ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

Fardeen Khan, Natasha heading for divorce after 18 years I বিবাহৰ ১৮ বছৰৰ পাছত বিচ্ছেদৰ বাটত ফাৰ্দিন খান-নাতাছা!

নিউজ ডেস্কঃ

News Desk by News Desk
July 31, 2023
Reading Time: 1 min read
A A
0
Fardeen Khan, Natasha heading for divorce after 18 years I বিবাহৰ ১৮ বছৰৰ পাছত বিচ্ছেদৰ বাটত ফাৰ্দিন খান-নাতাছা!

RELATED POSTS

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

logo new 2 1 1 4 1 3 1 9 | ASSAM TIMES POST

বলীউডত পুনৰ বিচ্ছেদ! ফাৰ্দিন খান-নাতাছা মাধৱানীৰ  ১৮ বছৰীয়া বিবাহ বিচ্ছেদ হোৱাৰ উপক্ৰম ঘটিছে (Fardeen Khan, Natasha heading for divorce after 18 years)। পাৰস্পৰিক সহমতৰ জৰিয়তে এই বিচ্ছেদ বুলি খবৰ পোৱা গৈছে। এবছৰতকৈও অধিক সময় ধৰি পৃথকে আছে এই দম্পতীহাল।

ফাৰ্দিন খান-নাতাছা!
বিবাহৰ ১৮ বছৰৰ পাছত বিচ্ছেদৰ বাটত ফাৰ্দিন খান-নাতাছা!

‘ন’ এণ্ট্ৰি’ৰ অভিনেতাগৰাকীয়ে মাতৃৰ সৈতে মুম্বাইত থাকে। নাতাছা পৰিয়ালৰ সৈতে লণ্ডনত আছে। কিন্তু কিয় এই বিচ্ছেদ? অৱশ্যে এই সন্দৰ্ভত মুখ খোলা নাই কোনেও।

আগষ্ট মাহত ‘ঘূমৰ’

goomar | ASSAM TIMES POST

আগষ্ট মাহত মুক্তিলাভ কৰিব কেইখনমান ছবি। তালিকাৰ প্ৰথম স্থানত আছে ছানি দেউল-অমিছা পেটেলৰ ‘গদৰ ২’ (‘Gadar 2’)। ইয়াৰ উপৰি আছে অক্ষয় কুমাৰৰ ‘OMG 2′, ‘Dream Girl 2’। অভিষেক বচ্চনৰ ‘ঘূমৰ’-ও (Ghummar) এই তালিকাত নাম সোমাবলৈ গৈ আছে। খবৰ অনুযায়ী, অভিষেক-ছ্যামি খেৰ, শ্বাবানা আজমী অভিনীত ছবিখন ১৮ আগষ্টত মুক্তি পাব পাৰে।

পুনৰ লতাৰ গান

৪৯ বছৰৰ পাছত লতা মংগেশকাৰৰ গীত (Lata Mangeshkar’s songs) পুনৰ শুনা যায় লণ্ডনৰ ৰয়েল এলবাৰ্ট হলত। সম্প্ৰতি তাত সুৰেৰে সজাই তুলিলে পলক মুচ্ছলে। তেওঁৰ কণ্ঠতেই দৰ্শকে কিছু কিংবদন্তি গীত শুনিব পালে। অনুষ্ঠান ‘সত্যম শিৱম সুন্দৰম’ শীৰ্ষক গীতটিৰে আৰম্ভ হয়। তাৰ পাছত ‘মোগল-এ-আজম’, ‘কভি কভি’, ‘দিলৱালে দুলহনীয়া লে জায়েংগে’, ‘মোহব্বতে’ আৰু শেষত ‘কভি খুছি কভি গম’।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: GhummarrdeenKhan-NatasaMadhavaniফাৰ্দিনখান-নাতাছামাধৱানী
Share5Tweet3Send

Related Posts

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ
Entertrainment

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

by News Desk
September 2, 2026
51
Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
51
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
69
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
60
ADVERTISEMENT
Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন
Guwahati

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

September 10, 2026
52
Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন
National-International

Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন

September 10, 2026
52
Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ
ALL NEWS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

September 10, 2026
51
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ডৰ নতুন মোৰ : হত্যাৰ পাছত দুবাৰকৈ সুৰা কিনিবলৈ ওলাই গৈছিল ৰামানুজ!

September 10, 2026
58
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

September 10, 2026
Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন

Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন

September 10, 2026
Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

September 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d