![]()
আপোনালোকৰ বাবে সোণালী সুযোগ। নিজকে যদি ৰূপালীপৰ্দাত চাবলৈ বিচাৰিছে তেতিয়াহ’লে নিজ পৰ্টফলিঅ’ সমূহ পঠাওক বিশ্বজিৎ বৰালৈ (Biswajeet Bora)। বুৰঞ্জীৰ পাতত স্বৰ্ণ আখৰেৰে খোদিত হৈ থকা বীৰাঙ্গনা সকলৰ ভিতৰত অন্যতম হৈছে সতী সাধনী।
চুতীয়া ৰাজ্যৰ শেষৰ গৰাকী ৰাণী সতী সাধনীৰ দেশপ্ৰেম, আত্মবলিদান, অমৰ আদৰ্শই আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে। মহান বীৰাঙ্গনা গৰাকীৰ সাহস, ধৈৰ্য, বীৰত্ব, তথা চৰম ত্যাগৰ গাথা সমূহ সামৰি আহি আছে “বীৰাঙ্গনা সাধনী” (Birangana Sadhini)।














