়াৰ উন্নীতকৰণৰ বাবে নিৰ্বাচিত হৈছে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৬ আগষ্ট, ২০২৩ তাৰিখে সমগ্ৰ ভাৰতৰ ৫০৮টা ৰেলৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰিব সামাজিক মাধ্যমযোগে জানিব পৰা গৈছে৷

Tags: Amrit Bharat Railway StationUpgradationSchemeDiphuRailwayStationডিফুৰে'লষ্টেচনভাৰতষ্টেচনউন্নীতকৰণআঁচনি
Share4Tweet3Send

Related Posts

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
ADVERTISEMENT
Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
50
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx