ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Pakistan’s spy agency ISI arrested I উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ আইএছআইৰ চোৰাংচোৱা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 17, 2023
Reading Time: 1 min read
A A
0
Pakistan’s spy agency ISI arrested I উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ আইএছআইৰ চোৰাংচোৱা

RELATED POSTS

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

উত্তৰ প্ৰদেশত আইএছআইৰ ( ISI Agent) হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত এজন যুৱকক গ্ৰেপ্তাৰ। সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডে গ্ৰেপ্তাৰ কৰে যুৱকজনক। অভিযুক্ত যুৱকজনৰ নাম মহম্মদ ৰইছ  (Mohammed Raees)। অভিযোগ অনুসৰি, ৰইছে ভাৰতীয় সেনাৰ গুৰুত্বপূৰ্ণ তথ্য পাকিস্তানলৈ সৰবৰাহ কৰিছিল। তাৰ বিনিময়ত মোটা অংকৰ ধন পাইছিল। দেওবাৰে এই মন্তব্য কৰে উত্তৰ প্ৰদেশ এটিএছে।

Uttar pradesh Man
Pakistan’s spy agency ISI arrested:

এটিএছৰ সূত্ৰ অনুসৰি, ৰইছ উত্তৰ প্ৰদেশৰ গোণ্ডা জিলাৰ তাৰাৱগঞ্জ অঞ্চলৰ বাসিন্দা। মুম্বাইত কাম কৰি থাকোঁতে তেওঁ আৰমান নামৰ এজন যুৱকক লগ পায়। আৰক্ষীৰ জেৰাত ৰইছে কয় যে আৰমানেই তেওঁক এই চোৰবৃত্তিৰ বাবে ইন্ধন যোগাইছিল।

জেৰাৰ সময়ত ৰইছে এইটোও দাবী কৰে যে তেওঁ আৰমানক আৰৱ আমিৰশ্বাহীত চাকৰি বিচাৰি দিবলৈ কৈছিল। কিন্তু আৰমানে তেওঁক বিপুল পৰিমাণৰ ধনৰ বাবে চোৰাংচোৱাগিৰি কৰিবলৈ প্ৰলোভিত কৰে। এটিএছৰ মতে, ইয়াৰ পিছতেই যোৱা বছৰ হুছেইন নামৰ এজন ব্যক্তিৰ পৰা ৰইছলৈ ফোন আহে। তেওঁ নিজকে পাক চোৰাংচোৱা বুলি পৰিচয় দিয়ে। হুছেইনেই ভাৰতীয় সামৰিক ঘাটিৰ তথ্য সৰকোৱাৰ দায়িত্বও ৰইছক দিছিল। বিনিময়ত ১৫ হাজাৰ টকা ৰইছলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ পিছত ৰইছে নিজৰ কিছুমান বন্ধুক ব্যৱহাৰ কৰি চোৰাংচোৱাগিৰি আৰম্ভ কৰে।

উত্তৰ প্ৰদেশ এটিএছে জনাইছে যে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ পিছত দীৰ্ঘদিন ধৰি ৰইছৰ ওপৰত চোৰাংচোৱাগিৰি চলি আছিল। ইয়াৰ পিছতে তেওঁক সোধা-পোছাৰ বাবে লক্ষ্ণৌস্থিত এটিএছৰ মুখ্য কাৰ্যালয়লৈ মাতি অনা হয়। তাতেই তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

এই পৰিপ্ৰেক্ষিতত উত্তৰ প্ৰদেশৰ বিশেষ ডিজি (আইন-শৃংখলা) প্ৰশান্ত কুমাৰে কয়, “এটিএছৰ দ্বাৰা গ্ৰেপ্তাৰ হৈছে ৰইছ নামৰ এজন যুৱক। তেওঁ গোণ্ডাৰ বাসিন্দা। তেওঁক এটিএছৰ মুখ্য কাৰ্যালয়লৈ মাতি অনা হয়। জেৰাৰ সময়ত তেওঁ চোৰাংচোৱাগিৰিৰ সৈতে জড়িত বুলি স্বীকাৰ কৰে।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: uttar pradesh
Share4Tweet3Send

Related Posts

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

by News Desk
September 8, 2026
51
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

by News Desk
September 8, 2026
51
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

by News Desk
September 8, 2026
52
Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ
National-International

Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

by News Desk
September 8, 2026
51
গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম
National-International

গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম

by News Desk
September 8, 2026
51
Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম
National-International

Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম

by News Desk
September 8, 2026
51
ADVERTISEMENT
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
51
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
52
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026
51
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

September 8, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d