ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

মণিপুৰৰ বতাহ মিজোৰামলৈ, মেইটেইসকলক ৰাজ্য ত্যাগৰ আহ্বান

নিউজ ডেস্কঃ

News Desk by News Desk
July 22, 2023
Reading Time: 1 min read
A A
0
মণিপুৰৰ বতাহ মিজোৰামলৈ, মেইটেইসকলক ৰাজ্য ত্যাগৰ আহ্বান

RELATED POSTS

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

এইবাৰ মণিপুৰ কাণ্ডৰ প্ৰভাৱ (Impact of Manipur Violance) পৰিল চুবুৰীয়া ৰাজ্য মিজোৰামতো। প্ৰায় তিনিমাহ হʼল মণিপুৰত কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত চলি থকা সাম্প্ৰদায়িক সংঘাত। এইবাৰ ‘পামৰা’ নামৰ এটা সংগঠনে মিজোৰামত বাস কৰা মেইটেইসকলক ৰাজ্য এৰাৰ আহ্বান (Meiteis living in Mizoram have been asked to leave the state) জনাইছে। অৱশ্যে সংগঠনটোৱে প্ৰকাশ কৰা বিবৃতিত ৰাজ্যখন এৰি যাবলৈ মেইটেইসকলক অনুৰোধ কৰা হৈছে। একে সময়তে জনোৱা হৈছে যে মেইটেইসকলৰ ওপৰত আৰু যিকোনো অত্যাচাৰৰ বাবে তেওঁলোকেই দায়ী হʼব। এই বক্তব্যৰ পিছতেই মিজোৰাম চৰকাৰে মেইটেইসকলৰ নিৰাপত্তা বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়।

শুকুৰবাৰে সংগঠনটোৱে প্ৰকাশ কৰা এক বিবৃতিত মণিপুৰত মহিলাৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনা পোহৰলৈ অহাৰ পিছতে ক্ষুব্ধ হৈ পৰিছে মিজো যুৱক (Mizo youth angry after female harassment incident in Manipur)। গতিকে তেওঁলোকক নিজৰ নিৰাপত্তাৰ বাবে মেইটেইসকলক ৰাজ্য এৰি যাবলৈ কোৱা হৈছে। ইয়াৰ পিছত যদি কিবা অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় তেন্তে মেইটেইসকল দায়ী হʼব বুলি বিবৃতিটোত কোৱা হৈছে।

Manip | ASSAM TIMES POST

মিজোৰাম প্ৰশাসনৰ এক সূত্ৰৰ মতে, এই বিবৃতি পোহৰলৈ অহাৰ পিছতে প্ৰশাসনে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰে। মেইটেইসকলৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। কিছুদিন পূৰ্বে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই ৰাজ্যখনত বসবাস কৰা মেইটেই লোকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ আশ্বাস দিছিল। উল্লেখ্য, প্ৰধানকৈ অসম আৰু মণিপুৰত বসবাস কৰা মেইটেই জনগোষ্ঠীৰ এটা অংশ মিজোৰামতো বাস কৰে।

উল্লেখযোগ্য যে বুধবাৰে ছচিয়েল মিডিয়াত বিয়পি পৰা মণিপুৰ কাণ্ডৰ ভিডিঅʼটোৱে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মণিপুৰৰ এই ঘটনাই সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: MeiteisMizoMeiteiমিজোৰামমেইটেইমেইটেই
Share5Tweet3Send

Related Posts

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men
NORTHEAST

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

by News Desk
September 18, 2026
55
Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও
NORTHEAST

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

by News Desk
September 14, 2026
52
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

by News Desk
September 12, 2026
56
Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ
NORTHEAST

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

by News Desk
September 11, 2026
52
Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য
NORTHEAST

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

by News Desk
September 4, 2026
52
Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike
NORTHEAST

Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike

by News Desk
August 31, 2026
60
ADVERTISEMENT
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
50
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত
National-International

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
52
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas
Assam

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026
51
US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত
National-International

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

September 19, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d